👉 ১ টা কেঁচা পিঁয়াজ খুব মিহিকৈ পিহি ছাগলী গাখীৰৰ দৈৰ লগত খাব লাগে।
👉 ২ চামুচ মেথিগুটি পিহি দৈৰ সৈতে খালে গ্রহণী ৰোগ ভাল হয়।
👉 নহৰুৰ ৰস ২ গ্রাম আৰু সমপৰিমাণৰ মাখন মিহলি কৰি খালে উপকাৰ পোৱা যায়।
👉নতুন চফগুটি পানীত উতলাই ক'লা নিমখৰ সৈতে খালে গ্রহণী ৰোগ ভাল হয়।
👉 বৰ মানিমুনিৰ পাতৰ ৰস ২০ মিঃলিঃ অলপ নিমখ মিহলাই খাব লাগে।
👉গোলনেমুৰ গুটি ৪/৫ টা ভালদৰে খুন্দি তাৰ ৰস অলপ পানীত মিহলাই খোৱা ভাল।
👉তেজ গ্ৰহণীত ভেৰেণা গছ (বঙালী এড়াগছ, ১০/১৫ বছৰীয়া