অসমীয়া সোণ-ৰূপ আদিৰ ওজন 

৪ ধানে        - ১ ৰতি
৬ ৰতিয়ে    - ১ অনা
২ অনাত    - ১ আধামহা
৪ অনাই     - ১ মাহ
৮ অনাই    - ১/২ আধা তোলা
১৬ অনাই  - ১ তোলা বা ভৰি 

আজি কালি অসমৰ লগতে সমগ্ৰ ভাৰততে গ্ৰাম প্ৰদ্ধতি ব্যৱহাৰ কৰে।

১৬ অনা মানে ১ তোলা বা ১ ভৰি আৰু গ্ৰাম হিচাপত ১০.০০ গ্ৰাম

ইয়াৰ উপৰিও সোনৰ বিশুদ্ধতা আৰু চৰকাৰী চিন অতি গুৰুত্ব পূৰ্ণ।

বিশুদ্ধতা প্ৰকাৰ-----
    ১৮ কেৰত (18K)-  750 Mark
    ২০ কেৰত (20K)-  
    ২২ কেৰত (22K)-  916 Mark
    ২৪ কেৰত (24K)-  990 Mark

সোনত থকিব লগীয়া চৰকাৰী চিন
    BSI Hallmark 


ইয়াৰ ওপৰিও দোকানৰ চিন অতি গুৰুত্ব পূৰ্ণ।




Post Id: DABP001203