Class1 Assamese
পাঠ - ২৩
লগে - ভাগে পঢ়োঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
ডলা গাড়ী
উঘা ঊণ
ডলাত উঠিল ডঁৰিকনা লাডু - পিঠা গুড় আনা
উট চৰাই নগল উৰি ঊৰু ভাগিল পিছলি পৰি
ক্ৰিয়া - কলাপ
১) খালী ঠাইত সোঁফালৰ উপযুক্ত শব্দটো লিখি বাক্যকেইটা পূৰণ কৰিবলৈ দিয়ক -
- সূতাৰে গামোচা বয়।
- ঊণৰ চোলাৰ উম আছে।
- চাউলৰ পৰা পিঠাগুড়ি কৰিব।
- চোতালত মৰণা মাৰিছে।
Sri Mampi Kakati
Check By - Mukesh Borah