কৃষক
পাঠ-৪
পাঠভিত্তিক:
প্রশ্ন ১। তলৰ পদ্যফাকিৰ আঁচ টনা শব্দকেইটাৰ ঠাইৰ কাষৰ বাকচত থকা একে অর্থ মিলা শব্দ আনি পদ্যফাঁকি পুনৰ লিখা।
তোমাৰ যহতে লোকে আর্জি বিদ্যাধন
স্বদেশৰ উন্নতি সাধিছে
তোমাৰে উৎপন্ন লৈ কিনা-বেচা কৰি
সদাগৰে লক্ষ্মীক বান্ধিছে।
উন্নয়ন
ঘটি
সাউদে
উৎপাদন
ক্রয়-বিক্রয়
মানুহে
মাতৃভূমি
উত্তৰঃ
তোমাৰ যহতে মানুহে ঘটি বিদ্যাধন
মাতৃভূমি উন্নয়ন সাধিছে
তোমাৰে উৎপাদন লৈ ক্রয়-বিক্ৰয় কৰি
সাউদে লক্ষ্মীক বান্ধিছে।
প্রশ্ন ২। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
● "সদাগৰে লক্ষ্মীক বান্ধিছে।" ইয়াত 'লক্ষ্মীক বান্ধিছে' বাক্যাংশই কি বুজাইছে?
(ক) ধন-সম্পত্তি বন্দী কৰি ৰাখিছে
(খ) ধন-সম্পত্তিবে ভঁৰাল সাজিছে
(গ) ধন-সম্পত্তি আহৰণ কৰি চহকী হৈছে
ঘ) ধন-সম্পত্তি আছুতীয়াকৈ ৰাখিছে।
উত্তৰঃ (খ) ধন-সম্পত্তিৰে ভঁৰাল সাজিছে।
● কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে?
(ক) পিতৃৰ
(খ) সমাজৰ
(গ) কৃষকৰ
(ঘ) সদাগৰৰ
উত্তৰঃ (ক) পিতৃৰ।
প্রশ্ন ৩। কবিতাটোৰ মূলভাব লিখা।
উত্তৰ: আমাৰ দেশ এখন কৃষিপ্রধান দেশ আৰু কৃষকসকল সমাজৰ অতি প্রয়োজনীয় অংশ। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই দেশবাসীয়ে খাদ্য লাভ কৰে। পুৰণিকালৰ পৰা কৃষিকেই মানুহৰ প্রধান বৃত্তি হিচাপে গণ্য কৰা হৈছে। সমাজৰ সকলো লোকেই প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষকৰ উৎপাদিত শস্যই মানুহৰ জীৱন ধাৰণত সহায় কৰে আৰু দেশৰ অর্থনৈতিক উন্নতিতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।