অসমত গৰু বান্ধিবলৈ ব্যৱহাৰ কৰিবলৈ দিয়া সঁজুলি সমূহৰ নাম আৰু ফটো।
পঘা

গলা

মুখা পঘা

গৰাল
গৰু খুটি
গোহালি
এৰাল
নাকি