প্ৰশ্নাৱলী
👉Question and Answer
👉Download Book PDF
👉Online Exam
👉M.C.Q's
👉Important Question and Answer (Premium)
👉Join Our Membership Plan
১) লেন-দেন বুলি ক'লে কি বুজা? দুটা ব্যবসায়িক লেন-দেনৰ উদাহৰণ দিয়া?
উত্তৰঃ
২) পণ্য সামগ্রী মানে কি বুজা? পণ্য সামগ্ৰীৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ
৩) এটা ব্যৱসায়ৰ বাবে পণ্য সামগ্রী গুৰুত্বপূর্ণ কিয়?
উত্তৰঃ
৪) সেরা মানে কি বুজা?
উত্তৰঃ
৫) পণ্য সামগ্রী আৰু সেৱাৰ মাজৰ পাৰ্থক্য দেখুওৱা?
উত্তৰঃ
৬) হিচাপৰক্ষণ মানে কি?
উত্তৰঃ
৭) জাবেদা মানে কি?
উত্তৰঃ
৮) খতিয়ন মানে কি?
উত্তৰঃ
৯) মূলধন মানে কি বুজা? উদাহৰণ সৈতে বর্ণনা কৰা।
উত্তৰঃ
১০) আহৰণ মানে কি বুজা? দুটা উদাহৰণ দিয়া।
উত্তৰঃ
১১) আহৰণক কিয় ব্যৱসায়িক খৰচ হিচাপে গণ্য কৰা নহয়?
উত্তৰঃ
১২) সম্পত্তি মানে কি? সম্পত্তিৰ দুটা উপদাহৰণ দিয়া।
উত্তৰঃ
১৩) এটা ব্যৱসায়ত সম্পত্তিৰ গুৰুত্ব কি?
উত্তৰঃ
১৪) দেনা মানে কি বুজা? দেনাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ
১৫) দেনাদাৰ মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ
১৬) পাওনাদাৰ মানে কি? উদাহৰণ দিয়া।
উত্তৰঃ
১৭) বিনিয়োগ মানে কি বুজা?
উত্তৰঃ
১৮) ৰাজহ মানে কি বুজা?
উত্তৰঃ
১৯) খৰছ মানে কি বুজা?
উত্তৰঃ
২০) লাভ মানে কি? এটা ব্যৱসায়ত লাভ কিদৰে গণনা কৰা হয়।
উত্তৰঃ
২১) লোকচান মানে কি? এটা ব্যৱসায়ত লোকচান কিদৰে গণনা কৰা হয়।
উত্তৰঃ
২২) মজুত পণ্য মানে কি বুজা?
উত্তৰঃ
২৩) বাট্টা মানে কি? বাট্টা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ
২৪) ব্যয়মূল্য মানে কি? উদাহৰণ দিয়া।
উত্তৰঃ