Chapter 9 -
উত্তৰঃ- 1 মিটাৰত 1000 মিলিমিটাৰ থাকে।
মিটাৰত পৰিৱৰ্তন কৰিবলৈ মিলিমিটাৰটো 1000 ৰে ভাগ কৰিব লাগে।
250 ÷ 1000 = 0.25 মিটাৰ
এতেকে, 250 মিলিমিটাৰ = 0.25 মিটাৰ
উত্তৰঃ- 1 কিলোমিটাৰত 1000 মিটাৰ থাকে।
মিটাৰত পৰিৱৰ্তন কৰিবলৈ কিলোমিটাৰটো 1000 ৰে পূৰণ কৰিব লাগে।
7.5 × 1000 = 7500 মিটাৰ
এতেকে, 7.5 কিলোমিটাৰ = 7500 মিটাৰ
(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ
উত্তৰঃ- 1 মিটাৰত 100 চেন্টিমিটাৰ থাকে।
3 × 100 = 300 চেন্টিমিটাৰ
এতেকে, 3 মিটাৰ = 300 চেন্টিমিটাৰ
(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ
উত্তৰঃ- 1 মিটাৰত 1000 মিলিমিটাৰ থাকে।
1.25 × 1000 = 1250 মিলিমিটাৰ6. তোমাৰ ঘৰ আৰু ভুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিল মিটাবলৈ ৰূপান্তৰ কৰা।
উত্তৰঃ- 1 কিলোমিটাৰত 1000 মিটাৰ থাকে।
2000 ÷ 1000 = 2
তেতিয়া, 2000 মিটাৰ = 2 কিলোমিটাৰ
7. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে-পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্রতিটো দৈর্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।
উত্তৰঃ-
বস্তু | দৈৰ্ঘ্য (মিলিমিটাৰ) | দৈৰ্ঘ্য (চেন্টিমিটাৰ) |
---|---|---|
পেঞ্চিল | ১৭৫ | ১৭.৫ |
কলম | ১৪০ | ১৪ |
জ্যামিতি বাকচ | ২০০ | ২০ |
ৰবৰ | ৫০ | ৫ |
খাতা | ২৮০ | ২৮ |
৪. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পর্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈর্ঘ্যৰ ওপৰত ভিত্তি কবি শ্রেণীভুক্ত কৰা। 10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা । মিটাৰৰ ভিতৰত আৰু। মিটাৰতকৈ অধিক। তোমাৰ পর্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।
উত্তৰঃ ১০ চেন্টিমিটাৰতকৈ কম:
-
ৰবাৰ (৫ চেমি)
-
পেপাৰ ক্লিপ (৩ চেমি)
১০ চেন্টিমিটাৰৰ পৰা ১ মিটাৰৰ ভিতৰত:
-
পেঞ্চিল (১৭.৫ চেমি)
-
কলম (১৪ চেমি)
-
জ্যামিতি বাকচ (২০ চেমি)
-
খাতা (২৮ চেমি)
১ মিটাৰৰ পৰা অধিক:
-
টেবুল (১.২ মি)
-
খাট (২ মি)
9. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা। বেষত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্রতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেন্টিমিটাৰত প্রকাশ কৰা।
উত্তৰঃ
বন্ধু |
উচ্চতা (মিটাৰ)
|
উচ্চতা
(চেন্টিমিটাৰ) |
বন্ধু১ |
১.৬ |
১৬০ |
বন্ধু২ |
১.৫ |
১৫০ |
বন্ধু৩ |
১.৭ |
১৭০ |
10. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।
উত্তৰঃ-
ৰৈখিক গতি:
-
চলন্ত ৰেলগাড়ী
-
খেলাধুলাৰ বল
বৃত্তাকাৰ গতি:
-
চলি থকা চিলিং ফেনৰ ব্লেড
-
দোলনা (ঘূৰণীয়া)
দোলন গতি:
-
ঘড়ীৰ দোলক
-
দোলনা (মানুহে দোল দিছে)