অসমৰ দুগৰাকী সাহসী নাৰী 

১) ভাৰত স্বাধীন কিমান চনত হৈছিল ?

(ক) ১৭৯৮ চনত১৯৪৭চনত

(খ) ১৯৪৭চনত

(গ) ১৮৩২ চনত

উত্তৰঃ (খ) ১৯৪৭চনত

২) কনকলতা ক'ত জন্ম হৈছিল ?

(ক) গহপুুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত

(খ) দিছপুৰত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) গহপুুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত

৩) কনকলতা কিমান চনত জন্ম হৈছিল ?

(ক) ১৭৮৯ চনত

(খ) ১৪৫৬ চনত

(গ) ১৯২৮ চনত

উত্তৰঃ (গ) ১৯২৮ চনত

৪)  কনকলতা মাতৃৰ নাম কি ?

(ক) কনকেশ্বৰী বৰুৱা

(খ) পুতুলীবাই

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কনকেশ্বৰী বৰুৱা

৫) তেঁওৰ পিতৃৰ নাম কি ?

(ক) তলৰ এটাও নহয়

(খ) কৃষ্ণকান্ত বৰুৱা

(গ) ৰবীন্দ্ৰ নাথ ঠাকুৰ

উত্তৰঃ (খ) কৃষ্ণকান্ত বৰুৱা

৬) নগাঁও জিলাত হোৱা আন্দোলনৰ মহিলা অধিনায়িকা কোন আছিল ?

(ক) দৌপদী মনমোৰ

(খ) ভোগেশ্বৰা ফুকননী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ভোগেশ্বৰা ফুকননী

৭) তেঁওৰ পিতৃৰ নাম কি ?

(ক) আত্মৰাম বুঢ়াগোঁহাই

(খ) হেমচন্দ্ৰ বৰুৱা

(গ) ইয়াৰ পৰা এটাও নহয়.

উত্তৰঃ (ক) আত্মৰাম বুঢ়াগোঁহাই

৮) তেঁওৰ মাতৃৰ নাম কি ?

(ক) নীলেশ্বৰী বুঢ়াগোঁহাই

(খ) নলিনী বালা দেৱী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) নীলেশ্বৰী বুঢ়াগোঁহাই

৯) ভোগেশ্বৰী ফুকননী কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৮৫ চনত

(খ) ১৮৯০ চনত

(গ) ১৫৭৯ চনত

উত্তৰঃ (ক) ১৮৮৫ চনত

১০) তেঁওৰ মৃত্যু কিমান চনত হৈছিল ?

(ক) ১৯৪২ চনত

(খ) ১৮৯০ চনত

(গ) ১৪৫৬ চনত

উত্তৰঃ (ক) ১৯৪২ চনত



Post ID: DABP007267