প্ৰশ্নাৱলী


১. হস্তান্তৰযোগ্য দলিল কি? এনেবোৰ দলিলৰ হস্তান্তৰকৰণৰ প্ৰকাৰসমূহ বর্ণনা কৰা।

উত্তৰঃ


২. প্রতিশ্রুতি পত্র কি? প্রতিশ্রুতি পত্র এখনৰ গুৰুত্বপূর্ণ প্রকৃতিসমূহ বর্ণনা কৰা।

উত্তৰঃ


৩. বিনিময় বিল কি? বিনিময় বিল এখনৰ গুৰুত্বপূর্ণ প্রকৃতিসমূহ বর্ণনা কৰা।

উত্তৰঃ


8. চেক্ কি? চেক্ এখনৰ গুৰুত্বপূৰ্ণ প্রকৃতিসমূহ বর্ণনা কৰা।

উত্তৰঃ


৫. চেকৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ