BA Major 4th Sem

EDUCATION

Paper Code EDU-HC-4016

Chapter - 5

গোট-৫ জন ডেৱি আৰু মেডাম মাৰিয়া মণ্টেছৰীৰ শৈক্ষিক চিন্তা

এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।

Join Our Membership Now 


চমু প্ৰশ্নৰ উত্তৰঃ 

১) জন ডিউইৰ কেতিয়া জন্ম হৈছিল ?

২) কোনখন বিশ্ববিদ্যালয়ৰ পৰা জন ডিউইয়ে স্নাতক ডিগ্ৰী লাভ কৰিছিল ?

৩) জন ডিউইৰ ক'ত জন্ম হৈছিল ?


৪) কেতিয়া জনডিউইয়ে স্নাতক ডিগ্ৰী লাভ কৰিছিল ?

৫) 'Democracy and Education' নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

৬) কোন চনত জন ডিউইৰ মৃত্যু হৈছিল ?

৭) জন ডিউইৰ বিদ্যালয়ৰ নাম কি আছিল ?

৮) কেতিয়া জন ডিউইয়ে ডক্তৰেট উপাধি লাভ কৰিছিল ?

৯) মণ্টেছৰীৰ ক'ত জন্ম হৈছিল ?

১০) কেতিয়া মণ্টেছৰীৰ জন্ম হৈছিল ?

১১) কোনখন বিশ্ববিদ্যালয়ৰ পৰা জন ডিউইয়ে ডক্তৰেট উপাধি লাভ কৰিছিল ?

১২) মণ্টেছৰীয়ে ৰচনা কৰা যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা ।

১৩) "The discovery of child" গ্ৰন্থখন কোনে লিখিছিল ?

১৪) জন ডিউইয়ে ৰচনা কৰা যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা । 

১৫) ডিউইৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা । 

১৬) শিক্ষাৰ লক্ষ্য হিচাপে ডিউইৰ মতামতক সমালোচনাত্মক বিশ্লেষণ দাঙি ধৰা । 

১৭) শিক্ষাৰ লক্ষ্য সম্বন্ধে জন ডিউইৰ মতামত চমুকৈ লিখা । 

১৮) জন ডিউইৰ মতে সমস্যা সমাধানৰ প্ৰধান পাঁচটা স্তৰ উল্লেখ কৰা । 

১৯) মণ্টেছৰীয়ে ৰচনা কৰা যিকোনো পাঁচখন গ্ৰন্থৰ নাম উল্লেখ কৰা । 

২০) জন ডিউইয়ে ৰচনা কৰা যিকোনো পাঁচখন গ্ৰন্থৰ নাম উল্লেখ কৰা । 

২১) মণ্টেছৰীৰ সম্পূৰ্ণ নামটো কি ?

২২) পাঠ্যক্ৰম প্ৰস্তুতকৰণ সম্বন্ধে জন ডিউইৰ বৰঙণি আলোচনা কৰা । 

২৩) শিক্ষাদান পদ্ধতি সম্বন্ধে ডিউইৰ মতামত চমুকৈ লিখা । 

২৪) মণ্টেছৰী শিক্ষা পদ্ধতিৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা । 

২৫) জন ডিউইৰ শৈক্ষিক আঁচনিৰ বিষয়ে আলোচনা কৰা । 

২৬) বৰ্তমান সময়ৰ শৈক্ষিক চিন্তাধাৰালৈ জন ডিউইৰ অৱদানসমূহ আলোচনা কৰা । 

২৭) জন ডিউইৰ মতে গণতন্ত্ৰ আৰু শিক্ষা মানে কি 

২৮) মণ্টেছৰীৰ শিক্ষা দৰ্শন আৰু শিক্ষাৰ লক্ষ্য সম্বন্ধে চমুকৈ লিখা । 

২৯) মণ্টেছৰী শিক্ষা-পদ্ধতিৰ নীতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা । 

৩০) মণ্টেছৰীৰ জীৱন দৰ্শনৰ বিষয়ে চমুকৈ লিখা । 

৩১) মণ্টেছৰী পদ্ধতিত শিক্ষকৰ ভূমিকা সম্বন্ধে আলোচনা কৰা । 

৩২) ২১ শতিকাত ডিউইৰ আদৰ্শৰ প্ৰাসংগিকতা সম্বন্ধে আলোচনা কৰা । 

৩৩) আধুনিক শিক্ষাত মণ্টেছৰীৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা । 

৩৪) মণ্টেছৰীৰ শিশুঘৰ সম্বন্ধে আলোচনা কৰা । 

৩৫) ডিউইৰ মতে শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা আলোচনা কৰা । 

৩৬) মণ্টেছৰীৰ শিক্ষাদানৰ পদ্ধতি সম্বন্ধে আলোচনা কৰা । 

৩৭) পাঠ্যক্ৰম সম্বন্ধে মণ্টেছৰীৰ মতামত চমুকৈ লিখা । 

৩৮) অনুশাসন সম্বন্ধে ডিউইৰ মতামত আলোচনা কৰা ।