নৱজাতকৰ নাম লাগিলে যোগাযোগ কৰিব।
Female Icon অসমীয়া ছোৱালীৰ নাম







আখৰেৰে ছোৱালীৰ নাম আৰু অৰ্থ

কুসুম (Kusum) - ফুল ।

কাবেৰী (Kaberi) - এখন নদী ।

কাকু (Kaku) - চৰাই ।

কনকলতা (Kanakalata) - অসম স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী ।

কনক (Kanaka) - চম্পা - এবিধ গছ আৰু তাৰ ফুল।

কন্থা (Kantha) - কঁথা ।

কন্যা (Kanya) - কুমাৰী ।

কপাহী (Kapahi) - কপাহেৰে তৈয়াৰ কৰা ।

কপিলী (Kapili) - স্ত্ৰী ।

কপৌ (Kapau) - পাৰজাতিৰ এবিধ বনৰীয়া চৰাই ।

খঞ্জবী (Khanjabi) - এবিধ সৰু চৰাই ।

খন্দিয়া (Khandia) - খন্দিয়াই সোধ কৰা গোপন কৰা কথা ।

খমিৰা (Khamira) - আতাৰ গুৰি ।

খৰিক (Kharika) - বনৰ ঠাৰি ।

খ্যাতি (Khyati) - যশস্যা ।

খান্তি (Khanti) - বিবৰণ ।

গগনা (Gagana) - বাহঁৰ বাদ্য ।

গঙ্গা (Ganga) - গঙ্গাদেৱী ।

গঙ্গোত্ৰী (Gangotri) - হিমালয় পৰ্বতত থকা হিন্দুৰ তীৰ্থ বিশেষ ।

গৰিমা (Garima) - এবিধ গছ ।

গীতা (Geeta) - ভাগবতগীতা ।

গীতাঞ্জলী (Geetanjali) - এখন বিখ্যাত কবিতা পুঠী ।

গীতাল (Geetal) - গীত গাওঁতা ।

গীতি (Geeti) - সঙ্গীত ।

গোদাৱৰী (Godawari) - পবিত্ৰ নদী ।

গৌতমী (Gautami) - দ্ৰোণাচাৰ্য্যৰ পত্নী ।

গৌৰী (Gauri) - দুৰ্গা ।

চন্দনা (Chandana) - এবিধ ভাটৌ ।

চন্দলা (Chandala) - খৰাহি ।

চন্দাৰ (Chandar) - চন্দোৱাৰ ।

চন্দিয়া (Chandia) - কপাহৰ গুটি টানি দীঘল কৰা ।

চন্দ্ৰপ্ৰভা (Chandraprabha) - চন্দ্ৰৰ পোহৰ ।

চন্দমা (Chandama) - চন্দ্ৰ ।

চন্দ্ৰিকা (Chandrima) - জোনাক ।

চান্দি (Chandi) - ৰূপ ।

চিঞা - ক্ষীণ ।

চেদি (Chedi) - প্ৰাচীন ৰাজ্য বিশেষ ।

চেনেহী (Chenehi) - চেনেহৰ মানুহ ।

ছেওঁ (Chew) - ছেৱ ।

ছেনা (Chena) - সোণ, ৰূপ, লো ।

ছেৰা (Chera) - এৰি যোৱা ।

ছোহোৰা (Chohora) - শুকান খাজুৰৰ ফল ।

জয়মতী (Jaymati) - গদাধৰ ৰজাৰ ভাৰ্য্য ।

জয়া (Jaya) - দুৰ্গাৰ এটা নাম ।

জলয়া (Jalaya) - শিকিয়া ।

জানকী (Janaki) - সীতা ।

জান্ত (Jant) - বেগাই ।

জিগীষা (Jigisha) - জয়ৰ ইচ্ছা ।

জিঞা (Jina) - এবিধ উৰি ফুৰা পোক বা পখিলা ।

জিন্তী (Jinti) - এবিধ হালধীয়া ফুল ।

জিলিক (Jilik) - চক্ মকা ।

জুৰি (Jury) - পৰ্ব্বতৰ পৰা বৈ অহা সৰু জান ।

জুলি (Julie) - সৰু জুলুঙা ।

জেউতি (Jeuti) - পোহৰৰ দিপ্তী ।

জোনাকী (Jonaki) - ৰাতি জলা এবিধ পোক ।

জুনালী (Junali) - জোনাক ।

জৌতি (Jouti) - জেউতি ।

জ্ঞাতি (Gyati) - সগোত্ৰ ।

ঝিনকিন (Jhinkin) - দেহৰ কোনো অংগত কপনিঁ ।

ঝুনা (Jhuna) - এক প্ৰকাৰৰ ছন্দ ।

ডঁৰিকা (Dorika) - এবিধ দিঘলীয়া উৰহী ।

ডঁৰিয়লি (Dorioli) - শাসন কৰোতা ।

ডৰি (Dory) - ডৰ ।

ডেমি (Demi) - আদালতত দৰ্খাস্ত লিখা কাগজ ।

ডিমি (Dimi) -

ডাফালী (Dafali) -

তৰস্বী (Taraswi) - তাপস ।

তৰা (Tara) - নক্ষত্ৰ ।

তৰুণিমা (Tarunima) - তাৰুণ্য ।

তান্তী (Tanti) - তাতীঁ ।

তামী (Tami) - পূজাত ব্যৱহত তামৰ বাটি ।

তালিকা (Talika) - ফৰ্দ্দ ।

তিথি (Tithi) - চন্দ্ৰৰ মাহেকীয়া গতিৰ ত্ৰিশ দিনৰ এদিন ।

তিয়া (Tiya) - আদ্ৰৰ্কৰ ।

তীখা (Teekha) - পৰিষ্কৃত লো ।

তুঁহু (Tuhu) - সৰ্ব্ব ।

তুলী (Tuli) - তলা ভৰোৱা কাপোৰ ।

তেজস্বী (Tejaswi) - মহিমা যুক্ত ।

তোলা (Tola) - এটকাৰ ওজন ।

ত্যাগী (Tyagi) - ত্যাগশীল ।

দনু (Danu) - দক্ষ ৰজাৰ এজনী জীয়েক ।

দৰিয়া (Dariya) - সাগৰ, ডাঙৰ নৈ ।

দৰ্শনী (Darshani) - দৰ্শলাভ ।

দশমী (Dashami) - দক্ষনী তিথি ।

দহনু (Dahanu) - জুই ।

দামিনী (Damini) - বিদ্যুত ।

দীপিকা (Deepika) - শঙ্কৰী যুগৰ আগৰ এখন প্ৰাচীন অসমীয়া পুথি ।

দীপ্তি (Deepti) - প্ৰকাশ ।

দৰ্শিতা (Darshita) - দীৰ্ঘদৃষ্টি ।

দীক্ষা (Diksha) - ব্ৰতসাধনত নিয়োগ ।

দুনা (Duna) - দুই গুণ ।

দুৰ্গা (Durga) - দশপূজা ।

দুলাৰী (Dulari) - সৌভাগিনী কন্যা ।

দেৱকী (Devaki) - কৃষ্ণৰ জননী ।

দেহা (Deha) - দেহ ।

দেহি (Dehi) - আনৰ দুখ দেখি নিজৰ দেহতে দুখ পোৱা যেন ভাবি পুতৌ কৰা মাত ।

দৈৱকী (Daiwaki) - কৃষ্ণৰ মাক ।

দ্ৰোপদী (Dropadi) - দ্ৰোপদ ৰজাৰ কন্যা ।

দ্বিধা (Dwidha) - মনৰ সংশয় ।

ধনশ্ৰী (Dhanshree) - সংগীতৰ ৰাগ বিশেষ ।

ধনিষ্ঠা (Dhanishta) - চৌবিশ সংখ্যাৰ নক্ষত্ৰ ।

ধৰণী (Dharani) - পৃথিৱী ।

ধৰমী (Dharami) - সাধু ।

ধৰা (Dhara) - পৃথিৱী ।

ধৰিত্ৰী (Dharitri) - পৃথিৱী ।

ধাৰণা (Dharana) - স্মৰণ শক্তি ।

ধাৰা (Dhara) - ৰীতি ।

ধুৰা (Dhura) - গীতৰ দোহাৰ ।

নগ্নিকা (Nagnika) - সৰু - ছোৱালী ।

নজিৰ (Nazir) - পূৰ্ব্বে হোৱা একে পকমৰ কথা ।

ননী (Nani) - মাখন ।

নৰা (Nora) - দাই নিয়া ধানৰ মূঢ়া ।

নৰ্ম্মদা (Narmada) - এখন পবিত্ৰ নদীৰ নাম ।

নাগিনী (Nagini) - নগাজাতিৰ তিৰোতা ।

নান্দী (Nandi) - তুতি কৰা শ্লোক ।

নাৰ্জী (Narji) - গেন্ধাই ফুল ।

নিকু (Niku) - সুন্দৰকৈ ।

নিচা (Nisha) - ৰাগ ।

নিঝৰা (Nirjhara) - পৰ্ব্বতৰ পৰা অলপীয়াকৈ বৈ অহা পানী ।

নিতু (Nitu) - নিতৌ ।

নিমাতী (Nimati) - এবিধ চৰাই ।

নিমি (Nimi) - জনক ৰজাৰ পূৰ্বপুৰুষ আৰু ৰজা ।

নিয়তি (Niyati) - বিধিৰ বিধান ।

নিয়ৰ (Niyara) - হিম ।

নিশা (Nisha) - ৰাতি ।

নীতি (Niti) - আচাৰ ।

নুৰা (Nura) - কোমল বস্তুৰ আটি ।

নেহা (Neha) - মৰম , চেনেহ , প্ৰীতি ।

পদ্মা (Padma) - মনসা দেৱী ।

পদ্মিনী (Padmini) - সুন্দৰী তিৰোতা ।

পপিহা (Popiha) - এবিধ চৰাই ।

পৰাণী (Paraani) - প্ৰাণী ।

পৰী (Pori) - সুন্দৰী উপদেশী বিশেষ ।

পলিতা (Polita) - শলিতা ।

পাখি (Pakhi) - চৰাইৰ ডেউকা ।

পান্তি (Panti) - শ্ৰেণী ।

পাৰদৰ্শী (Paradarsi) - ভালকৈ জানা ।

পাহি (Pahi) - ফুলৰ সৰু সৰু পাত ।

পিয়া (Piya) - পান কৰা ।

পুৰবী (Purabi) - ৰাগিনী বিশেষ ।

পূৰ্ণিমা (Purnima) - তিথিত পূৰ্ণ চন্দ্ৰৰ উদয় হয় ।

প্ৰিয়া (Priya) - মৰমৰ ঘৈণী ।

প্ৰীতি (Preeti) - আনন্দ ।

পিংকী (Pinki) - এজনি ছোৱালী গোলাপৰ দৰে ।

ফলিতা (Phalita) - সপোন ।

ফাৰ্চী (Pharci) - পাৰশ্য দেশৰ ভাষা ।

বিপাশা (Bipasha) - পাঞ্জাবৰ এখন নদীৰ নাম ।

বন্যা (Banya) - বান - পানী ।

বন্তি (Banti) - জ্বলি থকা ।

বৰষা (Barasha) - বাৰিষা ।

বীৰাঙ্গনা (Birangana) - সুন্দৰী ।

বৰ্ণালী (Barnali) - ৰামধেনুৰ নিচিনা বৰ্ণৰ সমাবেশ ।

বৰ্ণী (Barni) - ব্ৰহ্মচাৰী ।

বৰ্ত্তী (Bartti) - স্থিতিশীল ।

বৰ্ষা (Barsa) - এটা ঋতুৰ নাম ।

বসুন্ধৰা (Basundhara) - পৃশিৱী ।

বাণি (Bani) - নাৱৰ দাঁতি ।

বাসনা (Basana) - কামনা ।

বিজয়া (Bijaya) - দুৰ্গা ।

বিজয়ী (Bijayi) - জয়লাভ কৰা ।

বিদিশা (Bidisha) - মালদেশৰ এখন নগৰৰ নাম ।

বিনা (Bina) - নথকা ।

বিন্দু (Bindu) - অতি ক্ষুদ্ৰ চিন বা ফুট ।

বিৰিঞ্চি (Birinchi) - ব্ৰহ্মা ।

বিৰিণা (Birina) - মাটিত গজা এবিধ ওখ বন ।

বৃন্দা (Brinda) - ৰাধিকাৰ দূতী আৰু সুখী তুলসীৰ এটি নাম ।

ব্যাপ্তি (Byapti) - বিস্তাৰ ।

ভাৰতী (Bharati) - সৰস্ৱতী ।

ভাৰবি (Bharabi) - 'কিৰাতাৰ্জ্জুনীয়' নামৰ সংস্কৃত ৰচয়িতা কবি ।

ভাৰসা (Bharasa) - আশা ।

ভূমিকা (Bhumika) - পাতনি ।

ভোগৱতী (Bhogavati) - পাতালত থকা গঙ্গা নৈ ।

মইনা (Moina) - মানুহৰ মাত লগোৱা এবিধ শালিকা জাতিৰ চৰাই ।

মঙ্গালতি (Mangalati) - মঙ্গল চোৱা মানুহ ।

মঞ্জিৰা (Manjira) - এবিধ নিচেই সৰু খুটি তাল ।

মঞ্জু (Manju) - সুন্দৰ ।

মঞ্জুশ্ৰী (Manjusri) - বৌদ্ধ আৰু জৈন ধৰ্মত স্থান পোৱা দেৱতা বিশেষ ।

মণি (Mani) - হীৰা ।

মধু (Madhu) - মৌ ।

মধুনা (Madhuna) - কল গছৰ মাজৰ ডিলা বা সাৰ ।

মধুমতী (Madhumati) - বাণ ৰজাৰ পত্নী ।

মালতী (Malati) - এবিধ বৰ সুগন্ধি উত্তম ফুল ।

মনা (Mana) - লোকৰ দ্বাৰা সন্মান কৰা ।

মনীষা (Manisha) - বুদ্ধি ।

মনু (Manu) - শাস্ত্ৰৰ মতে মনু চৈধ্য জনা ।

মন্দিৰা (Mandira) - সৰু তাল ।

মমতা (Mamata) - মৰম ।

ময়ুৰী (Mayuri) - ম'ৰা চৰাই ।

মৰমী (Marami) - যাক মৰম কৰা হয় ।

মল্লিকা (Mallika) - এজাতি সুগন্ধি বগা ফুল ।

মহিমা (Mahima) - মাহাত্ম্য ।

মানসী (Manasi) - মনোজাতা ।

মিঠে (Mithe) - গুড়ে পিঠাগুড়িৰে মিহলাই বন্ধা লাড়ু ।

মিতালী (Mitali) - মিত্ৰতা ।

মিনাক্ষী (Meenakshi) - মাছৰ নিচিনা চকু থকা তিৰোতা ।

মীমাংসা (Mimansa) - সিদ্ধান্ত ।

মুকুতা (Mukuta) - মুক্তা ।

মৃদু (Mridu) - মিহি ।

মোহিনী (Mohini) - অতি সুন্দৰী ।

মোহি (Mohi) - মোক ।

মৌচুমী (Mausumi) - বৰ্ষাকালীন ।

যমুনা (Jamuna) - বৃন্দাবনৰ মাজেৰে বৈ থকা এখন নৈ ।

যশোদা (Yashoda) - কৃষ্ণৰ তোলনীয়া মাক ।

যামিনী (Jamini) - ৰাতি ।

ৰঙ্গিণী (Rangini) - ধেমেলীয়া ।

ৰঙ্গীলা (Rangila) - ধেমালি ভাল পাওঁতা ।

ৰজনী (Rajani) - ৰাতি ।

ৰজিতা (Rajita) - মিল ।

ৰজ্জু (Rajju) - জৰা ।

ৰঞ্জিকা (Ranjika) - আনন্দদায়িনী ।

ৰশ্মি (Rasmi) - যি পোহৰৰ দ্ৱাৰা অস্বচ্ছ আৰু স্থূল বস্তুৰ ভিতৰ ভাগৰ বিষয়ে জানিব পাৰি ।

ৰতি (Rati) - প্ৰবল ইচ্ছা ।

ৰ'দালি (Radali) - ৰ'দ থকা ।

ৰয়নী (Rayani) - ৰজনী ।

ৰাগিনী (Ragini) - ৰাগ ভাঙি কৰা গীতৰ সুৰ ।

ৰাজশ্ৰী (Rajshree) - ৰজাৰ শ্ৰী বা শোভা ।

ৰাত্ৰি (Ratri) - ৰাতি ।

ৰাধা (Radha) - কৃষ্ণৰ বৰ প্ৰিয় এজনা গোপীৰ নাম ।

ৰুক্মিণী (Rukmini) - কৃষ্ণৰ এজন ভাৰ্ষ্য়ৰ নাম ।

ৰেখা (Rekha) - আচঁ ।

ৰেণু (Renu) - কণিকা ।

ৰেণুকা (Renuka) - জমদগ্নি মুনিৰ ভাৰ্ষ্যা, পৰশু ৰামৰ মাক ।

ৰেৱতী (Revati) - শেষ নক্ষত্ৰ ।

ৰোহিণী (Rohini) - চতুৰ্থ নক্ষত্ৰ ।

লখিমী (Lakhmi) - 'লক্ষ্মী' শব্দৰ কোমল ৰূপ ।

লাঞ্ছনা (Lanchana) - তিকস্কাৰ ।

লালী (Lali) - জুলীয়া গুড় ।

লাৱণ্য (Labanya) - কান্তি ।

লিৰ্টিকা (Lirtika) - বাঢ়িব নোৱাৰা ।

লিলি (Lili) - পদুম ।

লীলাৱতী (Lilabati) - এগৰাকী বিদুষী মহিলা ।

লোহিত্য (Lohitya) - ব্ৰহ্মপুত্ৰ।

লাভলী (Lavli) - স্নেহ বা প্ৰেমিকাৰ দৰে মিঠা ।

লয়লা (Layla) - এটা বকুলৰ ফুলৰ দৰে সেউজীয়া ।

লক্ষ্মী (Lakshmi) - ধন-সম্পদৰ দেৱী ।

লিপি (Lipi) - লিখা বা অক্ষৰৰ আকাৰ ।

লীনা (Lina) - নত হওয়া, বিনম্ৰতা ।

লাভিয়া (Lavia) - মধুৰ, স্নিগ্ধ ।

লবনী (Laboni) - শোভা, সৌন্দৰ্য্যৰ বাবে জনা যায় ।

লোচনা (Lochana) - চকু বা দৃষ্টিশক্তি ।

লয়না (Loyna) - সুন্দৰ, মোহনীয় ।

লক্ষিতা (Laksita) - মনোযোগ বা লক্ষ্য কৰা ।

শক্তি (Sakti) - বল ।

শঙ্কৰী (Sankari) - পাৰ্ব্বতী ।

শশী (Sasi) - চন্দ্ৰ ।

শান্তী (Santi) - সতী তিৰোতা ।

শিখা (Sikha) - মূৰৰ ওপৰত দীঘলকৈ ৰখা চুলি ।

শিৰোমণি (Siromoni) - মূৰৰ মণি বা মুকুট ।

শিক্ষা (Siksa) - অভ্যাস ।

শীতলা (Sitala) - বসন্ত আদি ৰোগ উপশম কৰা গোখানী ।

শোভা (Sobha) - সৌন্দৰ্য্য ।

শ্যামা (Shyama) - কালি গোসানী ।

ষোড়শী (Sorasi) - ষোল বছৰৰ তিৰোতা বা ছোৱালী ।

ষষ্ঠী (Sasthi) - পঞ্চমী তিথিৰ পাছৰ তিথি ।

সংস্কৃতি (Sanskriti) - কৃষ্টি ।

সংহতি (Sanhati) - সংযোগ ।

সঙ্গিনী (Sangini) - লগৰীয়া ।

সন্মতি (Sanmati) - ইচ্ছা ।

সবিতা (Sabita) - সূৰ্য্য ।

সৰস্বতী (Saraswati) - বিণাপাণি ।

সাৰদা (Sarada) - সৰস্বতী ।

সিন্ধুৰা (Sindhura) - এটা ৰাগিণীৰ নাম ।

সীমা (Sima) - দুডৰা মাটিৰ মাজৰ চিন ।

সীতা (Sita) - জনক ৰজাৰ জীয়েক ।

সুখ্যাতি (Sukhyati) - যশস্যা ।

সুগৰী (Sugari) - অবিধ পহু ।

সুমতি (Sumati) - উত্তম বৃদ্ধি ।

সুৰভি (Surabhi) - সুবাস ।

সুৰেশ্বৰী (Sureshwari) - দুৰ্গা ।

সোণালী (Sonali) - সোণ বৰণীয়া ।

স্নেহা (Sneha) - মৰমৰ ।

স্বীয়া (Sbiya) - নায়িকা বিশেষ ।

হিয়া (Hiya) - বুকু ।

হীনা (Hina) - শূন্য ।

হীৰা (Hira) - মাটিৰ পাত্ৰ গঢ়া এজাতি মানুহ ।

হেম সৰস্বতী (Hem Saraswati) - প্ৰাক বৈষ্ণৱ যুগৰ এজন অসমীয়া কবি ।

ক্ষ

ক্ষণো (Ksano) - কেতিয়াবা ।

ক্ষমতা (Khamata) - শক্তি ।



Design by: Sourabh Bora



Post Id: DABP000920