BA Major 4th Sem
EDUCATION
Paper Code EDU-HC-4016
Chapter - 5
গোট-৫ জন ডেৱি আৰু মেডাম মাৰিয়া মণ্টেছৰীৰ শৈক্ষিক চিন্তা
এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।
চমু প্ৰশ্নৰ উত্তৰঃ
১) জন ডিউইৰ কেতিয়া জন্ম হৈছিল ?
২) কোনখন বিশ্ববিদ্যালয়ৰ পৰা জন ডিউইয়ে স্নাতক ডিগ্ৰী লাভ কৰিছিল ?
৩) জন ডিউইৰ ক'ত জন্ম হৈছিল ?
৪) কেতিয়া জনডিউইয়ে স্নাতক ডিগ্ৰী লাভ কৰিছিল ?
৫) 'Democracy and Education' নামৰ গ্ৰন্থখন কোনে লিখিছিল ?
৬) কোন চনত জন ডিউইৰ মৃত্যু হৈছিল ?
৭) জন ডিউইৰ বিদ্যালয়ৰ নাম কি আছিল ?
৮) কেতিয়া জন ডিউইয়ে ডক্তৰেট উপাধি লাভ কৰিছিল ?
৯) মণ্টেছৰীৰ ক'ত জন্ম হৈছিল ?
১০) কেতিয়া মণ্টেছৰীৰ জন্ম হৈছিল ?
১১) কোনখন বিশ্ববিদ্যালয়ৰ পৰা জন ডিউইয়ে ডক্তৰেট উপাধি লাভ কৰিছিল ?
১২) মণ্টেছৰীয়ে ৰচনা কৰা যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা ।
১৩) "The discovery of child" গ্ৰন্থখন কোনে লিখিছিল ?
১৪) জন ডিউইয়ে ৰচনা কৰা যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা ।
১৫) ডিউইৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা ।
১৬) শিক্ষাৰ লক্ষ্য হিচাপে ডিউইৰ মতামতক সমালোচনাত্মক বিশ্লেষণ দাঙি ধৰা ।
১৭) শিক্ষাৰ লক্ষ্য সম্বন্ধে জন ডিউইৰ মতামত চমুকৈ লিখা ।
১৮) জন ডিউইৰ মতে সমস্যা সমাধানৰ প্ৰধান পাঁচটা স্তৰ উল্লেখ কৰা ।
১৯) মণ্টেছৰীয়ে ৰচনা কৰা যিকোনো পাঁচখন গ্ৰন্থৰ নাম উল্লেখ কৰা ।
২০) জন ডিউইয়ে ৰচনা কৰা যিকোনো পাঁচখন গ্ৰন্থৰ নাম উল্লেখ কৰা ।
২১) মণ্টেছৰীৰ সম্পূৰ্ণ নামটো কি ?
২২) পাঠ্যক্ৰম প্ৰস্তুতকৰণ সম্বন্ধে জন ডিউইৰ বৰঙণি আলোচনা কৰা ।
২৩) শিক্ষাদান পদ্ধতি সম্বন্ধে ডিউইৰ মতামত চমুকৈ লিখা ।
২৪) মণ্টেছৰী শিক্ষা পদ্ধতিৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা ।
২৫) জন ডিউইৰ শৈক্ষিক আঁচনিৰ বিষয়ে আলোচনা কৰা ।
২৬) বৰ্তমান সময়ৰ শৈক্ষিক চিন্তাধাৰালৈ জন ডিউইৰ অৱদানসমূহ আলোচনা কৰা ।
২৭) জন ডিউইৰ মতে গণতন্ত্ৰ আৰু শিক্ষা মানে কি
২৮) মণ্টেছৰীৰ শিক্ষা দৰ্শন আৰু শিক্ষাৰ লক্ষ্য সম্বন্ধে চমুকৈ লিখা ।
২৯) মণ্টেছৰী শিক্ষা-পদ্ধতিৰ নীতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
৩০) মণ্টেছৰীৰ জীৱন দৰ্শনৰ বিষয়ে চমুকৈ লিখা ।
৩১) মণ্টেছৰী পদ্ধতিত শিক্ষকৰ ভূমিকা সম্বন্ধে আলোচনা কৰা ।
৩২) ২১ শতিকাত ডিউইৰ আদৰ্শৰ প্ৰাসংগিকতা সম্বন্ধে আলোচনা কৰা ।
৩৩) আধুনিক শিক্ষাত মণ্টেছৰীৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা ।
৩৪) মণ্টেছৰীৰ শিশুঘৰ সম্বন্ধে আলোচনা কৰা ।
৩৫) ডিউইৰ মতে শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা আলোচনা কৰা ।
৩৬) মণ্টেছৰীৰ শিক্ষাদানৰ পদ্ধতি সম্বন্ধে আলোচনা কৰা ।
৩৭) পাঠ্যক্ৰম সম্বন্ধে মণ্টেছৰীৰ মতামত চমুকৈ লিখা ।
৩৮) অনুশাসন সম্বন্ধে ডিউইৰ মতামত আলোচনা কৰা ।
0 Comments