Lesson: 5 

Casabianca

Exercise

1. What were the main themes of Felicia Hemans' poetry ? 

(ফেলিচিয়া হিমানছৰ কবিতাৰ মূল বিষয় কি কি আছিল?) 

Ans: Main themes of Felicia Heman's poetry was nature, childhood, travels and heroic stories.

(ফেলিচিয়া হিমানছৰ কবিতাৰ মূল বিষয় আছিল প্ৰকৃতি,শৈশৱ,যাত্ৰা আৰু সাহসীকতাৰ কাহিনী)


2. Where was Casabianca standing ? 

(কাচাবিয়ানকা ক’ত থিয় হৈ আছিল?) 

Ans: Casabianca was standing on the burning deck.

( কাচাবিয়ানকা জুইৰে আগুৰি থকা ডেকত থিয় হৈ আছিল)


3. Why could his father not hear his voice ?

(তাৰ দেউতাকে তাৰ মাত কিয় শুনা নাছিল?)

Ans: His father could not hear his voice because he was fainted.

(তাৰ দেউতাকে তাৰ মাত শুনা নাছিল কাৰণ তেওঁ ইতিমধ্যে মূৰ্ছা গৈছিল)


4. What did the people in the ship do when it caught fire? What did Casabianca do then ?

(জাহাজত থকা মানুহবোৰে জুই লগা দেখি কি কৰিছিল? তাৰ সলনি কাচাবিয়ানকাই কি কৰিছিল?) 

Ans: When it caught fire the people in the ship fled. But Casabianca was standing there bravely instead of running away.

(জাহাজত থকা মানুহবোৰে জুই লগা দেখি পলাই গৈছিল৷ কিন্তু কাচাবিয়ানকাই তাৰ সলনি সেই ঠাইত পলোৱাৰ সলনি সাহসেৰে ৰৈ আছিল)


5. What  does the poet describe Casabianca standing in the fire ?

(কবিয়ে কাচাবিয়ানকাৰ থিয় হৈ থকাটো কেনেদৰে বৰ্ণনা দিছে?)

Ans: The poet described that Casabianca was standing in the fire in a beautiful and brave manner as if he was born to rule the storm. He was a heroic creature though he was a young little boy.

(কবিয়ে কৈছে যে কাচাবিয়ানকা জুইৰ মাজত সুন্দৰকৈ সাহসেৰে এনেদৰে ৰৈ আছিল যেন তাৰ জন্ম ধুমুহাক জয় কৰিবলৈ হে হৈছে৷যদিও সি এটা মাত্ৰ সৰু ল’ৰা আছিল সি যথেষ্ট সাহসী আছিল)


6. Why does the poet call the young heart the 'noblest thing'? 

(কবিয়ে কিয় সৰু হৃদয়খনক সৰ্বোত্তম বস্তু বুলি কৈছে?) 

Ans: The poet calls the young heart the 'noblest thing' because though he was a little boy, Casabianca was truly committed to his duties like a noble man. Everyone fled from the place but he stood there bravely waiting for his father's words.

(কবিয়ে সৰু হৃদয়খনক সৰ্বোত্তম বস্তু বুলি কৈছে কাৰণ যদিও সি এজন সৰু ল’ৰা,কাচাবিয়ানকা তাৰ নিজৰ কৰ্মৰ প্ৰতি এজন সাহসী ব্যক্তিৰ দৰেই দায়িত্বশীল আছিল৷সকলো মানুহ ঠাইখিনিৰ পৰা পলাই গৈছিল কিন্ত সি তাত সাহসেৰে ৰৈদেউতাকৰ উত্তৰলৈ বাত চাই আছিল)


7.Describe the scene of the burning ship.

(জুইলগা জাহাজখনৰ বৰ্ণনা দিয়া)

Ans: The ship caught a massive fire and its flames were rolling on swiftly. The flames caught the ship in wild splendour. The fire was getting big like flags in the sky. Then there was a bursting sound like thunder and the fragments of the ship was strewed in the sea.

(জাহাজখনত খুব ভয়ংকৰ জুই লাগিছিল আৰু তাৰ শিখাবোৰ তীব্ৰতাৰে বিয়পি পৰিছিল৷জাহাজখন জুইয়ে উদ্দামভাৱে গ্ৰাস কৰিছিল৷জুইবোৰ আকাশত পতাকা উৰাৰ দৰে ডাঙৰকৈ উৰি আছিল৷ তাত ঢেৰেকনিৰ দৰে ডাঙৰ শব্দ হৈছিল আৰু জাহাজৰ টুকুৰাবোৰ সাগৰত সিচঁৰতি হৈ পৰিছিল)


8. Explain with reference to the context. 

(বাখ্যা কৰা) 

"Upon his brow he felt their breath, 

And in his waving hair;  And looked from that lone post of death,  In still, yet brave despair."

Ans: The above stanza is extracted from the poem named "Casabianca" written by poet Felicia Heman.

In this stanza the poet is describing the bravery of Casabianca in the time of the massive fire that caught the ship.

Casabianca was a little boy who was standing in the burning deck of the ship waiting for his father's words. He was committed towards the work given to him and would not move until his father order. He was asking his father whether he could move but the father, who was fainted did not answered Casabianca, being a brave boy did not get away from the place though he felt the warm wind of the flames upon his brow. The situation of the ship was getting dangerous. His hair was waving by the high flames that was approaching him. Instead of his father, the fire flames replied as it grew massive. The fire almost caught the little boy  but still one more time he asked his father to reply. His body was slowly on the verge of getting burnt but he held up his brave heart till the last.

(উপৰোক্ত দফাটো কাচাবিয়ানকা নামৰ কবিতাটিৰ পৰা লোৱা হৈছে৷ ইয়াত কবিয়ে জাহাজত জুই লগাৰ সময়ত কাচাবিয়ানকাৰ সাহসিকতাৰ কথা বৰ্ণনা কৰিছে৷ 

কাচাবিয়ানকা এটা সৰু ল’ৰা আচিল যি জুই লগা জাহাজৰ ডেকত থিয় হৈ আছিল৷সি তাক দিয়া কামৰ প্ৰতি দায়িত্বশীল আছিল আৰু দেউতাকে নোকোৱালৈকে তাৰ পৰা আতৰ হোৱা নাছিল৷সি দেউতাকক তাৰ পৰা আতঁৰিব পাৰে নেকি সুধি আছিল কিন্ত দেউতিক,যি ইতিমধ্যে মূৰ্ছা গৈছে কোনো উত্তৰ দিয়া নাছিল৷কাচাবিয়ানকা নামৰ সাহসী ল’ৰাতো তাৰ পৰা অকণমানো লৰচৰ হোৱা নাছিল যদিঃ সি বাঢ়ি অহা জুইৰ উত্তাপ নিজৰ কপালৰ ওচৰত অনুভৱ কৰিব পাৰিছিল৷জাহাজৰ অৱস্থা অত্যন্ত বিপজ্জনক হৈ পৰিছিল৷তাৰ চুলিবোৰ তাক আগুৰি ধৰা জুইয়ে কঁপাই তুলিছিল৷তাৰ দেউতাকৰ সলনি জুইৰ শিখাবোৰেহে দপদপাই উত্তৰ দিছিল৷জুইয়ে তাক ইতিমধ্যে প্ৰায়ে আগুৰি ধৰিছিল যদিও সি এবাৰ শেষবাৰৰ বাবে দেউতাকক উত্তৰ দিবলৈ কৈছিল৷যদিও তাৰ শৰীৰটো লাহে লাহে পুৰিব আৰম্ভ কৰিছিল সি শেষলৈকে সাহস হেৰুৱা নাছিল)


9. Give rhyming words for the following.

(ছন্দযুক্ত শব্দ লিখা)

Ans: deck,: wreck, form: storm, done :son, cried: replied, breath: death, aloud: shroud ,  fair: hair ,sky: high


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক

Click Here Might Learn

-------------------------------


Himadri Borah

(M.A in English)





Post ID : DABP005456