Class 1 Assamese
পাঠ - ৩১
লগে - ভাগে পঢ়োঁ আহাঁ
👉Text Books PDF
👉MCQ Online Exam
👉MCQs Answer
*উত্তৰ লিখাঃ
(ক) টং টং কৈ কি বাজে?
উত্তৰঃ টং টং কৈ কাঁহ বাজে।
(খ) ফেঁচা আইদেউ ক'ত আছে?
উত্তৰঃ ফেঁচা আইদেউ গছৰ ডালত আছে।
(গ) পূজা কি কালত হয়?
উত্তৰঃ পূজা শৰৎ কালত হয়।
Sri Mampi Kakati
Check By - Mukesh Borah
DABP007393