অসমীয়া বাৰৰ নাম ইংৰাজিৰ সৈতে
অসমীয়া - ইংৰাজী - English
দেওবাৰ - চানডে - Sunday
সোমবাৰ - মনডে - Monday
মঙ্গলবাৰ - টিউচডে - Tuesday
বুধবাৰ - ওৱেডনেচডে - Wednesday
বৃহস্পতিবাৰ - থাৰ্চডে - Thursday
শুক্ৰবাৰ - ফ্ৰাইডে - Friday
শনিবাৰ - চেটাৰডে - Saturday
Post Id: DABP001206
2 Comments