Class 1 Assamese
পাঠ - ৩৪
কিতাপৰ মেলা
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
উত্তৰ দিয়াঃ
(ক) কিতাপৰ মেলা ক'ত হৈছে?
উত্তৰঃ কিতাপৰ মেলা নগৰত হৈছে।
(খ) কিতাপৰ মেলাত কি কি নীতি - নিয়ম মানি চলিব লাগে?
উত্তৰঃ
- কিতাপ বিলাক সাৱধানে চাব লাগে।
- চাই উঠি আগৰ ঠাইত থ'ব লাগে।
- তাত হাই - উৰুমি কৰিব নালাগে।
Sri Mampi kakati
Check by - Mukesh Borah
DABP007389
**********