🎥Educational Video Creator প্ৰয়োজন ।
আমাৰ YouTube Channel-ত বৰ্তমান 1,24,000+ Subscribers আছে। Channel-টোৰ বাবে নতুন নতুন Educational Video তৈয়াৰ কৰিবলৈ Video Creator-ৰ প্ৰয়োজন হৈছে।
আমাৰ You Tube Channel হৈছে ঃ - NEI ASSAM
আয়ৰ নিয়মঃ
Video-ৰ পৰা অহা আয়ৰ 70% Creator-এ পাব।
বাকী 30% আমি ৰাখিম।
যদি আপুনি ভাল Educational Video বনাব পাৰে, তেন্তে আমাৰ টিমত যোগদান কৰি নিয়মীয়া আয় কৰাৰ সুযোগ লাভ কৰিব।
যদি আপুনি এই কামৰ বাবে আগ্ৰহী তেন্ত এতিয়াই যোগাযোগ কৰকঃ 6000879561
📚 Teacher-সকলৰ বাবে Notes Publish কৰাৰ সুযোগ
আমাৰ Website-ত Teacher-সকলে নিজৰ Notes Publish কৰিব পাৰিব। আমি সেই Notes-সমূহ Website-ৰ জৰিয়তে বিক্ৰী (Sale) কৰিম।
আয়ৰ নিয়মঃ
Notes বিক্ৰীৰ পৰা অহা মুঠ আয় 50% – 50% সমানভাৱে ভাগ কৰা হ'ব।
অৰ্থাৎ, 50% Teacher-এ পাব আৰু 50% আমি ৰাখিম।
যদি আপোনাৰ ভাল Study Notes আছে, তেন্তে সেইবোৰ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ লৈ যোৱাৰ লগতে আয় কৰাৰো সুযোগ পাব।
যদি আপুনি এই কামৰ বাবে আগ্ৰহী তেন্তে এতিয়াই Apply কৰকঃ Apply No