প্ৰশ্নাৱলী


১। ই-বাণিজ্য মানে কি?

উত্তৰঃ


২। ই-ব্যৱসায়ৰ অৰ্থ লিখা। ই-বাণিজ্য আৰু ই-ব্যৱসায়ৰ সম্পৰ্ক উল্লেখ কৰা।

উত্তৰঃ


৩। ই-ব্যৱসায়ৰ পৰিসৰসমূহ কি কি?

উত্তৰঃ


৪। পৰম্পৰাগত ব্যৱসায় আৰু ই-ব্যৱসায়ৰ মাজৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ


৫। সাম্প্রতিক সময়ত ই-ব্যৱসায়ৰ সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ


৬। অনলাইন ধন পৰিশোধ সেৱাৰ বিভিন্ন পদ্ধতিসমূহ লিখা।

উত্তৰঃ


৭। ই-ব্যৱসায় সম্বন্ধীয় বিভিন্ন প্ৰকাৰৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যবস্থা সমূহ উল্লেখ কৰা।

উত্তৰঃ


৮। ই-ব্যৱসায়ৰ বাবে প্রয়োজন হোৱা সম্পদসমূহৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ