প্ৰশ্নাৱলী

    👉Question and Answer
    👉Download Book PDF
    👉Online Exam
    👉M.C.Q's
    👉Important Question and Answer (Premium)
    👉Join Our Membership Plan


১। বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক সংগঠন সমূহ কি কি?

উত্তৰঃ


২। একক মালিকীস্বত্ব ব্যবসায় বুলিলে কি বুজা?

উত্তৰঃ


৩। একক মালিকীস্বত্ব ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


৪। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বুলিলে কি বুজা?

উত্তৰঃ


৫। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ গুৰুত্বপূর্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


৬। অংশীদাৰী ব্যৱসায় মানে কি?

উত্তৰঃ


৭। অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


৮। ক্ষুদ্র খণ্ডৰ উদ্যোগ বুলিলে কি বুজা? ক্ষুদ্র খণ্ডৰ উদ্যোগৰ অন্তগত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়সমূহ কি কি?

উত্তৰঃ


৯। গ্রাম্য অঞ্চলত ক্ষুদ্ৰ ব্যৱসায়ৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ


১০। ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় সমূহে সম্মুখীন হোৱা বিভিন্ন প্রকাৰৰ অসুবিধা আৰু প্রত্যাহ্বান সমূহৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ