Election in the Village | Lesson 3 | Class 8 English Assam Jatiya Bidyalay  Question and Answer Assam | Class 8 Assam Jatiya Bidyalay Suggestion and Notes Assam

Lesson 3    

ELECTION IN THE VILLAGE


Comprehension

1. Answer the following questions in a single sentence each.

(এটা বাক্যত উত্তৰ দিয়া)


a) Where does Deep like to spend his vacations ?

(দীপে তাৰ বন্ধৰ দিনবোৰ ক’ত কটাই ভাল পায়?)

Ans: Deep likes to spend his vacations at his uncle's place in Bongaon.

(দীপে তাৰ বন্ধৰ দিনবোৰ তাৰ বনগাঁৱত থকা খুৰাকৰ ঘৰত কটাই ভাল পায়)


b) What is a village panchayat?

(গ্ৰাম পঞ্চায়ত কি?)

Ans: A village panchayat is the self-governance body of villages. It is the grassroot level of democracy in India.

(গ্ৰাম পঞ্চায়ত এখন গাঁৱৰ স্বায়ত্ত্বশাসিত ব্যৱস্থা৷ ই ভাৰতৰ তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ)


c) When was the first panchayat established in India ?

(ভাৰতত কেতিয়া প্ৰথম পঞ্চায়ত প্ৰতিষ্ঠা কৰা হৈছিল?)

Ans: The first panchayat established in India in 1959.

(ভাৰতত 1959 চনত প্ৰথম পঞ্চায়ত প্ৰতিষ্ঠা কৰা হৈছিল?)


d) How many members can be there in a panchayat ?

(পঞ্চায়তত কেইজন সদস্য থাকিব পাৰে?)

Ans: In a panchayat the numbers of elected members can be within five thirty one.

(এখন পঞ্চায়তত সদস্যৰ সংখ্যা পাঁচৰ পৰা একত্ৰিশ জনৰ ভিতৰত থাকিব পাৰে)


e) What is a panchayat samiti ?

(পঞ্চায়ত সমিতি কি?)

Ans: Panchayat samiti is a collection of members elected by the panchayats.

(পঞ্চায়তে নিৰ্বাচিত কৰা সদস্যসকলেৰে গঠিত সমিতি খনেই পঞ্চায়ত সমিতি)


f) What is the minimum age for voting in India ?

(ভাৰতত ভোটাধিকাৰ পোৱাৰ নিম্নতম বয়স কি?)

Ans: The minimum age for voting in India is eighteen years.

(ভাৰতত ভোটাধিকাৰ পোৱাৰ নিম্নতম বয়স হ’ল ওঠৰ বছৰ)


g) At present how many village panchayats are there in India ?

(বৰ্তমান ভাৰতত কিমান গ্ৰাম পঞ্চায়ত আছে?)

Ans: At present there are more than 4.5 lakh village panchayats in India.

(বৰ্তমান ভাৰতত প্ৰায় ৪.৫ লাখতকৈও অধিক গ্ৰাম পঞ্চায়ত আছে?)


h) What percentage of seats are reserved for women in a panchayat ?

(পঞ্চায়তত মহিলাৰ বাবে কিমান শতাংশ সংৰক্ষিত আসন আছে?)

Ans: The percentage of seats are reserved for women in a panchayat is 33%.

(পঞ্চায়তত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষিত আসন আছে)


i) Since when Assam has had its panchayats ?

(অসমত পঞ্চায়ত কেতিয়াৰ পৰা আছিল?)

Ans: Assam has its panchayat since 1949.

(অসমত পঞ্চায়ত ১৯৪৯ চনৰ পৰা আছিল)


j) What is the head of the panchayat called ?

(পঞ্চায়তৰ মূখ্য ব্যক্তিজনক কি বুলি কোৱা হয়?)

Ans: The head of the panchayat is called the president or sarpanch.

(পঞ্চায়তৰ মূখ্য ব্যক্তিজনক সভাপতি বা চৰপঞ্চ বুলি কোৱা হয়)


2 . a) What is the necessity of local self-governance in India ?

(ভাৰতত স্হানীয় স্বয়ত্বশাসনৰ কিয় প্ৰয়োজন?)

Ans: India is a very big country and therefore, the government cannot reach out to all the people directly. The people too cannot participate directly in every function of the government. If the people cannot participate in governance, the democracy cannot function efficiently. To resolve this problem the local self-governance is necessary in India. The villages, towns and districts should have their own governing bodies duly elected by the people where they can easily participate.

(ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু সেইবাবে চৰকাৰে সকলোকে প্ৰত্যক্ষভাৱে ঢুকি নাপায়৷ ইয়াত সকলো লোকে চৰকিৰৰ প্ৰত্যেক কামত জড়িত হ’ব নোৱাৰে৷ যদিহে নাগৰিকে অংশগ্ৰহণ কৰিব নোৱাৰে তেনেহলে গণতন্ত্ৰই সঠিকভাৱে কাম কৰিব নোৱাৰিব৷ এনে ক্ষেত্ৰত ভাৰতত এই সমস্যাসমূহৰ সমাধান কৰিবলৈ স্হানীয় স্বায়ত্ত্বশাসনৰ প্ৰয়োজন আছে৷ গাঁওজিলা আৰু নগৰ সকলোতে তাৰ লোকসকলে নিৰ্বাচিত কৰা সদস্যৰ শাসন ব্যৱস্থা থাকিব লাগি য’ত সকলোৱে সহজতে অংশগ্ৰহণ কৰিব পাৰে)


b) What kind of atmosphere do Deep and Rupa experience during their visit to the village ?

(দীপ আৰু ৰূপাৰ গাৱলৈ গৈ কেনেধৰণৰ অভিজ্ঞতা হৈছিল?)

Ans: The atmosphere in the village is different and unfamiliar for Deep and Rupa. Everybody is very busy and their uncle, Mr Mohan Bora is meeting visitors till late at night. Everyone is, talking and discussing in groups. There are posters, banners and flags all around the village. Sometimes they saw processions also.

(গাঁৱৰ পৰিৱেশটো ৰূপা আৰু দীপৰ বাবে বেলেগ আৰু অপৰিচিত আছিল৷ সকলোবোৰ ব্যস্ত আছিল আৰু তেওঁলোকৰ খুৰাকেও ৰাতি দেৰিলৈকে মানুহ দেখা কৰি আছিল৷ সকলোৱে গোট খাই কথা পাতি আছিল আৰু আলোচনা কৰি আছিল৷ তাত পষ্টাৰ,বেনাৰ আৰু পতাকাও চাৰিওফালে লগোৱা হৈছিল৷ মাজে মাজে শোভাযাত্ৰাও দেখিবলৈ পোৱা গৈছিল৷)


c) Explain the three levels of the panchayat raj system in India.

(ভাৰতৰ তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ বিষয়ে লিখা)

Ans: Panchayati raj is a self-governance system that functions at three levels in India. The first level is panchayat in the villages, the second level is panchayat samiti in the blocks and the third level is the zila parishad in the districts. The people directly elect the members of the panchayats while panchayat samiti is formed by the members elected by the panchayats.

(পঞ্চায়ত ব্যৱস্থা এক স্বায়ত্ত্বশাসিত ব্যৱস্থা যি ভাৰতত তিনিতা ভাগত কাৰ্যকৰী হয়৷ প্ৰথম খাপটো হ’ল গাঁওসমূহত থকা পঞ্চায়তবোৰদ্বিতীয়তে ব্লকত থকা পঞ্চায়ত সমিতিবোৰ আৰু তৃতীয়তে জিলাসমূহত থকা জিলা পৰিষদ৷ লোকসকলে পঞ্চায়তৰ সদস্যক প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰে আৰু পঞ্চায়ত সমিতি পঞ্চায়তৰ সদস্যসকলে নিৰ্বাচন কৰা লোকৰ দ্বাৰা গঠিত হয়)


d) What are the functions of the panchayats ?

(পঞ্চায়তৰ কামসমূহ কি কি?)

Ans: Panchayats are responsible for many functions such agricultural production, rural industries, medical relief, women and child welfare, rural employment, maintenance of village roads, tanks etc. All the plans undertaken by the government are implemented by the panchayats. Moreover, nowadays, the popular self-help groups are also helped by the panchayats.

(পঞ্চায়তবোৰ বহুধৰণৰ কামৰ প্ৰতি দায়িত্বশীল যেনে কৃষিজাত সামগ্ৰীৰ উৎপাদনগ্ৰাম্য উদ্যোগচিকিৎসা সাহাৰ্য্য,মহিলা আৰু শিশু উন্নয়ন,গাৱঁৰ ৰাস্তাৰ চোৱাচিতা কৰা,পুখুৰী আদি৷চৰকাৰে হাতত লোৱা সকলোবোৰ আঁচনি পঞ্চায়তৰ দ্বাৰা কাৰ্যকৰী কৰা হয়৷ ইয়াৰোপৰিআত্মসহায়ক গোটসমূহকো পঞ্চায়তে সহায় কৰে)


e) How do panchayats help to maintain equality in the society ?

(পঞ্চায়তি সমাজত সমানতা বৰ্তাই ৰখাত কেনেদৰে সহায় কৰে?)

Ans: Panchayats have a very important role in the empowerment of rural women because 33% of the panchayat membership are reserved for women. Similarly backward sections of a society are also given necessary representation in panchayats. Thus, panchayats helps to maintain equality in the society.

(পঞ্চায়তে গাৱঁলীয়া মহিলাৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে কাৰণ পঞ্চায়তৰ সদস্যপদৰ 33% মহিলাৰ বাবে সংৰক্ষিত হৈ থাকে৷সেইদৰে সমাজৰ পাছপৰা শ্ৰেণীৰ লোকসকলো পঞ্চায়তত আগভাগ দিয়া হয়৷ এনেদৰে,পঞ্চায়তে সমাজত সমানতা বৰ্তাই ৰখাত সহায় কৰে)


3.Write whether the following statements are true' or false'.

(সত্য/অসত্য লিখা)

a) Deep doesn't like to visit the village.

(দীপে গাঁৱলৈ গৈ বেয়া পাইছিল)

Ans: False


b) India is a democratic country.

(ভাৰত এখন গণতান্ত্ৰিক দেশ)

Ans: True


c) The villagers are very busy for the elections.

(গাঁওবাসী নিৰ্বাচনকলৈ বৰ ব্যস্ত আছিল)

Ans: True


d) The citizens have no role to play in the rule of the land in India.

(ভাৰতৰ শাসন ব্যৱস্থাত নাগৰিকৰ একো ভুমিকা নাই)

Ans: False


e) Panchayats always have five members.

(পঞ্চায়তত কেৱল পাঁচজন সদস্য থাকিব পাৰে)

Ans: False


f) The rural development plans are implemented through the panchayats.

(গাৱঁৰ উন্নয়নৰ আঁচনিবোৰ পঞ্চায়তৰ যোগেদি কাৰ্যকৰী কৰা হয়)

Ans: True.


Grammar and usage

4. Change the voice of the following sentences.

(তলৰ বাক্যবোৰ বাচ্য সলনি কৰা)


a )We elected the leader.

Ans: The leader is elected by us.


b) Different plans are implemented by the panchayats.

Ans: Panchayats implement different plans.


c) We should maintain social balance in society.

Ans: Social balance in society should be maintained.(by us)


d) Women are given proper representation in panchayats.

Ans: Government gives women proper representation in panchayats.


e) They speak English properly.

Ans: English is properly spoken by them


f) Who rules our country ?

Ans: By whom our country is ruled?


g) Everyone likes his company.

Ans: His company is liked by everyone.


h) What is wanted by him ?

Ans: What does he want?


5. Rewrite the following sentences correcting the tense of the verbs.

(ক্ৰিয়াসমূহ শুদ্ধ কৰি বাক্যবোৰ পুনৰাই লিখা)


a) They lived in the village since 1995.

Ans: They have been living in the village since 1995.

(তেওঁলোকে গাঁৱত ১৯৯৫ চনৰ পৰা বিস কৰি আহিছে)


b) Raju came before the guests left.

Ans: Raju had came before the guests left.

(ৰাজু আনহী যোৱাৰ আগতেই আহিছিল)


c) The baby sleeps now.

Ans: The baby is sleeping now.

(কেঁচুৱাতো এতিয়া শুই আছে)


d) The children played after it stopped raining.

Ans: The children had played after it stopped raining.

(বৰষুণ বন্ধ হোৱাৰ পাছত ল’ৰা ছোৱালীবোৰে খেলিছিল)


e) I came from school just now.

Ans: I have came from school just now

(মই এই মাত্ৰ। স্কুলৰ পৰা আহি পাইছোঁ)


f) I am always going to school by bus.

Ans: I always go to school by bus.

(মই সদায় স্কুললৈ বাছেৰে যাঁও)


Vocabulary

6. Select the correct meaning of the following words in italics from the alternatives given.

(বেকাকৈ দিয়া শব্দবোৰৰ শুদ্ধ শব্দটো বাচি উলিওৱা)

a) The atmosphere in the village was unfamiliar.

(গাৱঁৰ পৰিবেশটো  অপৰিচিত আছিল)

i) Friendly, i) Wonderful ii) Unknown iv) Quiet.

Ans: Unknown


b) ...aim of making the citizens aware of their rights.?

(উদ্দেশ্য হ’ল নাগৰিকক নিজৰ অধিকাৰৰ প্ৰতি সজাগ কৰি তোলা)

i) Correct ii) Privilege i) Duties iv) Rituals.

Ans: Privilege


c) Panchayats are responsible for many functions.

(পঞ্চায়তবোৰ অনেক কাম কাজৰ প্ৰতি দায়িত্বশীল)

i) Cultural programmes ii) Special activities iii) A part of a programme iv) Operation

Ans: Special activities.


d) Different plans are implemented through panchayats.

(পঞ্চায়তৰ জৰিয়তে বিভিন্ন আচঁনি কাৰ্যকৰী পৰা হয়)

i) Emphasised ii) Carried out iii) Imported iv) Prepared

Ans: carried out.


7.Make sentences using the following words.

(তলত দিয়া শব্দবোৰৰ বাক্য ৰচনা কৰা)

Ans:

Elect (v): He is elected as the President of the club.(সি ক্লাবৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল)

Election: The election for the panchayat president is going to take place.(পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব)

Govern (v): The citizen of a country are governed by the law.(দেশৰ নাগৰিক আইনৰ দ্বাৰা পৰিচালিত হয়)

Government:  The government is helping the victims of flood.(চৰকাৰে বানপীড়িত সকলক সহায় কৰিছে)

 Represent (v): She represented her school in the competition.(তাই প্ৰতিযোগিতাত নিজৰ স্কুলক প্ৰতিনিধিত্ব কৰিছে)

Representation: Proper representation of women is essential for their empowerment.(মহিলা উপযুক্ত প্ৰতিনিধিত্ব মহিলা সবলীকৰণৰ বাবে অত্যন্ত প্ৰয়োজনীয়)



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------



Himadri Borah
(M.A in English)

Janmoni hazarika

Post ID : DABP002966