যুক্তাক্ষৰ থকা শব্দ 


১) ষ্ণ = কৃষ্ণ , উষ্ণতা , উষ্ণ ।

২) ন্ধ = বন্ধু , অন্ধ , বন্ধ । 

৩) জ্ৰ = বজ্ৰ , বজ্ৰপাত , বজ্ৰলেপ ।

৪) হ্ম= ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ।

৫) দ্ম = পদ্ম , পদ্মাৱতী ।

৬) ন্ম = জন্ম , জনমাষ্টমী , জন্মান্তৰ ।

৭) গ্ম = অযুগ্ম , যুগ্ম । 

৮) ল্ম = গুল্ম , কল্মৌ , বাল্মীকী ।

৯) ত্ম = আত্মা , পৰমাত্মা , মহাত্মা

১০) ক্ল = ক্লান্ত , ক্লেশ , শুক্লপক্ষ ।

১১) গ্ল = গ্লানি ,  গ্লোব , গ্লুকোজ  ।

১২) ফ্ল =  ফ্লেগ , ফ্লাক্স ।

১৩) ল্ল = দিল্লী , পাল্লা , উল্লাস ।

১৪) শ্ল = শ্লোক , শ্লেমা । 

১৫) ব্ল = ব্লেড , ব্লাউজ , ব্লেকবোৰ্ড ।

১৬) হ্ল = প্ৰহ্লাদ , আহ্লাদ ।

১৭) ন্ত্ৰ = মন্ত্ৰ , যন্ত্ৰ ।

১৮) শ্ন = প্ৰশ্ন , প্ৰশ্নকাকত , প্ৰশ্নোউত্তৰ ।

১৯) চ্ছ = উচ্ছেদ , বিচ্ছেদ , শিৰোচ্ছেদ ।

২০) ন্ত = শান্ত , সীমান্ত , অন্তৰীক্ষ ।

২১) হৃ = হৃদয় , হৃীদপীন্দ 

২২) প্ৰ = প্ৰিয়া, প্ৰাৰ্থনা। 


Apurba Kakati

(Morigaon, Assam)


ওপৰত নথকা দিবলৈ কমেন্ট কৰক নাইবা ইমেল কৰক www.dailyassamofficl@gmail.com 


Post Id: DABP001342