Class1 Assamese
পাঠ - ৩০
পঢ়োঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
* উত্তৰ লিখাঃ
(ক) শিয়ালটো ক'ত ৰৈ আছিল?
উত্তৰঃ শিয়ালটো নৈৰ পাৰত ৰৈ আছিল।
(খ) কাছটো ক'লৈ উঠি আহিছিল?
উত্তৰঃ কাছটো পাৰলৈ উঠি আহিছিল।
(গ) শিয়ালে কাছটো খাব পাৰিলেনে?
উত্তৰঃ নোৱাৰিলে।
DABP007395
Sri Mampi Kakati
Check By - Mukesh Borah