অসমীয়া সোণ-ৰূপ আদিৰ ওজন
৪ ধানে - ১ ৰতি
৬ ৰতিয়ে - ১ অনা
২ অনাত - ১ আধামহা
৪ অনাই - ১ মাহ
৮ অনাই - ১/২ আধা তোলা
১৬ অনাই - ১ তোলা বা ভৰি
আজি কালি অসমৰ লগতে সমগ্ৰ ভাৰততে গ্ৰাম প্ৰদ্ধতি ব্যৱহাৰ কৰে।
১৬ অনা মানে ১ তোলা বা ১ ভৰি আৰু গ্ৰাম হিচাপত ১০.০০ গ্ৰাম
ইয়াৰ উপৰিও সোনৰ বিশুদ্ধতা আৰু চৰকাৰী চিন অতি গুৰুত্ব পূৰ্ণ।
বিশুদ্ধতা প্ৰকাৰ-----
১৮ কেৰত (18K)- 750 Mark
২০ কেৰত (20K)-
২২ কেৰত (22K)- 916 Mark
২৪ কেৰত (24K)- 990 Mark
সোনত থকিব লগীয়া চৰকাৰী চিন
ইয়াৰ ওপৰিও দোকানৰ চিন অতি গুৰুত্ব পূৰ্ণ।
Post Id: DABP001203
0 Comments