MEASUREMENT OF TIME AND MOTION
সময় আৰু গতিৰ জোখ-মাখ
CHAPTER 7
EXERCISE (অনুশীলনী)
Q. 1. Darken the circle of correct answer
(শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকে পূৰ কৰা।)
(i) Speed of a car that covers 300 m
distance in 30 s is
(30 ছেকেণ্ডত 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন গাড়ীৰ দ্রুতি হৈছে)
(a) 10 m/s
(b) 20 m/s
(c) 30 m/s
(d) 40 m/s
Ans. (a)
(ii) Speed 72 km/h can be expressed as -
(72 km/h দ্রুতিক প্রকাশ কৰিব
পাৰি-)
(a) 40 m/s
(b) 60 m/s
(c) 10 m/s
(d) 20 m/s
Ans. (d)
(iii) SI unit of average speed is
(গড় দ্রুতিৰ SI একক হৈছে-)
(a) km/s
(b) m/h
(c) m/s
(d) mm/s
Ans. (c)
(iv) Smallest time interval that can be
measured in a normal wall clock is (সাধাৰণ দেৱাল ঘড়ীৰ দ্বাৰা
জুখিব পৰা সূক্ষ্মতম সময়ৰ ব্যৱধান হৈছে-)
(a) 1 Hour (1 ঘণ্টা)
(b) 1 Minute (1 মিনিট)
(c) Half an hour (আধা ঘণ্টা)
(d) 1 Second (1 ছেকেণ্ড)
Ans. (d)
Q. 2. Fill up the blanks (খালী
ঠাই পূৰ কৰা।)
(a) An object moving along a straight line
with a constant speed is said to be in ________ motion.
(এডাল সৰল ৰেখাত একে দ্রুতিত
গতি কৰি থকা বস্তু এটাক _____থকা বুলি কোৱা হয়।)
Ans. (a) Uniform
linear (সুষম ৰৈখিক)
(b) If the speed of an object moving along
a straight line keeps changing, it is said to be in _________ motion.
(এডাল সৰল ৰেখাত গতি কৰি থকা
কোনো বস্তুৰ দ্রুতি যদি পৰিৱৰ্তন হৈ থাকে, তাৰ গতিক ________
গতি বুলি কোৱা হয়।)
Ans. Non-uniform linear
(বিষম ৰৈখিক)
Q. 3. A bus travels at a speed of 20 m/s
and covers a distance of 288 km. How much time does it take? Find the answer in
hour, minute and second.
(এখন বাছে 20 m/s দ্রুতিৰে 288 km ৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময়
প্রয়োজন হ'ব? উত্তৰটো ঘণ্টা, মিনিট আৰু ছেকেণ্ডত প্ৰকাশ কৰা।)
Ans.
= 72 km/h
Distance(দূৰত্ব) = 288 km.
In minute (মিনিটত):
Time taken (প্রয়োজনীয় সময়) = 4 ×
60 min (মিনিট) = 240 min (মিনিট)
In second (ছেকেণ্ডত):
Time taken (প্রয়োজনীয় সময়) = 240
× 60s (ছেকেণ্ড) = 14,400 s (ছেকেণ্ড)
Q.4. Write three examples of non-uniform
motion from your daily life.
(তুমি দৈনন্দিন জীৱনত দেখা পোৱা বিষম গতিৰ তিনিটা উদাহৰণ লিখা।)
Ans.
(i) Movement
of a bus on a crowded street.
(ভিৰ থকা পথ এটাত চলি থকা বাছ এখনৰ গতি।)
(ii) Motion of a runner
during a competition.
(প্ৰতিযোগিতাৰ সময়ত এজন দৌৰবিদৰ গতি।)
(iii) Movement of a ball
thrown straight upward.
(সোজাকৈ ওপৰলৈ নিক্ষেপ কৰা বল এটাৰ গতি।)
Q.5. Why is uniform motion over a long
distance considered an ideal case? Explain with examples.
(দীঘলীয়া দূৰত্বৰ সুষম গতিক কিয় এক আদর্শ ঘটনা বুলি গণ্য কৰা হয়?
উদাহৰণৰ সৈতে বুজাই লিখা।)
Ans. Uniform motion
over a long distance is called an ideal case because in practical life it is
very difficult for an object to move continuously with the same speed for a
long time. Most objects change their speed while moving.
For example, a person cannot walk or run at the same speed all the time. In the
same way, a vehicle on the road also cannot maintain a fixed speed due to
traffic and road conditions.
(দীঘলীয়া দূৰত্বৰ সুষম গতিক এক আদর্শ ঘটনা বুলি কোৱা হয়, কাৰণ বাস্তৱ জীৱনত কোনো বস্তুৱে বহু সময় ধৰি একে দ্রুতিৰে গতি কৰি থকা খুব
কঠিন। অধিকাংশ বস্তুৰ গতি চলাচলৰ সময়ত সলনি হৈ থাকে।
উদাহৰণস্বৰূপে, এজন মানুহে সদায় একে দ্রুতিৰে
খোজ কাঢ়িব বা দৌৰিব নোৱাৰে। একেদৰে, যানজঁট আৰু পথৰ অৱস্থাৰ
বাবে এখন বাহনেও স্থিৰ দ্রুতি বজাই ৰাখিব নোৱাৰে।)
Q. 6. Make list of 5 animals or objects
and compare their speed with average walking and running speed of human.
(5 টা প্রাণী বা বস্তুৰ
তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ দ্রুতিক মানুহৰ গড় খোজ কঢ়া দ্রুতি আৰু দৌৰৰ
দ্রুতিৰ সৈতে তুলনা কৰা।)
Ans. Do it yourself. (তুমি নিজে কৰা।)
Q. 7. Assertion: A car moving through
crowded city streets often has non-uniform motion.
Reason: In non-uniform motion, an object
travels unequal distances in equal intervals of time.
Choose the correct option:
(a) Both Assertion and
Reason are true, and Reason is the correct explanation of Assertion.
(b) Both Assertion and
Reason are true, but Reason is not the correct explanation of Assertion.
(c) Assertion is true, but
Reason is false.
(d) Assertion is false, but
Reason is true.
(তলত দুটা বাক্য দিয়া হৈছে,
তাৰে এটা উক্তি আৰু আনটো যুক্তি-উক্তি: জনবহুল চহৰৰ ৰাস্তাৰ মাজেৰে
যোৱা এখন গাড়ী প্রায়ে বিষম গতিত থাকে। যুক্তিঃ বিষম গতিত, বস্তু
এটাই সমান সময়ৰ ব্যৱধানত অসম দূৰত্ব অতিক্ৰম কৰে।
তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি
উলিওৱা।
(a) উক্তি আৰু
যুক্তি দুয়োটা সঁচা, আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা।
(b) উক্তি আৰু
যুক্তি দুয়োটা সঁচা, কিন্তু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয়।
(c) উক্তি সঁচা,
কিন্তু যুক্তি মিছা।
(d) উক্তি মিছা,
কিন্তু যুক্তি সঁচা।
Ans. (a) Both Assertion
and Reason are true, and Reason is the correct explanation of Assertion. (উক্তি আৰু যুক্তি দুয়োটা সঁচা, আৰু যুক্তি হৈছে
উক্তিৰ সঠিক ব্যাখ্যা।)
Q. 8. Choose any track and field event,
such as the 100 m, 200 m, or 400 m race. Using the Internet, find the current
national record and the Olympic record for the same event. Compare the timings.
(যিকোনো এবিধ ট্রেক আৰু ফিল্ড
ইভেন্ট বাছনি কৰা, যেনে 100 মিটাৰ,
200 মিটাৰ বা 400 মিটাৰ দৌৰ। ইণ্টাৰনেট
ব্যৱহাৰ কৰি, একেটা ইভেন্টৰ বাবে বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ
আৰু অলিম্পিক অভিলেখ বিচাৰি উলিওৱা আৰু তুলনা কৰা।)
|
Event (প্রতিযোগিতা) |
National record (ৰাষ্ট্ৰীয় অভিলেখ) |
Olympic record (অলিম্পিক অভিলেখ) |
Difference (পার্থক্য) |
|
100m |
|||
|
200m |
|
|
|
|
400m |
|
|
|
Ans.
|
Event (প্রতিযোগিতা) |
National record (ৰাষ্ট্ৰীয় অভিলেখ) |
Olympic record (অলিম্পিক অভিলেখ) |
Difference (পার্থক্য) |
|
100m |
10.18 sec. |
9.63 sec. |
0.55 sec. |
|
200m |
20.32 sec. |
19.30 sec. |
1.02 sec. |
|
400m |
45.12 sec. |
43.03 sec. |
2.09 sec. |
Q.9. A train travels 120 km in the first two hours, 150 km in the next two hours, and 100 km in the last hour. Is the motion uniform? Justify your answer. Also, calculate the train's average speed.
(এখন ৰে'ল প্ৰথম দুঘণ্টাত 120 কিল'মিটাৰ, পৰৱৰ্তী দুঘণ্টাত 150 কিল'মিটাৰ আৰু অন্তিম ঘণ্টাত 100 কিল'মিটাৰ অতিক্ৰম কৰে। এই গতি সুষম নে? তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখা কৰা। লগতে ৰে'লখনৰ গড় দ্রুতি নিৰ্ণয় কৰা।)
Ans. The motion is not
uniform. Because the train travels unequal distances in equal intervals of
time.
(এই গতি সুষম নহয়। কাৰণ ৰে'লখনে সমান সময়ৰ ব্যৱধানত অসম দূৰত্ব অতিক্ৰম কৰিছে।
Q.10. Partha decides to visit his friend
in a nearby town 60 km away. He starts his journey on his scooter at 8:00 a.m.
and rides at a speed of 40 km/h for the first 30 km. Due to traffic, he slows
down and covers the next 20 km at 30 km/h. For the last 10 km, the road is
clear, and he increases his speed to 60 km/h.
(i) At what time did Partha
complete the entire journey?
(ii) What is the total
distance travelled by Partha?
(iii) Calculate the
average speed of Partha for the whole journey.
(iv) Was Partha's
motion uniform or non-uniform? Justify your answer.
(v) If Partha has travelled
the entire 60 km at a constant speed of 40 km/h, how much time would he have
saved or lost compared to the actual time taken?
(পাৰ্থই তেওঁৰ বন্ধুক 60
কিল'মিটাৰ দূৰৰ এখন চহৰত লগ কৰাৰ সিদ্ধান্ত
লয়। তেওঁ ৰাতিপুৱা 8.00 বজাত তেওঁৰ স্কুটাৰত যাত্ৰা আৰম্ভ
কৰে আৰু প্ৰথম 30 কিল'মিটাৰৰ বাবে 40
km/h দ্রুতিত যাত্ৰা কৰে। যান-বাহনৰ বাবে তেওঁৰ গতি মন্থৰ হয় আৰু
পৰৱৰ্তী 20 কিল'মিটাৰ 30 km/h দ্রুতিত অতিক্ৰম কৰে। তাৰ পাছৰ 10 কিল 'মিটাৰ, ৰাস্তাটো ভাল হোৱা বাবে তেওঁ তেওঁৰ গতি বেগ 60
km/h লৈ বৃদ্ধি কৰে।
(i) পার্থই
কিমান সময়ত গোটেই যাত্রাটো সম্পূৰ্ণ কৰিছিল?
(ii) পার্থই
ভ্ৰমণ কৰা মুঠ দূৰত্ব কিমান?
(iii) গোটেই
যাত্ৰাৰ বাবে পাৰ্থৰ গড় দ্রুতি নিৰ্ণয় কৰা।
(iv) পাৰ্থৰ
গতি সুষম আছিল নে বিষম? তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখা
কৰা।
(v) যদি পার্থই
40 km/h স্থিৰ সুষম গতিত গোটেই 60 কিল'মিটাৰ ভ্ৰমণ কৰে, তেন্তে প্ৰকৃত সময়ৰ তুলনাত তেওঁ
কিমান সময় ৰাহি কৰিলেহেঁতেন বা হেৰুৱালেহেঁতেন?
Ans. For the first 30
km (প্রথম 30 km ৰ
For the next 20 km (পৰৱৰ্তী 20 km
ৰ বাবে) :
For the last 10 km (শেষৰ 10 km ৰ বাবে) :
= 1h +35 min = 1h 35 min
(i) Partha completed the
entire journey after 1 h 35 min. at 9:35 a.m. (পার্থই 1 ঘণ্টা 35 মিনিট পাছত ৰাতিপুৱা 9:35 বজাত গোটেই যাত্রাটো সম্পূর্ণ কৰিছিল।)
(ii) Total distance
travelled by Partha (পার্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব) = 60km
=
37.89km/h
(iv) Partha's motion
was non-uniform. Because he kept changing his speed during the journey. (পাৰ্থৰ গতি বিষম আছিল। কাৰণ তেওঁৰ যাত্ৰাত তেওঁ তেওঁৰ দ্রুতি সলনি
কৰিছিল।)
(v) For a constant speed of
40km/h (40km/h স্থিৰ দ্রুতিৰ বাবে)
Amount of time he would have saved compared to
the actual time taken. (প্রকৃত সময়ৰ তুলনাত তেওঁ ৰাহি কৰা সময়ৰ
পৰিমাণ)
Q.11. Complete the concept map. (ধাৰণা মানচিত্ৰখন সম্পূৰ্ণ কৰা-)
Q.12. A spacecraft moving at a constant
speed of 36,000 km/h in space, then complete the table. (ধৰা,
মহাকাশত 36,000 km/h স্থিৰ দ্রুতিত মহাকাশযান
এখন চলি আছে, এই ক্ষেত্রত তালিকাখন সম্পূৰ্ণ কৰা)
|
Time (সময়) (s) |
0 |
2 |
? |
6 |
? |
10 |
|
Distance (দূৰত্ব)(m) |
0 |
? |
40000 |
? |
80000 |
? |
|
Time (সময়) (s) |
0 |
2 |
4 |
6 |
8 |
10 |
|
Distance (দূৰত্ব)(m) |
0 |
20000 |
40000 |
60000 |
80000 |
100000 |
Q. 13. The table given below shows the time and distance travelled by a car. Using the data provided, identify the type of motion exhibited by the car, Also, determine during which part of the journey was the car moving at the fastest speed and during which part was moving at the slowest speed. Finally, calculate the average speed of the car for the entire journey.
(তলত দিয়া তালিকাখনত এখন
গাড়ীয়ে ভ্ৰমণ কৰা সময় আৰু দূৰত্ব দেখুওৱা হৈছে। তলত দিয়া তথ্য ব্যৱহাৰ কৰি গাড়ীখনে
প্ৰদৰ্শন কৰা গতিৰ প্ৰকাৰ চিনাক্ত কৰা। লগতে, যাত্ৰাৰ কোনটো
অংশত গাড়ীখনৰ দ্রুতি সর্বাধিক আছিল আৰু কোনটো অংশত ই আটাইতকৈ লেহেম গতিত আগবাঢ়িল
নিৰ্ধাৰণ কৰা। অৱশেষত, সমগ্ৰ যাত্ৰাৰ বাবে গাড়ীখনৰ গড় গতি
নিৰ্ণয় কৰা।)
|
Time (সময়) (s) |
0 |
10 |
20 |
30 |
40 |
50 |
|
Distance (দূৰত্ব)(m) |
0 |
500 |
800 |
1500 |
1700 |
3000 |
Ans. The type of
motion exhibited by the car is non-uniform. (গাড়ীখনে প্ৰদৰ্শন কৰা
গতিৰ প্ৰকাৰ হ'ল বিষম।)
The part of the journey during which the car was
moving at the fastest speed was between 40s and 50s. (গাড়ীখনৰ
দ্রুতি সর্বাধিক থকা যাত্ৰাৰ অংশটো হ'ল 40 s ৰ পৰা 50 s লৈ।)
The part of the journey during which the car was
moving at the slowest speed was between 30 s and 40 s (গাড়ীখনৰ
দ্রুতি আটাইতকৈ লেহেম হোৱা যাত্ৰাৰ অংশটো হ'ল 30 s ৰ পৰা 40 s লৈ)