BA Major 4th Sem

EDUCATION

Paper Code EDU-HC-4016

Chapter - 1

শ্ৰীমন্ত সংক্ৰান্তিভাৰ শৈক্ষিক চিন্তা


এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।

Join Our Membership Now


চমু প্ৰশ্ন উত্তৰঃ

১) শ্ৰীমন্ত শংকৰদেৱৰ প্ৰকৃত নাম কি আছিল?

২) কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল?

৩) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল?

৪) শংকৰদেৱৰ গুৰু কোন আছিল ?

৫) শংকৰদেৱৰ বুঢ়ীমাক কোন আছিল ?

৬) শংকৰদেৱে কিমানটা ৰাগ সৃষ্টি কৰিছিল ?

৭) 'একশৰণ ধৰ্ম' কোনে প্ৰৱৰ্তন কৰিছিল ?

৮) 'কীৰ্ত্তন ঘোষা' কোনে লিখিছিল ?

৯) শংকৰদেৱৰ প্ৰিয় শিষ্য় কোন আছিল ?

১০) শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?

১১) শংকৰদেৱে কোনখন ঠাইত জন্ম গ্ৰহণ কৰিছিল ?

১২) নামঘোষা কোনে লিখিছিল ?

১৩) জগত সম্বন্ধে শংকৰদেৱৰ মতামত কি ?

১৪) শংকৰদেৱে প্ৰতিষ্ঠা কৰা দুটা শৈক্ষিক অনুষ্ঠানৰ নাম উল্লেখ কৰা । 

১৫) শংকৰদেৱৰ কেতিয়া মৃত্য়ু হৈছিল ?

১৬) ঈশ্বৰ সম্বন্ধে শংকৰদেৱৰ ধাৰণাটো লিখা । 

১৭) অসমীয়া সমাজত জনাজাত শংকৰদেৱৰ দুটা উপাধি উল্লেখ কৰা । 

১৮) ভক্তি ৰত্নাৱলীত থকা নবিধ ভক্তি উল্লেখ কৰা । 

১৯) ধ্য়ান বা উপাসনা সম্বন্ধে শংকৰদেৱৰ ধাৰণা লিখা । 

২০) জ্ঞান সম্বন্ধে শংকৰদেৱৰ ধাৰণা লিখা । 

২১) শংকৰদেৱৰ দুটা বিখ্য়াত কৰ্মৰ নাম উল্লেখ কৰা । 

২২) একেশ্বৰবাদৰ ওপৰত চমুটোকা লিখা । 

২৩) শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন সম্বন্ধে আলোচনা কৰা । 

২৪) শংকৰদেৱৰ ধৰ্মীয় বিশ্বাসৰ প্ৰধান বৈশিষ্ট্য়বোৰ উল্লেখ কৰা । 

২৫) শংকৰদেৱৰ মতে শিক্ষাত শিক্ষকৰ স্থান আৰু তেওঁৰ ভূমিকা সম্বন্ধে আলোচনা কৰা । 

২৬) শংকৰদেৱৰ শিক্ষাৰ লক্ষ্য় আৰু উদ্দেশ্য়ৰ ধাৰণা ব্য়ক্ত কৰা । 

২৭) শংকৰদেৱৰ মতে শিক্ষাত শিশুৰ স্থান আৰু অনুশাসনৰ বিষয়ে আলোচনা কৰা । 

২৮) শিক্ষাদান পদ্ধতি আৰু নিৰ্দেশনা সম্বন্ধে শংকৰদেৱৰ মতামত চমুকৈ লিখা । 

২৯) বৰ্তমান সমাজত শংকৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা । 

৩০) শংকৰদেৱৰ মতে শিক্ষাদানৰ অনুষ্ঠানৰ বিষয়ে চমুকৈ লিখা ।