প্ৰথম শ্ৰেণী অসমীয়া
পাঠ - ১
অ- ফলা, ক - ফলা
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
১) স্বৰবৰ্ণখনত কেইটা বৰ্ণ থাকে?
উত্তৰ: ১১ টা বৰ্ণ থাকে।
২) ব্য়ঞ্জণবৰ্ণখনত কেইটা বৰ্ণ থাকে?
উত্তৰ: ৪১ টা বৰ্ণ থাকে।
৩) স্বৰবৰ্ণখন নোচোৱাকৈ লিখা।
উত্তৰ: অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ
৪) ব্য়ঞ্জণবৰ্ণ নোচোৱাকৈ লিখা।
উত্তৰ: ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ
ক্ষ ড় ঢ় য়
ৎ ং ঃ ঁ
Sri Mampi Kakati
Check by - Mukesh Borah
Post ID: DABP007333