Class 1 Assamese
পাঠ - ২৪
লগে - ভাগে পঢ়োঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
2) এটা শব্দৰে উত্তৰটো সোঁফালে লিখিবলৈ দিয়ক -
(ক) জুৰি ক'লৈ গৈছে?
উত্তৰ: জুৰি দেউতাকৰ লগত বজাৰলৈ গৈছে।
(খ) জুনুকা আৰু বেলুন কোনে কিনিব?
উত্তৰ: জুৰিয়ে জুনুকা আৰু বেলুন কিনিব।
(গ) দেউতাকে বেঙেনা, কেৰেলা, জলকীয়া আৰু কি কিনিব?
উত্তৰ : দেউতাকে বেঙেনা, কেৰেলা, জলকীয়া আৰু জালুক কিনিব।
Sri Mampi Kakati
Check By - Mukesh Borah