PHYSICAL AND CHEMICAL CHANGES AROUND US

আমাৰ চাৰিওফালে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

EXERCISE (অনুশীলনী)

Q. 1. Darken the circle of the correct answer.

(শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।)

(i) Which of the following is an example of a physical change?
(তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ?)

(a) Burning of wood (কাঠ জ্বলোৱা)
(b) Rusting of iron (লোত মামৰে ধৰা)
(c) Melting of ice (বৰফ গলি যোৱা)
(d) Milk turning sour (গাখীৰ টেঙা হৈ যোৱা)
Ans. (c) Melting of ice (বৰফ গলি যোৱা)

(ii) Which of the following shows a chemical change?
(তলৰ কোনটো ৰাসায়নিক পৰিবৰ্তন?)

(a) Stretching a rubber band (ৰবৰ বেণ্ড টনা)
(b) Boiling of water (পানী উতলোৱা)
(c) Burning of magnesium ribbon (মেগনেছিয়ামৰ ফিতা জ্বলোৱা)
(d) Cutting paper into pieces (কাগজ টুকুৰা টুকুৰ কৰা)

Ans. (c) Burning of magnesium ribbon (মেগনেছিয়ামৰ ফিতা জ্বলোৱা)

(iii) Which of the following changes cannot be reversed? (তলৰ কোনটো পৰিৱৰ্তন প্রত্যাবর্তন কৰিব নোৱাৰি?)

(a) Freezing of water (পানী গোট মৰা)
(b) Dissolving sugar in water (পানীত চেনি দ্ৰৱীভূত কৰা)
(c) Boiling of water (পানী গৰম কৰা)
(d) Burning of paper (কাগজ জ্বলোৱা)

Ans. (d) Burning of paper (কাগজ জ্বলোৱা)

(iv) Which of the following can prevent or slow down rusting of iron objects? (তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে?)

(a) Storing in a humid place (সেমেকা ঠাইত সংৰক্ষণ কৰা)
(b) Painting or oiling the surface (পৃষ্ঠখনত ৰং বা তেল সনা)
(c) Washing with water often (সঘনাই পানীৰে ধোৱা)
(d) Exposing to rain (বৰষুণৰ সংস্পৰ্শলৈ অনা)

Ans. (b) Painting or oiling the surface (পৃষ্ঠখনত ৰং বা তেল সনা)

Q. 2. Which of the following statements are the characteristics of chemical change?

(তলৰ কোনটো উক্তি বাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য?)

(i) New substance are formed (নতুন পদাৰ্থৰ সৃষ্টি হয়।)
(ii) No new substance is formed (কোনো নতুন পদার্থ উৎপন্ন নহয়।)
(iii) It is usually irreversible (সাধাৰণতে ই অপ্রত্যাৱৰ্তী)
(iv) Only the state of matter changes (কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়।)

(a) (i) and (iii) [(i) আৰু (iii)]
(b) (ii) and (iv) [(ii) আৰু (iv)]
(c) (i) and (ii) [(i) আৰু (ii)]
(d) (iii) and (iv) [(iii) আৰু (iv)]

Ans. (a) (i) and (iii) [(i) আৰু (iii)]

Q. 3. Which of the following changes can be reversed and which cannot be. (তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্রত্যাবর্তন কৰিব নোৱাৰি।)

(a) Melting of ice cubes (বৰফৰ টুকুৰা গলি যোৱা)
(b) Burning of paper (কাগজ জ্বলোৱা)
(c) Inflating a balloon (বেলুন ফুলোৱা)
(d) Digestion of food (খাদ্য হজম হোৱা)
(e) Evaporation of water from wet clothes (ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা)
(f) Rusting of iron (লোহাত মামৰে ধৰা)
(g) Stretching of a rubber band (ৰবৰ বেণ্ড টনা)
(h) Baking a cake (কেক বেকিং কৰা)
(i) Sharpening a pencil (পেঞ্চিল জোঙা কৰা)
(j) Freezing water to make ice (পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা)

Ans. Can be reversed (প্ৰত্যাৱৰ্তন কৰিব পাৰি): (a), (c), (e), (g), (j)
Can not be reversed (প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি): (b), (d), (f), (h), (i)

Q. 4. State whether the following are True or False. Correct the false one. (তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয়, সেইটো শুদ্ধকৈ লিখা।

(a) Freezing of water is a chemical change. (পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিবৰ্তন)

Ans. False (অশুদ্ধ)। Freezing of water is a physical change (পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন)

(b) Burning of wood produces new substances like ash, carbon dioxide, and water vapour. (কাঠ জ্বলালে ছাই, কার্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদার্থ উৎপন্ন হয়।)

Ans. True (শুদ্ধ)

(c) Tearing of paper is a physical change. (কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিবৰ্তন।)

Ans. True (শুদ্ধ)

(d) Boiling water to form steam is a chemical change. (পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিবৰ্তন।)

Ans. False (অশুদ্ধ)। Boiling water to form steam is a physical change. (পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন)

Q. 5. Fill in the blanks. (খালী ঠাই পূৰ কৰা।)

(a). Rusting of iron is a change and cannot be (লোহাত মামৰে ধৰাটো এটা পৰিৱৰ্তন আৰু ই হ'ব নোৱাৰে)

Ans. (a) chemical, reversed (ৰাসায়নিক, প্রত্যাৱৰ্তন)

(b) Dissolving salt in water is a change because no substance is formed. (পানীত নিমখ দ্রবীভূত কৰাটো এটা পৰিবৰ্তন, কাৰণ কোনো পদার্থ গঠন নহয়।)

Ans. physical, new (ভৌতিক, নতুন)

(c) The process of cooking rice is a এটা change. (ভাত ৰন্ধা প্রক্রিয়াটো পৰিবৰ্তন।)

Ans. chemical (ৰাসায়নিক)

(d) Melting of butter is a change, but burning butter is a change. (মাখন গলি যোৱাটো এটা এটা পৰিবৰ্তন।) পৰিবৰ্তন, কিন্তু মাখন জ্বলোৱাটো

Ans. physical, chemical (ভৌতিক, ৰাসায়নিক)

অনুশীলনী

Q. 1. Darken the circle of the correct answer.

(শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।)

(i) Which of the following is an example of a physical change?

(তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ?)

(a) Burning of wood (কাঠ জ্বলোৱা)

(b) Rusting of iron (লোত মামৰে ধৰা)

(c) Melting of ice (বৰফ গলি যোৱা)

(d) Milk turning sour (গাখীৰ টেঙা হৈ যোৱা)

Ans. (c) Melting of ice (বৰফ গলি যোৱা)

(ii) Which of the following shows a chemical change?

(তলৰ কোনটো ৰাসায়নিক পৰিবৰ্তন?)

(a) Stretching a rubber band (ৰবৰ বেণ্ড টনা)

(b) Boiling of water (পানী উতলোৱা)

(c) Burning of magnesium ribbon (মেগনেছিয়ামৰ ফিতা জ্বলোৱা)

(d) Cutting paper into pieces (কাগজ টুকুৰা টুকুৰ কৰা)

Ans. (c) Burning of magnesium ribbon (মেগনেছিয়ামৰ ফিতা জ্বলোৱা)

(iii) Which of the following changes cannot be reversed?

(তলৰ কোনটো পৰিৱৰ্তন প্রত্যাবর্তন কৰিব নোৱাৰি?)

(a) Freezing of water (পানী গোট মৰা)

(b) Dissolving sugar in water (পানীত চেনি দ্ৰৱীভূত কৰা)

(c) Boiling of water (পানী গৰম কৰা)

(d) Burning of paper (কাগজ জ্বলোৱা)

Ans. (d) Burning of paper (কাগজ জ্বলোৱা)

(iv) Which of the following can prevent or slow down rusting of iron objects? (তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে?)

(a) Storing in a humid place (সেমেকা ঠাইত সংৰক্ষণ কৰা)

(b) Painting or oiling the surface (পৃষ্ঠখনত ৰং বা তেল সনা)

(c) Washing with water often (সঘনাই পানীৰে ধোৱা)

(d) Exposing to rain (বৰষুণৰ সংস্পৰ্শলৈ অনা)

Ans. (b) Painting or oiling the surface (পৃষ্ঠখনত ৰং বা তেল সনা)

Q. 2. Which of the following statements are the characteristics of chemical change?

(তলৰ কোনটো উক্তি বাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য?)

(i) New substance are formed (নতুন পদাৰ্থৰ সৃষ্টি হয়।)

(ii) No new substance is formed (কোনো নতুন পদার্থ উৎপন্ন নহয়।)

(iii) It is usually irreversible (সাধাৰণতে ই অপ্রত্যাৱৰ্তী)

(iv) Only the state of matter changes (কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়।)

(a) (i) and (iii) [(i) আৰু (iii)]

(b) (ii) and (iv) [(ii) আৰু (iv)]

(c) (i) and (ii) [(i) আৰু (ii)]

(d) (iii) and (iv) [(iii) আৰু (iv)]

Ans. (a) (i) and (iii) [(i) আৰু (iii)]

Q. 3. Which of the following changes can be reversed and which cannot be. (তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্রত্যাবর্তন কৰিব নোৱাৰি।)

(a) Melting of ice cubes (বৰফৰ টুকুৰা গলি যোৱা)

(b) Burning of paper (কাগজ জ্বলোৱা)

(c) Inflating a balloon (বেলুন ফুলোৱা)

(d) Digestion of food (খাদ্য হজম হোৱা)

(e) Evaporation of water from wet clothes (ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা)

(f) Rusting of iron (লোহাত মামৰে ধৰা)

(g) Stretching of a rubber band (ৰবৰ বেণ্ড টনা)

(h) Baking a cake (কেক বেকিং কৰা)

(i) Sharpening a pencil (পেঞ্চিল জোঙা কৰা)

(j) Freezing water to make ice (পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা)

Ans. Can be reversed (প্ৰত্যাৱৰ্তন কৰিব পাৰি): (a), (c), (e), (g), (j)
Can not be reversed (প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি): (b), (d), (f), (h), (i)

 Q. 4. State whether the following are True or False. Correct the false one. (তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয়, সেইটো শুদ্ধকৈ লিখা।

(a) Freezing of water is a chemical change. (পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিবৰ্তন)

Ans. False (অশুদ্ধ)। Freezing of water is a physical change because only the state of water changes from liquid to solid. (পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কেৱল পানীৰ অৱস্থা তৰলৰ পৰা কঠিনলৈ সলনি হয়।)

(b) Burning of wood produces new substances like ash, carbon dioxide, and water vapour. (কাঠ জ্বলালে ছাই, কার্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদার্থ উৎপন্ন হয়।)
Ans. True (শুদ্ধ)

(c) Tearing of paper is a physical change. (কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিবৰ্তন।)
Ans. True (শুদ্ধ)

 (d) Boiling water to form steam is a chemical change. (পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিবৰ্তন।) Ans. False (অশুদ্ধ)। Boiling water to form steam is a physical change because only the state of water changes from liquid to gas. (পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কেৱল পানীৰ অৱস্থা তৰলৰ পৰা গেছীয় অৱস্থালৈ সলনি হয়।)

 Q. 5. Fill in the blanks. (খালী ঠাই পূৰ কৰা।)
(a). Rusting of iron is a _____ change and cannot be _____ .(লোহাত মামৰে ধৰাটো এটা পৰিৱৰ্তন _____ আৰু _____ ই হ'ব নোৱাৰে)
Ans. (a) chemical, reversed (ৰাসায়নিক, প্রত্যাৱৰ্তন)

(b) Dissolving salt in water is a _____ change because no _____ substance is formed. (পানীত নিমখ দ্রবীভূত কৰাটো এটা _____ পৰিবৰ্তন, কাৰণ কোনো _____ পদার্থ গঠন নহয়।)
Ans. physical, new (ভৌতিক, নতুন)

(c) The process of cooking rice is a _____ change. (ভাত ৰন্ধা প্রক্রিয়াটো এটা _____ পৰিবৰ্তন।)
Ans. chemical (ৰাসায়নিক)

(d) Melting of butter is a _____ change, but burning butter is a _____ change. (মাখন গলি যোৱাটো এটা _____  পৰিবৰ্তন, কিন্তু মাখন জ্বলোৱাটো এটা _____ পৰিবৰ্তন।)
Ans. physical, chemical (ভৌতিক, ৰাসায়নিক)

Q. 6. Is tearing paper and burning paper the same kind of change? Explain with reasons.
(কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দর্শোৱা।)

Ans. No, tearing paper and burning paper are not the same kind of changes. Tearing paper is a physical change because only the shape and size of the paper change and no new substance is formed. But burning paper is a chemical change because new substances like ash, carbon dioxide and water vapour are produced.
(নহয়, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালি পেলোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কেৱল কাগজৰ আকৃতি আৰু আকাৰ সলনি হয় আৰু কোনো নতুন পদাৰ্থ সৃষ্টি নহয়। কিন্তু কাগজ জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত ছাই, কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়।)

Q. 7. Can rusted iron be changed back to iron? Is rusting a reversible or irreversible change? Explain.
(মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰে ধৰাটো এটা প্রত্যাবর্তী পৰিৱৰ্তন নে অপ্রত্যাবর্তী পৰিৱৰ্তন? ব্যাখ্যা কৰা।)

Ans. No, rusted iron cannot be changed back to iron easily. Rusting is an irreversible change because iron reacts with oxygen and moisture present in the air to form a new substance called rust or iron oxide. Since a new substance is formed, rusting is a chemical change and cannot be reversed easily.
(নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ লোহাই বায়ুত থকা অক্সিজেন আৰু আর্দ্ৰতাৰ লগত বিক্ৰিয়া কৰি মামৰ বা আইৰণ অক্সাইড নামৰ নতুন পদাৰ্থ গঠন কৰে। নতুন পদাৰ্থ সৃষ্টি হোৱা বাবে মামৰে ধৰাটো এক ৰাসায়নিক পৰিৱৰ্তন আৰু ইয়াক সহজে পুনৰ আগৰ অৱস্থালৈ আনিব নোৱাৰি।)

Q. 8. When a candle is lit, both melting of wax and burning of wax take place. Which of these is a physical change and which is a chemical change? Why?
(মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কার্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিবৰ্তন আৰু কোনটো ৰাসায়নিক পৰিবৰ্তন? কিয়?)

Ans. Melting of wax is a physical change, while burning of wax is a chemical change. In melting, only the state of wax changes from solid to liquid and no new substance is formed. But during burning, new substances such as carbon dioxide and water vapour are produced.
(মম গলাটো এটা ভৌতিক পৰিৱৰ্তন, আনহাতে মম জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন। মম গলিলে কেৱল ইয়াৰ অৱস্থা কঠিনৰ পৰা তৰললৈ সলনি হয় আৰু কোনো নতুন পদাৰ্থ সৃষ্টি নহয়। কিন্তু মম জ্বলিলে কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়।)

 Q. 9. Read the following short story and answer the questions.
A farmer collects fresh sugarcane juice (physical change/chemical change). He boils the juice to make jaggery (physical change/chemical change). Later, he grinds the jaggery to powder form (physical change/chemical change). The farmer uses some jaggery to make sweets, where jaggery is heated and mixed with peanuts to form chikki (physical change/chemical change).

Give a suitable title to the story and tick the correct option in brackets.

(তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে (ভৌতিক পৰিবৰ্তন/ ৰাসায়নিক পৰিৱৰ্তন) । তেখেতে ৰসখিনি উতলাই গুড় (ভৌতিক পৰিবৰ্তন/ ৰাসায়নিক পৰিৱৰ্তন) তৈয়াৰ কৰে। পাছলৈ গুড় খুন্দি গুড়ি কৰে (ভৌতিক পৰিৱৰ্তন/ ৰাসায়নিক পৰিৱৰ্তন) ।

কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি (ভৌতিক পৰিৱৰ্তন/ ৰাসায়নিক পৰিবৰ্তন) তৈয়াৰ কৰে। কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বন্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা।)
Ans. Title to the story: From sugarcane to chikki. Correct options respectively are physical, chemical, physical, chemical.
(কাহিনীটোৰ নাম: কুঁহিয়াৰৰ পৰা চিকিলৈ। একাদিক্রমে শুদ্ধ বিকল্পবোৰ হ'ল-ভৌতিক, ৰাসায়নিক, ভৌতিক, ৰাসায়নিক।)

Q. 10. Some changes are given here. Write physical changes in the area marked 'A', chemical changes in the area marked 'B', and both physical & chemical changes in the area marked 'C'.

(ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে। ভৌতিক পৰিৱৰ্তনবোৰ 'A' ৰে চিহ্নিত কৰা, ৰাসায়নিক পৰিৱৰ্তনবোৰ 'B' ৰে চিহ্নিত কৰা, আৰু ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োবিধ পৰিবৰ্তনক 'C' ৰে চিহ্নিত কৰা।)

Freezing of milk into ice cream (গাখীৰ ঠাণ্ডা কৰি পৰিণত কৰা)
Photosynthesis in plants (উদ্ভিদৰ সালোক সংশ্লেষণ প্রক্রিয়া)
Melting of gold (সোণ গলোবা)
Burning of paper (কাগজ জ্বলোৱা)
Breaking of a glass bottle (কাঁচৰ বটল ভাঙি যোৱা)
Condensation of water vapour (জলীয় বাষ্পক ঘনীভূত কৰা)
Cooking rice (ভাত বন্ধা)
Lighting of matchstics (জুইশলাৰ কাঠী জ্বলোৱা)
Ans. (i) Freezing of milk into ice cream (গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিণত কৰা - A
(ii) Photosynthesis in plants (উদ্ভিদৰ সালোক সংশ্লেষণ প্রক্রিয়া)-B
(iii) Melting of gold (সোণ লগোৱা)-A
(iv) Burning of paper (কাগজ জ্বলোৱা) - B
(v) Breaking of a glass bottle (কাঁচৰ বটল ভাঙি যোৱা) - A
(vi) Condensation of water vapour (জলীয় বাষ্পক ঘনীভূত কৰা) - A
(vii) Cooking rice (ভাত ৰন্ধা) - B
(viii) Lighting of matchstics (জুইশলাৰ কাঠী জ্বলোৱা) B

 Q. 11. Ravi wanted to test which substances release carbon dioxide when mixed. He tried the following: (ৰৱিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদার্থ মিহলি কৰিলে কার্বন ডাই অক্সাইড গেছ নির্গত হয়। তেওঁ তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল।)
(a) Baking soda + lemon juice (বেকিং ছ'ডা নেমু টেঙাৰ ৰস)
(b) Sugar + water (চেনি + পানী)
(c) Vinegar + washing soda (ভিনেগাৰ কাপোৰ ধোৱা ছ'ডা)
(d) Salt + water (নিমখ + পানী)

He passed the gas released in each through lime water. In which cases will the lime water turn milky? Write the reason with a simple chemical reaction. (প্রতিটো ক্ষেত্রতে নির্গত হোৱা গেছ তেওঁ চুণৰ পানীৰ মাজেৰে প্রবাহিত কৰিছিল। কোনবোৰৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব? এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা।)
Ans. In cases (a) and (c) lime water will turn milky. Because in these cases chemical reaction will occur releasing carbon dioxide gas.
(a) Baking soda + lemon juice Carbon dioxide + other substance.
(c) Vinegar + washing soda carbon dioxide + other substances
(a) আৰু (c) ৰ ক্ষেত্ৰত চূণপানী গাখীৰৰ দৰে বগা হ'ব। কাৰণ এই দুয়ো ক্ষেত্রত ৰাসায়নিক বিক্রিয়া সংঘটিত হৈ কার্বন ডাইঅক্সাইড গেছ উৎপন্ন হ'ব।
(a) বেকিং ছ'ডা + নেমু টেঙাৰ বস কার্বন ডাই অক্সাইড অন্যান্য পদার্থ।
(c) ভিনেগাৰ + কাপোৰ ধোৱা ছ'ডা কার্বন ডাই অক্সাইড অন্যান্য পদার্থ।
Carbon dioxide reacts with lime water to produce calcium carbonate which turns lime water milky. The reaction is -
    Calcium hydroxide + carbon dioxide calcium carbonate + water. কার্বন ডাইঅক্সাইড চুণপানীৰ লগত বিক্রিয়া কৰি কেলচিয়াম কার্বনেট উৎপন্ন কৰে, যিয়ে চূণপানী গাখীৰৰ দৰে বগা কৰে। বিক্ৰিয়াটো হ'ল- কেলচিয়াম হাইড্র 'ক্সাইড + কার্বন ডাই অক্সাইড কেলচিয়াম কার্বনেট + পানী।