অসমীয়া ছোৱালীৰ নাম ।
নৱজাতকৰ নাম লাগিলে যোগাযোগ কৰিব।
What's App Number: 6000879561
আখৰেৰে ছোৱালীৰ নাম আৰু অৰ্থ ।
ক
কুসুম (Kusum)- ফুল ।
কাবেৰী (Kaberi) - এখন নদী
কাকু (Kaku) - চৰাই ।
কনকলতা (Kanakalata) - অসম স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী ।
কনক ( Kanaka) - চম্পা - এবিধ গছ আৰু তাৰ ফুল।
কন্থা ( Kantha)- কঁথা ।
কন্যা ( Kanya) - কুমাৰী ।
কপাহী ( Kapahi) - কপাহেৰে তৈয়াৰ কৰা ।
কপিলী ( Kapili) - স্ত্ৰী ।
কপৌ ( Kapau)- পাৰজাতিৰ এবিধ বনৰীয়া চৰাই ।
কপৌলতা (Kapaulata) - সৰু সৰু পাতৰ এবিধ লতা ।
কমলা (Kamala) - লক্ষী ।
কমলি (Kamali) - কম্বল ।
কমলিনী ( Kamalini) - পদুম ।
কমিৰ্টি (Kamirti) - সমিতি ।
কৰবী (Karabi) - এবিধ ফুল ।
কৰসি (Karasi) - কৰা ।
কৰী (Karai) - হাতী ।
কৰুণা (Karauna)- দয়া ।
কৰণি (Karani) - জৰীৰ মূৰত দিয়া গাঠীঁ ।
কৰ্চ্চন (Karccana) - এবিধ চৰাই ।
কৰ্ণিকা (Karnika) - কাণৰ অলংকাৰ ।
কৰ্ত্তন (Karttana) - ধাৰ থকা ।
কৰ্দ্দনি (Karddani)- জৰী ।
কৰ্ম্মাণ্য (Karmmanya)- কামিলা ।
কৰমালা (Karmala) - হৰিনাম জপ কৰিবলৈ হাতত লোৱা দৌবিশটা গুটিৰ তুলসীৰ মালা ।
কলিমা (Kalima)- ধৰ্ম্মৰ মন্ত্ৰ ।
কল্মা (Kalma) - লা ইলাহ ।
কল্যাণী (Kalyani) - ভাগ্যবতী ।
কল্পনা (Kalpana) - অস্বাভাৱিক ।
কস্তূৰী (Kasturi)- গন্ধ কলাই ।
কাঁচুলি (Kasturi)- তিৰোতাৰ চোলা বিশেষ ।
কাঁচ্চা (Kamcca) - ওজন বিশেষ ।
কাঞ্চন (Kancana) (- সোণ ।
কাঞ্চলি (Kancali) (- তিৰোতাই বুকুত পিন্ধা কাপোৰ।
কাঞ্চি (Kanci) - ককালত পিন্ধা ।
কাঞ্চুলি (Kanculi) - চেলেং ।
কাঞ্জি (Kanji)- কাঁজি ।
কাঢ়নী (Karhani) - সিজোৱা ধান থালিৰ পৰা নমোৱা হেতা ।
কূৰিকা (Kuraika)- এবিধ চৰাই ।
কাণ্ডাৰী (Kandarai)- নাওঁৰ গুৰি বঠা ।
কাদম্বিনী (Kadambini) - মেঘৰ শ্ৰেণী ।
কাদম্বৰী (Kadambari) - ফুলৰ মৌৰ পৰা হোৱা ।
কাপট্য (Kapatya)- কপটতা ।
কামনা (Kamana)- ইচ্ছা ।
কামী (Kami)- দীঘল বাহঁৰ চেৰা ।
কায়া (Kaya)- দেহ ।
কাৰণী (Karani)- কাৰিকা ।
কাৰুণি (Karauni)- কাৰণ ।
কাকলী (Kakali)- কলী ।
কিস্তি (Kisti)- শিলৰ দৰব পিহা পাত্ৰ ।
কুঁকি (Kuki)- পৰ্ব্বতীয়া মানুহৰ হোৰা ।
কুঁৱলী (Kuwali) - ধোঁৱাৰ দৰে পানী ।
কুঁৱৰী (Kuwari) - ৰাণী ।
কুহীঁ (Kuhi) - গজালী ।
কুকি (Cookie)- অসমৰ এবিধ পৰ্ব্বতীয়া মানুহ ।
কুৰ্তকী (Kurtaki) - অন্যায়ৰূপে তৰ্ক কৰা ।
কৃতি (Kriti) - কৰণ ।
কৃত্তিকা(Krittika)- তৃতীয় নক্ষত্ৰ ।
কৃষ্ণা (Krishna)- ক'লা ।
কৃষ্টি (Krishti)- সংস্কৃতি ।
কুৰুতী (Kuruti)- ওসৰ চাপৰ ।
কেয়ুৰ (Keyur) - বাহুৰ অলংকাৰ ।
কেহু (Kehu) - কোনো কনোৱে ।
কুইন (Queen)- ৰাণী ।
কোশা (Kosha)- পূজাত দেৱতাৰ দিবলৈ পানীলোৱা তাম্ ,ৰূপ আদিৰ পাত্ৰ ।
কোশী (Koshi)- সৰু কোষা ।
কোষ্ঠী (Koshthi)- সোঁৱৰণি ।
কৌশল্যা (Kaushalya) - কোশল ৰজাৰ জীয়েক ।
খ
খঞ্জবী (Khanjabi)- এবিধ সৰু চৰাই ।
খন্দিয়া (Khandia)- খন্দিয়াই সোধ কৰা গোপন কৰা কথা ।
খমিৰা (Khamira)- আতাৰ গুৰি ।
খৰিক (Kharika) - বনৰ ঠাৰি ।
খ্যাতি (Khyati)- যশস্যা ।
খান্তি (Khanti)- বিবৰণ ।
গ
গগনা (Gagana)- বাহঁৰ বাদ্য ।
গঙ্গা (Ganga)- গঙ্গাদেৱী ।
গঙ্গোত্ৰী (Gangotri) - হিমালয় পৰ্বতত থকা হিন্দুৰ তীৰ্থ বিশেষ ।
গৰিমা (Garima)- এবিধ গছ ।
গীতা (Geeta)- ভাগবতগীতা ।
গীতাঞ্জলী (Geetanjali) - এখন বিখ্যাত কবিতা পুঠী।
গীতাল (Geetal) - গীত গাওঁতা ।
গীতি (Geeti) - সঙ্গীত ।
গোদাৱৰী (Godawari) -পবিত্ৰ নদী ।
গৌতমী (Gautami) - দ্ৰোণাচাৰ্য্যৰ পত্নী ।
গৌৰী (Gauri)- দুৰ্গা ।
চ
চন্দনা (Chandana) - এবিধ ভাটৌ ।
চন্দলা (Chandala) -খৰাহি ।
চন্দাৰ (Chandar)- চন্দোৱাৰ ।
চন্দিয়া (Chandia)- কপাহৰ গুটি টানি দীঘল কৰা ।
চন্দ্ৰপ্ৰভা (Chandraprabha)- চন্দ্ৰৰ পোহৰ ।
চন্দমা (Chandama)- চন্দ্ৰ ।
চন্দ্ৰিকা (Chandrima)- জোনাক ।
চান্দি (Chandi)- ৰূপ ।
চিঞা - ক্ষীণ ।
চেদি (Chedi)- প্ৰাচীন ৰাজ্য বিশেষ ।
চেনেহী (Chenehi) - চেনেহৰ মানুহ ।
ছ
ছেওঁ (Chew)- ছেৱ ।
ছেনা (Chena) - সোণ , ৰূপ , লো ।
ছেৰা (Chera)- এৰি যোৱা
ছোহোৰা (Chohora) - শুকান খাজুৰৰ ফল ।
জ
জয়মতী (Jaymati)- গদাধৰ ৰজাৰ ভাৰ্য্য ।
জয়া (Jaya) - দুৰ্গাৰ এটা নাম ।
জলয়া (Jalaya) -শিকিয়া ।
জানকী (Janaki)- সীতা ।
জান্ত (Jant) - বেগাই ।
জিগীষা (Jigisha) -জয়ৰ ইচ্ছা ।
জিঞা (Jina)- এবিধ উৰি ফুৰা পোক বা পখিলা ।
জিন্তী (Jinti)- এবিধ হালধীয়া ফুল ।
জিলিক (Jilik) - চক্ মকা ।
জুৰি (Jury)- পৰ্ব্বতৰ পৰা বৈ অহা সৰু জান ।
জুলি (Julie)- সৰু জুলুঙা ।
জেউতি (Jeuti) - পোহৰৰ দিপ্তী ।
জোনাকী (Jonaki) - ৰাতি জলা এবিধ পোক ।
জুনালী (Junali) - জোনাক ।
জৌতি (Jouti)- জেউতি ।
জ্ঞাতি (Gyati)- সগোত্ৰ ।
ঝ
ঝিনকিন (Jhinkin) - দেহৰ কোনো অংগত কপনিঁ ।
ঝুনা (Jhuna)- এক প্ৰকাৰৰ ছন্দ ।
ড
ডঁৰিকা (Dorika) - এবিধ দিঘলীয়া উৰহী ।
ডঁৰিয়লি (Dorioli) - শাসন কৰোতা ।
ডৰি (Dory)- ডৰ ।
ডেমি (Demi) -আদালতত দৰ্খাস্ত লিখা কাগজ ।
Dimi (ডিমি) -
Dafali-
ত
তৰস্বী (Taraswi) - তাপস ।
তৰা (Tara)- নক্ষত্ৰ ।
তৰুণিমা (Tarunima)- তাৰুণ্য ।
তান্তী (Tanti) -তাতীঁ ।
তামী (Tami) - পূজাত ব্যৱহত তামৰ বাটি ।
তালিকা (Talika) - ফৰ্দ্দ ।
তিথি (Tithi) - চন্দ্ৰৰ মাহেকীয়া গতিৰ ত্ৰিশ দিনৰ এদিন ।
তিয়া (Tiya) -আদ্ৰৰ্কৰ ।
তীখা (Teekha)-পৰিষ্কৃত লো ।
তুঁহু (Tuhu)-সৰ্ব্ব ।
তুলী (Tuli)-তলা ভৰোৱা কাপোৰ ।
তেজস্বী (Tejaswi) - মহিমা যুক্ত ।
তোলা (Tola)- এটকাৰ ওজন ।
ত্যাগী (Tyagi) -ত্যাগশীল ।
দ
দনু (Danu) - দক্ষ ৰজাৰ এজনী জীয়েক ।
দৰিয়া (Dariya) - সাগৰ, ডাঙৰ নৈ ।
দৰ্শনী (Darshani) - দৰ্শলাভ ।
দশমী (Dashami) - দক্ষনী তিথি ।
দহনু (Dahanu) - জুই ।
দামিনী (Damini)- বিদ্যুত ।
দীপিকা (Deepika) - শঙ্কৰী যুগৰ আগৰ এখন প্ৰাচীন অসমীয়া পুথি ।
দীপ্তি (Deepti) - প্ৰকাশ
দৰ্শিতা (Darshita)- দীৰ্ঘদৃষ্টি
দীক্ষা (Diksha) - ব্ৰতসাধনত নিয়োগ ।
দুনা (Duna) - দুই গুণ ।
দুৰ্গা (Durga)- দশপূজা ।
দুলাৰী (Dulari)- সৌভাগিনী কন্যা ।
দেৱকী (Devaki) - কৃষ্ণৰ জননী ।
দেহা (Deha) - দেহ ।
দেহি (Dehi)- আনৰ দুখ দেখি নিজৰ দেহতে দুখ পোৱা যেন ভাবি পুতৌ কৰা মাত ।
দৈৱকী (Daiwaki) - কৃষ্ণৰ মাক ।
দ্ৰোপদী (Dropadi)- দ্ৰোপদ ৰজাৰ কন্যা ।
দ্বিধা (Dwidha) - মনৰ সংশয় ।
ধ
ধনশ্ৰী (Dhanshree)- সংগীতৰ ৰাগ বিশেষ ।
ধনিষ্ঠা (Dhanishta- চৌবিশ সংখ্যাৰ নক্ষত্ৰ ।
ধৰণী (Dharani)- পৃথৱী ।
ধৰমী (Dharami) - সাধু ।
ধৰা (Dhara)- পৃথিৱী ।
ধৰিত্ৰী (Dharitri) - পৃথিৱী ।
ধাৰণা (Dharana)- স্মৰণ শক্তি ।
ধাৰা (Dhara) - ৰীতি ।
ধুৰা (Dhura) - গীতৰ দোহাৰ ।
ন
নগ্নিকা (Nagnika) - সৰু - ছোৱালী ।
নজিৰ (Nazir)- পূৰ্ব্বে হোৱা একে পকমৰ কথা ।
ননী (Nani) - মাখন ।
নৰা (Nora) -দাই নিয়া ধানৰ মূঢ়া ।
নৰ্ম্মদা (Narmada) - এখন পবিত্ৰ নদীৰ নাম ।
নাগিনী (Nagini) - নগাজাতিৰ তিৰোতা ।
নান্দী (Nandi)- তুতি কৰা শ্লোক ।
নাৰ্জী (Narji)- গেন্ধাই ফুল ।
নিকু (Niku) - সুন্দৰকৈ ।
নিচা (Nisha) -ৰাগ
নিঝৰা (Nirjhara)- পৰ্ব্বতৰ পৰা অলপীয়াকৈ বৈ অহা পানী ।
নিতু (Nitu)- নিতৌ ।
নিমাতী (Nimati)- এবিধ চৰাই ।
নিমি (Nimi) - জনক ৰজাৰ পূৰ্বপুৰুষ আৰু ৰজা ।
নিয়তি (Niyati)- বিধিৰ বিধান ।
নিয়ৰ (Niyara) - হিম ।
নিশা (Nisha) - ৰাতি ।
নীতি (Niti) - আচাৰ।
নুৰা (Nura) - কোমল বস্তুৰ আটি ।
নেহা (Neha) - মৰম , চেনেহ , প্ৰীতি ।
প
পদ্মা (Padma) - মনসা দেৱী ।
পদ্মিনী (Padmini) সুন্দৰী তিৰোতা ।
পপিহা (Popiha)- এবিধ চৰাই ।
পৰাণী (Paraani) - প্ৰাণী ।
পৰী (Pori) - সুন্দৰী উপদেশী বিশেষ।
পলিতা (Polita) - শলিতা ।
পাখি (Pakhi)- চৰাইৰ ডেউকা ।
পান্তি (Panti) - শ্ৰেণী ।
পাৰদৰ্শী (Paradarsi)- ভালকৈ জানা ।
পাহি (Pahi) - ফুলৰ সৰু সৰু পাত ।
পিয়া (Piya) - পান কৰা ।
পুৰবী (Purabi) - ৰাগিনী বিশেষ ।
পূৰ্ণিমা (Purnima) - তিথিত পূৰ্ণ চন্দ্ৰৰ উদয় হয় ।
প্ৰিয়া (Priya) - মৰমৰ ঘৈণী ।
প্ৰীতি (Preeti)- আনন্দ ।
পিংকী (Pinki) - এজনি ছোৱালী গোলাপৰ দৰে ।
ফ
ফলিতা (Phalita)- সপোন ।
ফাৰ্চী (Pharci) - পাৰশ্য দেশৰ ভাষা ।
ব
বিপাশা (Bipasha)- পাঞ্জাবৰ এখন নদীৰ নাম ।
বন্যা (Banya) - বান - পানী ।
বন্তি (Banti)- জ্বলি থকা ।
বৰষা (Barasha) - বাৰিষা ।
বীৰাঙ্গনা (Birangana)- সুন্দৰী ।
বৰ্ণালী (Barnali) - ৰামধেনুৰ নিচিনা যি বৰ্ণৰ সমাবেশ দেখা যায় তাকে বৰ্ণালী বোলে ।
বৰ্ণী (Barni)- ব্ৰহ্মচাৰী ।
বৰ্ত্তী (Bartti) - স্থিতিশীল ।
বৰ্ষা (Barsa) - এটা ঋতুৰ নাম ।
বসুন্ধৰা (Basundhara) - পৃশিৱী .
বাণি (Bani) - নাৱৰ দাঁতি ।
বাসনা (Basana)- কামনা ।
বিজয়া (Bijaya)- দুৰ্গা ।
বিজয়ী (Bijayi)-জয়লাভ কৰা ।
বিদিশা (Bidisha)- মালদেশৰ এখন নগৰৰ নাম ।
বিনা (Bina) - নথকা ।
বিন্দু (Bindu)- অতি ক্ষুদ্ৰ চিন বা ফুট ।
বিৰিঞ্চি (Birinchi)- ব্ৰহ্মা ।
বিৰিণা (Birina) - মাটিত গজা এবিধ ওখ বন ।
বৃন্দা (Brinda)) - ৰাধিকাৰ দূতী আৰু সুখী তুলসীৰ এটি নাম ।
ব্যাপ্তি (Byapti)- বিস্তাৰ ।
ভ
ভাৰতী (Bharati)- সৰস্ৱতী ।
ভাৰবি (Bharabi) - 'কিৰাতাৰ্জ্জুনীয়' নামৰ সংস্কৃত ৰচয়িতা কবি ।
ভাৰসা (Bharasa)- আশা ।
ভূমিকা (Bhumika) - পাতনি ।
ভোগৱতী (Bhogavati)- পাতালত থকা গঙ্গা নৈ ।
ম
মইনা (Moina) - মানুহৰ মাত লগোৱা এবিধ শালিকা জাতিৰ চৰাই ।
মঙ্গালতি (Mangalati) - মঙ্গল চোৱা মানুহ ।
মঞ্জিৰা (Manjira)- এবিধ নিচেই সৰু খুটি তাল ।
মঞ্জু (Manju)- সুন্দৰ ।
মঞ্জুশ্ৰী (Manjusri) - বৌদ্ধ আৰু জৈন ধৰ্মত স্থান পোৱা দেৱতা বিশেষ ।
মণি (Mani) - হীৰা ।
মধু (Madhu) - মৌ ।
মধুনা (Madhuna)- কল গছৰ মাজৰ ডিলা বা সাৰ ।
মধুমতী (Madhumati)- বাণ ৰজাৰ পত্নী ।
মালতী (Malati) - এবিধ বৰ সুগন্ধি উত্তম ফুল ।
মনা (Mana) - লোকৰ দ্বাৰা সন্মান কৰা ।
মনীষা (Manisha)- বুদ্ধি ।
মনু (Manu) - শাস্ত্ৰৰ মতে মনু চৈধ্য জনা ।
মন্দিৰা (Mandira)- সৰু তাল ।
মমতা (Mamata) - মৰম ।
ময়ুৰী (Mayuri) - ম'ৰা চৰাই ।
মৰমী (Marami) - যাক মৰম কৰা হয় ।
মল্লিকা (Mallika) - এজাতি সুগন্ধি বগা ফুল ।
মহিমা (Mahima) - মাহাত্ম্য ।
মানসী (Manasi) - মনোজাতা ।
মিঠে (Mithe) - গুড়ে পিঠাগুড়িৰে মিহলাই বন্ধা লাড়ু ।
মিতালী (Mitali) - মিত্ৰতা ।
মিনাক্ষী (Meenakshi) - মাছৰ নিচিনা চকু থকা তিৰোতা ।
মীমাংসা (Mimansa)- সিদ্ধান্ত ।
মুকুতা (Mukuta)- মুক্তা ।
মৃদু (Mridu)- মিহি ।
মোহিনী (Mohini) - অতি সুন্দৰী ।
মোহি (Mohi)- মোক
মৌচুমী (Mausumi) - বৰ্ষাকালীন ।
য
যমুনা (Jamuna) - বৃন্দাবনৰ মাজেৰে বৈ থকা এখন নৈ ।
যশোদা (Yashoda) - কৃষ্ণৰ তোলনীয়া মাক ।
যামিনী (Jamini) - ৰাতি ।
ৰ
ৰঙ্গিণী (Rangini) - ধেমেলীয়া ।
ৰঙ্গীলা (Rangila) - ধেমালি ভাল পাওঁতা ।
ৰজনী (Rajani) - ৰাতি ।
ৰজিতা (Rajita) - মিল ।
ৰজ্জু (Rajju) - জৰা ।
ৰঞ্জিকা (Ranjika)- আনন্দদায়িনী ।
ৰশ্মি (Rasmi) - যি পোহৰৰ দ্ৱাৰা অস্বচ্ছ আৰু স্থূল বস্তুৰ ভিতৰ ভাগৰ বিষয়ে জানিব পাৰি ।
ৰতি (Rati)- প্ৰবল ইচ্ছা ।
ৰ'দালি (Radali) - ৰ'দ থকা ।
ৰয়নী (Rayani)- ৰজনী ।
ৰাগিনী (Ragini) - ৰাগ ভাঙি কৰা গীতৰ সুৰ ।
ৰাজশ্ৰী (Rajshree)- ৰজাৰ শ্ৰী বা শোভা ।
ৰাত্ৰি (Ratri)- ৰাতি ।
ৰাধা (Radha) - কৃষ্ণৰ বৰ প্ৰিয় এজনা গোপীৰ নাম।
ৰুক্মিণী (Rukmini) - কৃষ্ণৰ এজন ভাৰ্ষ্য়ৰ নাম ।
ৰেখা (Rekha) - আচঁ ।
ৰেণু (Renu) -কণিকা ।
ৰেণুকা (Renuka) - জমদগ্নি মুনিৰ ভাৰ্ষ্যা পৰশু ৰামৰ মাক ।
ৰেৱতী (Revati) - শেষ নক্ষত্ৰ ।
ৰোহিণী (Rohini)- চতুৰ্থ নক্ষত্ৰ ।
ল
লখিমী (Lakhmi) - 'লক্ষ্মী' শব্দৰ কোমল ৰূপ ।
লাঞ্ছনা (Lanchana) - তিকস্কাৰ ।
লালী (Lali) - জুলীয়া গুড় ।
লাৱণ্য (Labanya)- কান্তি ।
লিৰ্টিকা (Lirtika) - বাঢ়িব নোৱাৰা ।
লিলি (Lili) - পদুম ।
লীলাৱতী (Lilabati)- এগৰাকী বিদুষী মহিলা ।
লোহিত্য (Lohitya) - ব্ৰহ্মপুত্ৰ।
শ
শক্তি (Sakti) - বল ।
শঙ্কৰী (Sankari) - পাৰ্ব্বতী ।
শশী (Sasi)- চন্দ্ৰ ।
শান্তী (Santi) - সতী তিৰোতা ।
শিখা (Sikha) - মূৰৰ ওপৰত দীঘলকৈ ৰখা চুলি ।
শিৰোমণি (Sirumoni)- মূৰৰ মণি বা মুকুট ।
শিক্ষা (Siksa) - অভ্যাস ।
শীতলা (Sitala)- বসন্ত আদি ৰোগ উপশম কৰা গোখানী ।
শোভা (Sobha) - সৌন্দৰ্য্য ।
শ্যামা (Shyama) - কালি গোসানী ।
ষ
ষোড়শী (Sorasi) - ষোল বছৰৰ তিৰোতা বা ছোৱালী ।
ষষ্ঠী (Sasthi) - পঞ্চমী তিথিৰ পাছৰ তিথি ।
স
সংস্কৃতি (Sanakriti) - কৃষ্টি ।
সংহতি (Sanhati) - সংযোগ ।
সঙ্গিনী (Sangini) - লগৰীয়া ।
সন্মতি (Sanmati) - ইচ্ছা ।
সবিতা (Sabita) - সূৰ্য্য ।
সৰস্বতী (Saraswati) - বিণাপাণি ।
সাৰদা (Sarada)- সৰস্বতী
সিন্ধুৰা (Sindhura) - এটা ৰাগিণীৰ নাম ।
সীমা (Sima) - দুডৰা মাটিৰ মাজৰ চিন ।
সীতা (Sita)- জনক ৰজাৰ জীয়েক ।
সুখ্যাতি (Sukhyati) - যশস্যা ।
সুগৰী (Sugari) - অবিধ পহু ।
সুমতি (Sumati) - উত্তম বৃদ্ধি ।
সুৰভি (Surabhi) - সুবাস ।
সুৰেশ্বৰী (Sureshwari)- দুৰ্গা ।
সোণালী (Sonali) - সোণ বৰণীয়া ।
স্নেহা (Sneha)- মৰমৰ ।
স্বীয়া (Sbiya) - নায়িকা বিশেষ ।
হ
হিয়া (Hiya) - বুকু
হীনা (Hina) - শূন্য
হীৰা (Hira) - মাটিৰ পাত্ৰ গঢ়া এজাতি মানুহ ।
হেম সৰস্বতী (Hem Saraswati) - প্ৰাক বৈষ্ণৱ যুগৰ এজন অসমীয়া কবি ।
ক্ষ
ক্ষণো (Ksano) - কেতিয়াবা ।
ক্ষমতা (Khamata)- শক্তি ।
Add - Bipasha Kakati
Type- Bipasha Kakati.
Post Id: DABP000920
18 Comments