Class 1 Assamese

পাঠ - ৩৬ 

চকাৰ সাধু

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

উত্তৰ দিয়াঃ

(ক) চকাটো ক'ত পৰি আছিল?

উত্তৰঃ চকাটো চাইকেলৰ দোকানত পৰি আছিল।

(খ) চকাটো কাৰ ঘৰ পালেগৈ?

উত্তৰঃ চকাটো বুধুৱাৰ ঘৰ পালেগৈ।

(গ) চকাটো আকৌ ক'লৈ ঘূৰি গৈছিল?

উত্তৰঃ চকাটো আকৌ বুধুৱাৰ ওচৰলৈ ঘূৰি গৈছিল।


 



Sri Mampi Kakati

Check By - Mukesh Borah

DABP007420

**********