Class 5 Environment
আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ
পাঠঃ ১১
১) মৃদুলৰ দেউতাকে ক'ত চাকৰি কৰে ?
(ক) আৰক্ষী বিষয়া
(খ) চিকিৎসালয়ত
(গ) বেংকত
উত্তৰঃ (গ) বেংকত
২) কিহৰ জৰিয়তে মানুহে পইচা লেন-দেন কৰিব পাৰে ?
(ক) বেংকৰ
(খ) চিকিৎসকৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) বেংকৰ
৩) কিহত গ্ৰাহকে টকা জমা কৰে ?
(ক) চিকিৎসালয়ত
(খ) বেংকত
(গ) বিদ্য়ালয়ত
উত্তৰঃ (খ) বেংকত
৪) এ.টি.এম মানে কি
(ক) টাইম মেচিন
(খ) অট'মেটেড টেলাৰ মেচিন
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) অট'মেটেড টেলাৰ মেচিন
৫) মোহনৰ মাকে কি চাকৰি কৰে ?
(ক) নাৰ্চ
(খ) আৰক্ষী বিষয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) নাৰ্চ
৬) বিৰিণাৰ দেউটাক এজন কি চাকৰি ?
(ক) তলৰ এটাও নহয়
(খ) চিকিৎসক
(গ) আৰক্ষী বিষয়া
উত্তৰঃ (গ) আৰক্ষী বিষয়া
৭) অংকুৰ দেউতাক কিহৰ সভাপতি ?
(ক) গাৱৰ
(খ) পঞ্চায়তৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) পঞ্চায়তৰ
৮) গোপালৰ ঘৰ ক'ত ?
(ক) গুৱাহাটীত
(খ) জাগীৰোডত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) জাগীৰোডত
৯) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে ?
(ক) চিকিৎসকক
(খ) নাৰ্ছক
(গ) আৰক্ষীক
উত্তৰঃ (গ) আৰক্ষীক
১০) পশু-পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল—
(ক) চৰকাৰী চিকিৎসালয়
(খ) পশু চিকিৎসালয়
(গ) বে-চৰকাৰী চিকিৎসালয়
উত্তৰঃ (খ) পশু চিকিৎসালয়
১১) ছাত্র-ছাত্রীসকলে _____ত লিখা-পঢ়া শিকে।
(ক) চিকিৎসালয়ত
(খ) বিদ্য়ালয়ত
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) বিদ্য়ালয়ত
১২) পশুপক্ষীৰ চিকিৎসাৰ বাবে_____আছে।
(ক) চৰকাৰী চিকিৎসালয়
(খ) বে-চৰকাৰী চিকিৎসালয়
(গ) পশু চিকিৎসালয়
উত্তৰঃ (গ) পশু চিকিৎসালয়
১৩) আলিবাটৰ যান_______বাহন য়ে নিয়ন্ত্ৰণ কৰে।
(ক) আৰক্ষী
(খ) নাৰ্চ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) আৰক্ষী
১৪) গাঁওসমূহত থকা শাসন ব্যৱস্থাক _____ বোলে।
(ক) গাওঁবুঢ়া
(খ) পঞ্চায়তীৰাজ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) পঞ্চায়তীৰাজ
Type By Munmi Hazarika
DABP007259
0 Comments