Class 1 Assamese

পাঠ - ৩৩ 

পঢ়োঁ আহাঁ

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

উত্তৰ দিয়াঃ 

(ক) কোনে ৰুণ দিয়ে? 

উত্তৰঃ পাৰ চৰাই ৰুণ দিয়ে। 

(খ) পাখি জপাবলৈ কাক কোৱা হৈছে?

উত্তৰঃ পাখি জপাবলৈ মাখিক কোৱা হৈছে।

(গ) দেও নিদিবলৈ কাক কোৱা হৈছে?

উত্তৰঃ দেও নিদিবলৈ ঘৰ - চিৰিকাক কোৱা হৈছে।


 


Sri Mampi Kakati

Check by - Mukesh Borah


DABP007391


**********