CLIMATE CHANGE AND ITS IMPACTS
জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ
Chapter-6
Q. 1. Darken the circle for correct answer
(শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকে পূৰ কৰা।)
(i) Which gas is the main cause of global
warming? (কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে?)
(a) Oxygen (অক্সিজেন)
(b) Carbon dioxide (কার্বন
ডাই অক্সাইড)
(c) Hydrogen (হাইড্র'জেন)
(d) Nitrogen (নাইট্র'জেন)
Ans. (b)
(ii) Which of the following is not a
greenhouse gas? (তলৰ কোনটো সেউজগৃহ গেছ নহয়?)
(a) Carbon dioxide (কার্বন
ডাইঅক্সাইড)
(b) Methane (মিথেন)
(c) Nitrous oxide (নাইট্রাছ
অক্সাইড)
(d) Oxygen (অক্সিজেন)
Ans. (d)
(iii) Climate change mainly refers to (জলবায়ু পৰিবৰ্তনে মূলতঃ তলৰ কোনটো বুজায়-)
(a) Daily weather changes (দৈনিক
বতৰৰ পৰিৱৰ্তন)
(b) Weekly weather changes (সাপ্তাহিক
বতৰৰ পৰিৱৰ্তন)
(c) Long-term changes in temperature and
rainfall (উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন)
(d) Change of climate with seasons (ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন)
Ans. (c)
(iv) Planting more trees helps in-
(তলৰ কোনটোক অধিক বৃক্ষৰোপণে
সহায় কৰে-)
(a) Increasing global warming (গোলকীয় উষ্ণতা বৃদ্ধিত)
(b) Reducing oxygen (অক্সিজেনৰ
পৰিমাণ হ্রাস কৰাত)
(c) Increasing ozone hole (অজ'ন বিন্ধাৰ বৃদ্ধিত)
(d) Reducing carbon dioxide (কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত)
Ans. (d)
(v) Melting of glaciers due to climate
change causes
(জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে?)
(a) Earthquake (ভূমিকম্প)
(b) Volcano (আগ্নেয়গিৰিৰ উদ্দ্গীৰণ)
(c) Floods and sea level rise (বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি)
(d) Landslide (ভূমিস্খলন)
Ans. (c)
Q. 2. Fill in the blanks (খালী
ঠাই পূৰ কৰা -)
(a) The gradual increase in Earth's
average temperature is called
(পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে
বৃদ্ধি হোৱাক বুলি কোৱা হয়।)
Ans. global warming (গোলকীয় উষ্ণতা বৃদ্ধি)
(b) is the main greenhouse gas released
from vehicles. হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।)
Ans. carbon dioxide (কার্বন ডাইঅক্সাইড)
(c) The process of cutting down forests is
called (বনাঞ্চলৰ গছ-গছনি কাটি পেলোৱাটোকে বুলি কোৱা হয়।)
Ans. deforestation (নিৰ্বনানীকৰণ)
(d) Planting trees increases in the
atmosphere. বৃদ্ধি কৰে।) (বৃক্ষৰোপণে বায়ুমণ্ডলত
Ans. oxygen (অক্সিজেন)
Q. 3. True or False (শুদ্ধ
নে অশুদ্ধ লিখা-)
(a) Climate change only affects humans,
not animals. (True/False)
(জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত
কৰে।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(b) Burning fossil fuels adds greenhouse
gases to the atmosphere. (True/False)
(জীৱাশ্ম ইন্ধন জ্বলালে
বায়ুমণ্ডললৈ সেউজগৃহ গেছ নির্গত হয়।) (শুদ্ধ/অশুদ্ধ)
Ans. (b) True (শুদ্ধ)
(c) Deforestation helps in reducing global
warming. (True/False)
(নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্রাস কৰাত
সহায় কৰে।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(d) Global warming has no connection with
sea level rise. (True/False)
(গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে
সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(e) Planting trees is one solution to
reduce climate change. (True/False)
(জলবায়ু পৰিৱৰ্তন হ্রাস কৰাৰ
এটা সমাধান হ'ল বৃক্ষৰোপণ।) (শুদ্ধ/অশুদ্ধ)
Ans. True (শুদ্ধ)
Q. 4. Match the following: (তলত
দিয়াবোৰ মিলোৱাঃ)
Column A (স্তম্ভ A)
Column B (স্তম্ভ B)
(a) Methane (মিথেন)
(i) Released by burning fossil fuels (জীৱাশ্ম
ইন্ধনৰ দহনত ওলায়।)
(b) Sea level rise (সাগৰৰ জলপৃষ্ঠৰ
উচ্চতা বৃদ্ধি)
(ii) Rise in Earth's temperature (পৃথিৱীৰ
উষ্ণতা বৃদ্ধি)
(c) Global warming (গোলকীয় উষ্ণতা
বৃদ্ধি)
(iii) Melting of glaciers (হিমবাহৰ
গলন)
(d) Carbon dioxide (কার্বন ডাইঅক্সাইড)
(iv) Green house gas from cattle. (গৰু-ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ)
Ans. (a) - (iv), (b) -
(iii), (c) - (ii), (d) - (i)
Q. 5. Name and describe briefly the
different climatic zones of India.
(ভাৰতৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা
কৰা।)
Ans. The different
climatic zones of India are –
(i) Tropical Wet:
These regions receive heavy rainfall throughout most of the year. The climate
remains hot and humid and evergreen forests are found here.
(ii) Tropical Wet
and Dry: These areas receive rainfall mainly during the monsoon season.
Summers are hot and dry, and deciduous forests grow here.
(iii) Sub-tropical
Humid: These regions experience hot summers, cold winters and moderate to
heavy rainfall during monsoon. Deciduous forests are common here.
(iv) Semi-arid:
These areas receive low rainfall. Summers are very hot and vegetation mainly
includes grasses and thorny bushes.
(v) Arid or Desert
Climate: These regions get very little rainfall. Days are extremely hot and
nights are cold. Vegetation is very scarce.
(vi) Montane or
Alpine Climate: These regions are found in high mountains. The climate is
cold and snowfall occurs during winter. Pine forests are commonly found here.
[ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহ
হ’ল—
ক্রান্তীয় সেমেকা:
এই জলবায়ু মণ্ডলৰ অন্তৰ্গত অঞ্চলবোৰত অত্যধিক বৰষুণ হয় আৰু বছৰটোৰ বেছিভাগ সময়তে
বৰষুণ দি থাকে। বৰষুণৰ পৰিমাণ প্রতি বছৰে 2000
মিলিমিটাৰতকৈ
অধিক হ'ব পাৰে। তদুপৰি বতাহ গোটেই বছৰজুৰি
আৰ্দ্ৰ হৈ থাকে। বর্ষাকাল দীঘলীয়া আৰু খৰালিকাল (শীতকাল) চুটি হয়। এইবোৰ অঞ্চলত ঘন
চিৰসেউজ অৰণ্য পোৱা যায়। যেনে- পশ্চিমঘাট অঞ্চল, কেৰেলা, অসম
আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, আন্দামান
আৰু নিকোবৰ দ্বীপপুঞ্জ।
ক্রান্তীয় সেমেকা আৰু শুকান:
এই অঞ্চলসমূহত বর্ষাকালত মধ্যমীয়াৰপৰা প্ৰবল বৰষুণ হয়। এইবোৰ অঞ্চলৰ বৰ্ষাকাল আৰু
খৰালিকাল দুয়োটা পৃথক আৰু স্পষ্ট। খৰালিকাল দীঘলীয়া আৰু গ্রীষ্মকাল অতি উষ্ণ হয়।
এইবোৰ অঞ্চলত পৰ্ণপাতী অৰণ্য পোৱা যায়। যেনে- দাক্ষিণাত্য মালভূমি, কর্ণাটক, তামিলনাডু, ওড়িশা, পশ্চিমবংগ।
উপ-ক্রান্তীয় আর্দ্র:
এই অঞ্চলসমূহত বর্ষাকালত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণ হয়। অতিপাত গৰম আৰু আর্দ্র
গ্রীষ্মকাল তথা অতিপাত শীতল আৰু শুকান শীতকাল এইবোৰ অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য।
পর্ণপাতী অৰণ্য এইবোৰ অঞ্চলৰ আন এক বৈশিষ্ট্য। যেনে- উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাব, হাৰিয়ানা।
অর্ধ-শুষ্কঃ এইবোৰ অঞ্চলত কম
বৰষুণ (বছৰি 300-750 মিলিমিটাৰ)
হয়। অতি গৰম গ্রীষ্মকাল আৰু মৃদু শীতকাল এইবোৰ অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য। জলবায়ু
শুকান যদিও মৰুভূমিৰ দৰে শুকান নহয়। কাঁইটীয়া জোপোহা জাতীয় উদ্ভিদ আৰু ঘাঁহনি
এইবোৰ অঞ্চলৰ উদ্ভিদৰ বৈশিষ্ট্য। যেনে- ৰাজস্থান, গুজৰাট (কচ), অভ্যন্তৰীণ
তামিলনাডু।
শুষ্ক মৰুভূমিঃ
এই অঞ্চলত অতি কম বৰষুণ (বছৰি 250 মিলিমিটাৰতকৈ
কম) হয়। অতি শুকান বায়ু, অত্যন্ত
গৰম দিন আৰু শীতল ৰাতি এইবোৰ অঞ্চলৰ বৈশিষ্ট্য। দিনৰ ভাগৰ উষ্ণতা 50 ডিগ্রী ছেলছিয়াছলৈকে হ'ব পাৰে। এইবোৰ অঞ্চলত গছ-গছনিৰ
উপস্থিতি বিৰল। যেনে- থৰ মৰুভূমি (পশ্চিম ৰাজস্থান)।
পার্বত্য (আলপাইন):
সাগৰ পৃষ্ঠৰ পৰা উচ্চতা অতি বেছি হোৱা বাবে এইবোৰ অঞ্চলৰ
জলবায়ু
বছৰৰ বেছিভাগ সময়ে ঠাণ্ডা হৈ থাকে আৰু শীতকালত বৰফ পৰে। শীতল গ্রীষ্মকাল এই অঞ্চলৰ
বৈশিষ্ট্য। এইবোৰ অঞ্চলত পাইনজাতীয় উদ্ভিদৰ অৰণ্য দেখা যায়। যেনে- হিমালয় অঞ্চলৰ
ৰাজ্যসমূহ (জম্মু আৰু কাশ্মীৰ, হিমাচল
প্রদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ
কিছু অংশ)।
Q. 6. What is climate change? Explain with
suitable examples.
(জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা
কৰা।)
Ans. Climate change
means long-term changes in the average weather conditions of the Earth. It
includes changes in temperature, rainfall and seasonal patterns over many
years. Examples of climate change are global warming, melting of glaciers and
polar ice, rise in sea level, floods and droughts.
(জলবায়ু পৰিৱৰ্তন মানে পৃথিৱীৰ গড় বতৰৰ
অৱস্থাত দীর্ঘসময় ধৰি হোৱা পৰিৱৰ্তন। ইয়াৰ ভিতৰত উষ্ণতা, বৰষুণ
আৰু ঋতুচক্ৰৰ ধৰণৰ পৰিৱৰ্তন অন্তর্ভুক্ত। জলবায়ু পৰিৱৰ্তনৰ উদাহৰণ হ’ল বিশ্ব
উষ্ণায়ন, হিমবাহ আৰু মেৰু অঞ্চলৰ বৰফ গলা, সাগৰৰ পানীৰ স্তৰ বৃদ্ধি, বানপানী আৰু খৰাং।)
Q. 7. Why is climate
change considered one of the biggest challenges facing the world today?
(বর্তমান পৃথিৱীয়ে সম্মুখীন হোৱা আটাইতকৈ
ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়?)
Ans. Climate change is considered one of the biggest
challenges because it affects many parts of the Earth and human life. It causes
increase in global temperature, heatwaves, melting of glaciers and polar ice,
floods, droughts and irregular rainfall. It also affects agriculture,
biodiversity and human health.
(জলবায়ু পৰিৱৰ্তনক বর্তমান পৃথিৱীৰ অন্যতম ডাঙৰ
প্ৰত্যাহ্বান বুলি গণ্য কৰা হয়, কাৰণ
ই পৃথিৱী আৰু মানৱ জীৱনৰ বহু ক্ষেত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত বিশ্ব উষ্ণতা বৃদ্ধি, উষ্ণ প্রবাহ, হিমবাহ আৰু মেৰু অঞ্চলৰ
বৰফ গলন, বানপানী, খৰাং আৰু অস্বাভাৱিক বৰষুণ
দেখা যায়। ই কৃষি, জীৱবৈচিত্ৰ্য
আৰু মানুহৰ স্বাস্থ্যতো কু-প্ৰভাৱ পেলায়।)
Q. 8. What is global
warming? Explain it with reference to the greenhouse effect.
(গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ
সম্পৰ্ক ব্যাখ্যা কৰা।)
Ans. Global warming means the gradual increase in the average
temperature of the Earth. It happens due to the increase of greenhouse gases
like carbon dioxide, methane and nitrous oxide in the atmosphere. These gases
trap the heat radiated from the Earth and prevent it from escaping into space.
This process is called the greenhouse effect. Excess greenhouse gases increase
this effect and cause global warming.
(গোলকীয় উষ্ণতা বৃদ্ধি মানে পৃথিৱীৰ গড় উষ্ণতা ধীরে ধীরে
বৃদ্ধি পোৱা। বায়ুমণ্ডলত কার্বন ডাইঅক্সাইড, মিথেন
আৰু নাইট্রাছ অক্সাইডৰ দৰে সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত এই ঘটনা ঘটে। এই
গেছবোৰে পৃথিৱীৰ পৰা বিকিৰিত তাপ ধৰি ৰাখে আৰু মহাকাশলৈ যাবলৈ বাধা দিয়ে। এই
প্ৰক্ৰিয়াক সেউজগৃহ প্ৰভাৱ বোলে। সেউজগৃহ গেছৰ অত্যধিক বৃদ্ধিয়ে এই প্ৰভাৱ বৃদ্ধি
কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ সৃষ্টি কৰে।)
Q. 9. How do human
activities cause global warming, and why is it considered a serious
environmental problem?
(মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি
কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়?)
Ans. Human activities such as burning fossil fuels, cutting
down forests, industrial activities, waste burning and the use of vehicles
increase the amount of greenhouse gases in the atmosphere. This leads to global
warming. It is considered a serious environmental problem because it causes
rise in temperature, heatwaves, melting of glaciers, rise in sea level, floods,
droughts and other extreme weather conditions.
(জীৱাশ্ম ইন্ধন দহন, বননিধন, উদ্যোগিক কার্যকলাপ, আৱৰ্জনা জ্বলাই দিয়া আৰু
যানবাহনৰ ব্যৱহাৰৰ দৰে মানুহৰ কাৰ্যকলাপে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি
কৰে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায়। ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি
গণ্য কৰা হয়, কাৰণ
ই উষ্ণতা বৃদ্ধি, উষ্ণ
প্রবাহ, হিমবাহ গলন, সাগৰৰ পানীৰ স্তৰ বৃদ্ধি, বানপানী, খৰাং আৰু অন্যান্য চৰম
বতৰৰ পৰিস্থিতিৰ সৃষ্টি কৰে।)
CLIMATE CHANGE AND ITS IMPACTS
জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ
Chapter-6
Q. 1. Darken the circle for correct answer
(শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকে পূৰ কৰা।)
(i) Which gas is the main cause of global
warming? (কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে?)
(a) Oxygen (অক্সিজেন)
(b) Carbon dioxide (কার্বন
ডাই অক্সাইড)
(c) Hydrogen (হাইড্র'জেন)
(d) Nitrogen (নাইট্র'জেন)
Ans. (b)
(ii) Which of the following is not a
greenhouse gas? (তলৰ কোনটো সেউজগৃহ গেছ নহয়?)
(a) Carbon dioxide (কার্বন
ডাইঅক্সাইড)
(b) Methane (মিথেন)
(c) Nitrous oxide (নাইট্রাছ
অক্সাইড)
(d) Oxygen (অক্সিজেন)
Ans. (d)
(iii) Climate change mainly refers to (জলবায়ু পৰিবৰ্তনে মূলতঃ তলৰ কোনটো বুজায়-)
(a) Daily weather changes (দৈনিক
বতৰৰ পৰিৱৰ্তন)
(b) Weekly weather changes (সাপ্তাহিক
বতৰৰ পৰিৱৰ্তন)
(c) Long-term changes in temperature and
rainfall (উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন)
(d) Change of climate with seasons (ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন)
Ans. (c)
(iv) Planting more trees helps in-
(তলৰ কোনটোক অধিক বৃক্ষৰোপণে
সহায় কৰে-)
(a) Increasing global warming (গোলকীয় উষ্ণতা বৃদ্ধিত)
(b) Reducing oxygen (অক্সিজেনৰ
পৰিমাণ হ্রাস কৰাত)
(c) Increasing ozone hole (অজ'ন বিন্ধাৰ বৃদ্ধিত)
(d) Reducing carbon dioxide (কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত)
Ans. (d)
(v) Melting of glaciers due to climate
change causes
(জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে?)
(a) Earthquake (ভূমিকম্প)
(b) Volcano (আগ্নেয়গিৰিৰ উদ্দ্গীৰণ)
(c) Floods and sea level rise (বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি)
(d) Landslide (ভূমিস্খলন)
Ans. (c)
Q. 2. Fill in the blanks (খালী ঠাই পূৰ কৰা -)
(a) The gradual increase in Earth's
average temperature is called
(পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে
বৃদ্ধি হোৱাক বুলি কোৱা হয়।)
Ans. global warming (গোলকীয় উষ্ণতা বৃদ্ধি)
(b) is the main greenhouse gas released
from vehicles. হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।)
Ans. carbon dioxide (কার্বন ডাইঅক্সাইড)
(c) The process of cutting down forests is
called (বনাঞ্চলৰ গছ-গছনি কাটি পেলোৱাটোকে বুলি কোৱা হয়।)
Ans. deforestation (নিৰ্বনানীকৰণ)
(d) Planting trees increases in the
atmosphere. বৃদ্ধি কৰে।) (বৃক্ষৰোপণে বায়ুমণ্ডলত
Ans. oxygen (অক্সিজেন)
Q. 3. True or False (শুদ্ধ
নে অশুদ্ধ লিখা-)
(a) Climate change only affects humans,
not animals. (True/False)
(জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত
কৰে।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(b) Burning fossil fuels adds greenhouse
gases to the atmosphere. (True/False)
(জীৱাশ্ম ইন্ধন জ্বলালে
বায়ুমণ্ডললৈ সেউজগৃহ গেছ নির্গত হয়।) (শুদ্ধ/অশুদ্ধ)
Ans. (b) True (শুদ্ধ)
(c) Deforestation helps in reducing global
warming. (True/False)
(নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্রাস কৰাত
সহায় কৰে।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(d) Global warming has no connection with
sea level rise. (True/False)
(গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে
সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই।) (শুদ্ধ/অশুদ্ধ)
Ans. False (অশুদ্ধ)
(e) Planting trees is one solution to
reduce climate change. (True/False)
(জলবায়ু পৰিৱৰ্তন হ্রাস কৰাৰ
এটা সমাধান হ'ল বৃক্ষৰোপণ।) (শুদ্ধ/অশুদ্ধ)
Ans. True (শুদ্ধ)
Q. 4. Match the following: (তলত
দিয়াবোৰ মিলোৱাঃ)
|
Column A (স্তম্ভ A) |
Column B (স্তম্ভ B) |
|
(a) Methane (মিথেন) |
(i) Released by burning fossil fuels (জীৱাশ্ম
ইন্ধনৰ দহনত ওলায়।) |
|
(b) Sea level rise (সাগৰৰ জলপৃষ্ঠৰ
উচ্চতা বৃদ্ধি) |
(ii) Rise in Earth's temperature (পৃথিৱীৰ
উষ্ণতা বৃদ্ধি) |
|
(c) Global warming (গোলকীয় উষ্ণতা
বৃদ্ধি) |
(iii) Melting of glaciers (হিমবাহৰ
গলন) |
|
(d) Carbon dioxide (কার্বন ডাইঅক্সাইড) |
(iv) Green house gas from cattle. (গৰু-ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ) |