Healthy Habits | Lesson 4 | Class 8 English Assam Jatiya Bidyalay  Question and Answer Assam | Class 8 Assam Jatiya Bidyalay Suggestion and Notes Assam

HEALTHY HABITS

Comprehension


1. Answer the following questions in complete sentences.

(সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া)


a )Who was Aesclepius ?

(এচিলপিয়াচ কোন আছিল?)

Ans: According to Greek mythology, Aesclepius was the god of medicine .

(গ্ৰীক আখ্যানৰ মতে এচ্লেপিয়াচ ঔষধৰ ভগৱান আছিল)


b)Who was the goddess of health ?

(স্বাস্থ্যৰ দেৱী কোন?)

Ans: Hygeia was the goddess of health.

(স্বাস্থ্যৰ দেৱী হাইজিয়া আছিল)


c)What does food supply to our body ?

(খাদ্যই আমাৰ শৰীৰত কি যোগান ধৰে)

Ans: Food supplies building material and energy to the body for our growth and development.

(খাদ্যই আমাৰ শৰীৰত বৃদ্ধিমূলক উপাদান আৰু শক্তিৰ যোগান ধৰে যি আমাৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে)


d) What is the difference between a human body and a machine ?

(মানৱ শৰীৰ আৰু যন্ত্ৰৰ মাজৰ পাৰ্থক্য কি?)

Ans: The difference between a human body and a machine lies in the fact that each human being has a mind.

(মানৱ শৰীৰ আৰু যন্ত্ৰৰ মাজত থকা প্ৰধান পাৰ্থক্য হৈছে মানুহৰ এটা মন থাকে)


e) What is mental health?

(মানসিক স্বাস্থ্য মানে কি?)

Ans: Mental health is the state of mind in which we learn to adjust with the problems of our everyday life.

(মানসিক স্বাস্থ্য মানে হ’ল এনে এক মানসিক অৱস্থা য’ত আমি দৈনন্দিন জীৱনৰ সমস্যাসমূহৰ সৈতে মূখামূখি হ’বলৈ শিকোঁ)


2.Give brief answers to the following questions.

(তলত দিয়াসমূহৰ চমু উত্তৰ দিয়া)


a) What do you mean by health ?

(স্বাস্থ্য বুলিলে কি বুজা?)

Ans: Health is not only a physical state without any disease but also a pleasant assimilation of physical, mental, social and spiritual aspects of a man. Physical health remains incomplete without the realisation of mental and social health.

(স্বাস্থ্য বুলিলে কেৱল ৰোগবিহীন শাৰীৰিক স্বাস্থ্যৰ উপৰিও শাৰিৰীক,মানসিক,সামাজিক আৰু আধ্যাত্মিক অৱস্থাৰ এক সুন্দৰ সন্মিলনক ৱুজায়৷ শাৰিৰীক স্বাস্থ্য মানসিক আৰু সামাজিক স্বাস্থ্যৰ অবিহনে অসম্পূৰ্ণ)


b)What are the healthy habits?

(স্বাস্থ্যকৰ অভ্যাসবোৰ কি কি?)

Ans: Habits like taking healthy food, regular exercise, washing hands before meal, brushing teeth, practising good posture, taking sound sleep, maintaining cleanliness etc. are called healthy habits.

(সুস্বাস্থ্য়কৰ খাদ্যনিয়মীত ব্যায়াম,খোৱাৰ আগত হাত ধোৱা,দাঁত ব্ৰাছ কৰাশুদ্ধ শাৰিৰীক ভংগীগভীৰ নিদ্ৰাচাফ চিকুণতা আদিক স্বাস্থ্যকৰ অভ্যাস বুলি কোৱা হয়)


c) What is a balanced diet ?

(সুষম আহাৰ কি?)

Ans: The balanced diet includes proteins (meat, fish, pulses etc.), carbohydrates (sugar, rice, roti, starch etc.), fats (butter, oil etc.), minerals (iron, calcium etc.), vitamins etc., which supply the required energy to the body.

(সুূষম আহাৰ মানে হ’ল প্ৰ’টিন (মাংসমাছমাহজাতীয় শস্য)কাৰ্বহাইড্ৰেট (চেনীভাতৰুটিষ্টাৰ্চ আদি)চৰ্বি (মাখনতেল আদি)খনিজ দ্ৰব্য(লোকেলছিয়াম)ভিটামিন আদি যি আমাৰ শৰীৰত প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে।)


d)What is the function of vital nutrients in our body ?

(আমাৰ শৰীৰত পুষ্টিৰ প্ৰয়োজনীয়তা কি?)

Ans: The functions of vital nutrients is it  can protect and cure people from various diseases.

(আমাক শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ কাম হ’ল ই আমাক প্ৰতিৰক্ষা দিয়ে আৰু বিভিন্ন ৰোগৰ পৰা আৰোগ্য হোৱাত সহায় কৰে)


e) How does sleep help us to be healthy ?

(টোপনিয়ে আমাক সুস্বাস্থ্যৱান কৰি ৰখাত কেনেদৰে সহায় কৰে?

Ans: A good sleep keeps us alert and active. During sleep, our body can take complete rest. Thats why to maintain good health, we need adequate and regular sleep.

(ভাল টোপনিয়ে আমাক সতেজ আৰু কৰ্মঠ কৰি ৰাখে৷শুই থকা সময়ত আমাৰ শৰীৰটোৱে সম্পূৰ্ণভাৱে জিৰণি ল’ব পাৰে৷সেইবাবে আমি সুস্বাস্থ্যৱান হৈ থাকিবলৈ হ’লে যথেষ্ট পৰিমাণে আৰু নিয়মীত ভাৱে টোপনি যোৱা প্ৰয়োজন)


3. What is the importance of good habits in maintaining our health ?

(সুস্বাস্থ্যৱান কৰি ৰখাত সু অভ্যাসৰ ভুমিকা কি?)

Ans: Good habits means habits like taking healthy food, regular exercise, washing hands before meal, brushing teeth, practising good posture, taking sound sleep, maintaining cleanliness etc. To be healthy it is very important to practice such good habits from our childhood. These habits can help us to keep the mind as well as body active and healthy. It can make our minds and parts of our body to work together properly. Thus, good habits are very important in order to maintain our health.

(সু অভ্যাস মানে হ’ল সুষম আহাৰ খোৱা,নিয়মীত ব্যায়াম,খোৱাৰ আগত হাত ধোৱা,দাঁত ব্ৰাছ কৰা,শুদ্ধ শাৰিৰীক ভংগী,গভীৰ নিদ্ৰা,চাফ চিকুণতা আদি৷ সুস্বাস্থ্যৱান হবলৈ আমি সুঅভ্যাস সমূহ সৰুকালৰে পৰা অভ্যাস কৰাটো প্ৰয়োজন৷ এই অভ্যাসসমূহে আমাৰ শৰীৰটোৰ লগতে মনটোকো সজাগ আৰু সুস্বাস্থ্যৱান কৰি ৰাখে৷ই আমাৰ মনটোক আামৰা শৰীৰৰ অংগসমূহৰ সৈতে সুসংগতভাৱে কাম কৰাত সহায় কৰি৷সেইবাবে সুস্বাস্থ্যৱান কৰি ৰখাত সু অভ্যাসৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ)


4.What is the necessity of food in our health ?

(আমাৰ শৰীৰত খাদ্যৰ প্ৰয়োজনীয়তা কি?)

Ans: Our body need food food which supplies building material and energy to the body for our growth and development. Healthy and nutritious food is very important for maintaining a good health. Healthy food means a balanced diet. The balanced diet includes proteins (meat, fish, pulses etc.), carbohydrates (sugar, rice, roti, starch etc.), fats (butter, oil etc.), minerals (iron, calcium etc.), vitamins etc., which supply the required energy to the body. Moreover, our body needs liquids like water, milk, juice, because nearly three quarters of a human body are water. A man can live Without food for three or four weeks, but without water he will die very soon. Our daily food should contain the vital nutrients which can protect and cure people from various diseases.

(আমাৰ শৰীৰক খাদ্যৰ প্ৰয়োজন হয় যি আমাৰ শৰীৰটোৰ বৃদ্ধি আৰু বিকাশৰ বাবে লাগতিয়াল উপাদানসমূহ আৰু শক্তিৰ যোগান ধৰে৷স্বাস্থ্যকৰ আৰু পুষ্টিকৰ আহাৰ খাদ্য আমাৰ স্বাস্থ্যৰ বাাবে অতি প্ৰয়োজনীয়দ৷স্বাস্থ্যকৰ খাদ্য মানে হ’ল সুষম আহাৰ৷ইয়াৰ ভিতৰত  প্ৰটিন(মাংস,মাছ,মাহজাতীয় শস্য), কাৰ্বহাইড্ৰেট (চেনী,ভাত,ৰুটি,ষ্টাৰ্চ আদি),চৰ্বি(মাখন,তেল আদি),খনিজ দ্ৰব্য(লো,কেলছিয়াম),ভিটামিন আদি পৰে যি আমাক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে৷ইয়াৰোপৰি,আমাৰ শৰীৰক তৰল পদাৰ্থ যেনে পানী,গাখীৰ,ৰস আদিও লাগে কাৰণ মানৱ শৰীৰৰ প্ৰায় এক তৃতীয়াংশই হ’ল তৰল পদাৰ্থ৷এজন মানুহ তিনিৰ পৰা চাৰি সপ্তাহ নোখোৱাকৈ থাকিব পাৰে কিন্ত পানী নোখোৱাকৈ থাকিলে অতি সোনকালে তেওঁৰ মৃত্যু হ’ব৷আমাৰ দৈনন্দিন খাদ্যত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থকা উচিত যি আআমাক প্ৰতিৰক্ষা দিয়ে আৰু বিভিন্ন ৰোগৰ পৰা আৰোগ্য কৰাত সহায় কৰে)


5.Write true or false.

সত্য/অসত্য লিখা)

a) Physical health remains incomplete without mental health.

(শাৰিৰীক স্বাস্থ্য মানসিক স্বাস্থ্য অবিহনে অসম্পূৰ্ণ)

Ans: True (শুদ্ধ)।


b) Healthy food includes a balanced diet.

(স্বাস্থ্যকৰ আাহাৰত সুষম আহাৰ থাকে)

Ans: True


c ) Aesclepius was the Greek god of health.

(এচ্লেপিয়াছ স্বাস্থ্যৰ ভগৱান আছিল)

Ans: True.


d ) Sugar has protein.

(চেনীত প্ৰটিন থাকে)

AnsFalse.


Grammar and usage

6. Use the correct determiner.

(শুদ্ধ নিৰ্ধাৰকটো বাচি উলিওৱা)


a) She needs (little/ few / many) advice from others as she is expert in this field.

AnsShe needs little advice  from others as she is expert in this field.

(তাইক কোনো উপদেশৰ প্ৰয়োজন নাই কাৰণ তাই এই ক্ষেত্ৰত পাকৈত)


b) She is (a / an / the) M.A. of Gauhati University.

Ans: She is a M.A. . of Gauhati University.

(তাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ)


c) There is not (much / many / little) milk in the pot.

Ans: There is not much milk in the pot.

(পাত্ৰটোত বেছি গাখীৰ নাই)


d) I do not want to buy (some / any /few) books.

AnsI do not want to buy any books.

(মই একো কিতাপ কিনিব নিবিচাৰো)


e) The cat finished (little / a little / the little) milk in the bowl.

Ans: The cat finished the little milk in the bowl.

(মেকুৰীটোৱে বাতিটোত থকা গাখীৰকণ শেষ কৰিলে)


7. Fill in the blanks with appropriate preposition from the brackets.

(উপযুক্ত অব্যয়েৰে খালী ঠাই পূৰ কৰা)


a) She is proud...her beauty. (of / with / at)

Ans: She is proud of her beauty.

(তাই নিজৰ সৌন্দৰ্যক লৈ গৌৰৱান্বিত)


b) The mangoes ware divided ...the children. (between / among / with)

Ans: The mangoes are divided among the children.

(আমখিনি ল’ৰাছোৱালীকেইটাৰ মাজত ভগাই দিয়া হ’ল)


C) The teacher was angry ...his behavior .(at / with/ on)

AnsThe teacher was angry at his behaviour.

(শিক্ষকজনৰ তাৰ ব্যৱহাৰৰ ওপৰত খং উঠিছিল)


d) The worker died.. overwork. (of / from / by)

Ans: The worker died of overwork.

(কৰ্মচাৰীজন অতিপাত কাম কৰাৰ বাবে মৃত্যু মুখত পৰিল)


e) She insisted...going to the excursion. (on / of / at)

AnsShe insisted on going to the excursion.

(তাই ভ্ৰমণত যাবলৈ জোৰ দিলে)


8. Write the correct form of the verbs.

(শুদ্ধ ক্ৰিয়াৰ ৰূপটো ব্যৱহাৰ কৰি পুনৰাই লিখা)

a) My friend always (wash) hands before taking meal.

Ans: My friend always washes hands before taking meal.

(মোৰ বন্ধুজনে সদায় আহাৰ গ্ৰহণ কৰাৰ আগত হাত ধোৱে)


b) My mother (prepare) food for the guests since 12 o'clock.

Ans: My mother has been preparing food for the guests since 12 o'clock.

(মোৰ মায়ে ১২ বজাৰ পৰাই আলহীৰ বাবে আহাৰ ৰান্ধি আছে)


c) We (know) each other for last ten years.

Ans: We have known each other for last ten years

(আমি ইজনে সিজনক যসৱা দহ বছৰ ধৰি জানো)


d) My mother (finish) all her work before we returned from the market.

Ans: My mother had finished all her work before we returned from the market.

(মোৰ মায়ে আমি বজাৰৰ পৰা উভতি অহাৰ আগতেই সকলো কাম কৰি শেষ কৰিছিল)


e) Last night when I was sleeping, I (hear) someone shouting.

Ans: Last night when I was sleeping, I heared someone shouting.

(যোৱা কালি ৰাতি মই যেতিয়া শুই আছিলোঁ মই কাৰোবাৰ চিঞৰাৰ শব্দ শুনিছিলো)


9. Fill in the blanks of the following sentences with appropriate phrasal verb given in the box.

(বকচত দিয়া বাক্যাংশৰে খালী ঠাই পূৰ কৰা).


a) The president ...the prizes to the winners.

Ans: The president gave away the prizes to the winners.

(সভাপতিয়ে বিজয়ীসকলক পুৰষ্কাৰ প্ৰদান কৰিলে)


b) They have ...the meeting for an unavoidable reason.

Ans: They have called off the meeting for an unavoidable reason.

(তেওঁলোকে এৰাব নোৱৰা কাৰণত মিটিংখন স্হগিত ৰাখিলে)


c) She ...the poor child.

AnsShe brought up the poor child.

(তাই সৰু ল"ৰাটোক তুলি তালি ডাঙৰ দীঘল কৰিলে)


d) The police is  ...the thief.

AnsThe police is looking for the thief.

(পুলিচে চোৰটো বিচাৰি আছে)


e) Try to ...your bad habits.

Ans: Try to give up your bad habits.

(নিজৰ বেয়া অভ্যাসবোৰ বৰ্জন কৰিবলৈ চেষ্টা কৰা)


Himadri Borah
(M.A in English)


Janmoni hazarika



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------





Post Id: DABP000699