১) অকথিতঃ অব্যক্ত , অনুক্ত
২) অঞ্জলি ঃ আঁজলি, বদ্ধাঞ্জলি, কৰকোষ
৩) অতপালি ঃ উদ্ভণ্ডালি
৪) অনাথ ঃ গৰাকীহীন , অভিভাৱকবিহীন
৫) অনুমতি ঃ অনুজ্ঞা , আজ্ঞা
৬) অপলক ঃ অনিমিষ, নিৰ্নিমেষ, অনিমেষ
৭) অভিহত ঃ আহত
৮) অহংকাৰী ঃগৰবী, মদগৰ্বী, মইবৰ, দাম্ভক, দম্ভী
৯) অশৌচ ঃ চুৱা
১০) অসভ্য ঃ অভদ্ৰ, অভব্য় ,অশিষ্ট, বৰ্বৰ
১১) অসহ্য় ঃ অসহনীয় , দুৰ্বিসহ , দুঃসহ
১২) অক্সিজেন ঃ অম্লজান
১৩) অঘৰী ঃ ঘৰহীন, গৃহহীন, অনিকেত
১৪) অজাতি ঃ অ-কুল, অকুলীন, অকুলীয়া , অকুলীয়ান
১৫) অধীৰ ঃ অস্থিৰ , অথিৰ , অশান্ত, চঞ্চল,চপল
১৬) অমৰত্ব ঃ অনশ্বৰতা,অবিনশ্বৰতা
১৭) অলংকাৰ ঃ আভূষণ, কঞ্চুল, ভূষণ,ভূষা, গহনা
১৮) অবিশ্বাস ঃ অপ্ৰত্যয় , অসঞ্জাত, অনাস্থা, বিশ্বাসহীনতা
১৯) অভাব ঃ অকুলন, অনাটন, অপ্ৰতুল,নাটনি
২০) অভিশাপ ঃ অকৰণি, অভিশাস্তি, শাও, শাপ
২১) অলপ ঃ ন্যূন , অল্প, যৎসামান্য,তাকৰ, কিঞ্চিৎ,ঈষৎ
২২)অমৃত ঃ সুধা , অমিয়, পীয়ুষ, অমিয়া
২৩) অধোগতি ঃ অধঃপতন , নিম্নগমন,অধোগমন, অৱনতি
২৪) অজ্ঞতা ঃ মূৰ্খতা, অজ্ঞানতা,মূঢ়তা
২৫) অস্তিত ঃ বিদ্য়ামানতা, সত্তা, অৱস্থান, স্থিতি
২৬) অশ্লীল ঃ ওভং, অশালীন, অশিষ্ট
২৭) অনুগমন ঃ অনুসৰণ, অনুকৰণ
২৮) অন্তেষপুৰ ঃ ভিতৰমহল , অন্তঃপুৰ , অন্দৰমহল
৩০) অথবা ঃ অন্যথা , নতুবা , কিংবা , বা, কিম্বা , বা
৩১) অতীত ঃ ভূত, অতীজ, গত, অতিক্ৰান্ত, বিগত
৩২) অকাম্য ঃ অবাঞ্ছনীয় , অপ্ৰত্যাশিত.
৩৩) অগ্নিদেৱতা ঃ, হব্যবাহন
৩৪) অসীম ঃ অশেষ, অনন্ত , অপৰিসীমা , সীমাশূন্য, অন্তহীন, সীমাহীন
৩৫) অৱৰোহন ঃ অৱতৰণ
৩৬) অৰ্পণ ঃ আহুতি , সমৰ্পণ , দা২ন , তৰ্পণ , নিৱেদন, উছৰ্গা
৩৮) অব্যৰ্থ ঃ ব্যৰ্থহীন, অমোঘ
৩৯) অপৰাধ ঃ দোষ, গুণাহ , জগৰ
৪০) অনুবাদ ঃ ভাষান্তৰ, তৰ্জমা , ভাঙনি
৪১) অধিকাৰ ঃ দখল, হক , দাবী
৪২) অটুট ঃ অক্ষুণ্ণ , অক্ষয়
৪৩) অচিলা ঃ চেলু , অজুহাত
৪৪)অকপট ঃ সৰল , চিধা , অকুটিল , ভলভলীয়া , অকপটীয়া
অক্ৰূৰ ।
৪৫) অসুবিধা ঃ আহুকাল , অসুচল , মুস্কিল , জঞ্জাল
৪৬) অশ্বাৰোহী ঃ ঘোঁৰাচৱৰী ,চোৱাৰ , চোৱাৰী
৪৭) অমিল ঃ বিভেদ, পাৰ্থক্য , ভেদ , অনৈক , গড়মিল, প্ৰভেদ
৪৮) অবাধ্য ঃ উদ্ধত , আবৰ
৪৯) অপেক্ষা ঃ বাটচোৱা, চবুৰ , প্ৰতীক্ষা
৫০) অনিদ্ৰা ঃ নিদ্ৰাহীনতা
৫১) অত্যাচাৰ ঃ উপদ্ৰৱ , উৎপীড়ন
৫২) অতিশয় ঃ বহুত , অতি , অধিক , অত্যধিক, খুব , অত্যন্ত, যথেষ্ট
৫৩) অগ্নিহোত্ৰী ঃ অগ্ন্যাহিত , অগ্নীধ
৫৪) অখ্যাত ঃ খ্যাতিহীন, অপ্ৰসিদ্ধ
৫৫) অসম্ভাব্য ঃ অসম্ভাৱিত , অসম্ভাৱনীয়
৫৬) অশ্ৰু ঃ লো, নেত্ৰজল , অক্ষিজল , চকুলো , লোতক , চকুপাণী , নেত্ৰাম্বু, নয়নজল
৫৭)অমৰ ঃ মূত্যুঞ্জয় , চিৰঞ্জীৱ , চিৰায়ু, চিৰজীৱী, চিৰজীৱী
৫৮) অন্ধতা ঃ দৃষ্টিহীনতা , অন্ধত্ব
৫৯)অন্তিমকাল ঃ ইন্তাকাল , মৰণকাল , মৃত্যুক্ষণ , ইন্তেকাল
৬০) অদহনীয় ঃ অদাহ্য
৬১) অতিথিশাল ঃ যাত্ৰীনিৱাস , অতিথিগৃহ
৬২) অজলা ঃ অঁকৰা , আজলা,ভেদেঙা , হাৱাং, আব্ৰা , হোজা
৬৩) অংশীদাৰ ঃ ভাগী, চৰিক , ভগিয়াৰ, ভাগীদাৰ
৬৪) অহংকাৰী ঃ দম্ভী, গৰ্বী , দাম্ভিক , অবিনীত , মইবৰ , গৰবী
৬৫) অসন্ত্তষ্ট ঃ বিতুষ্ট , অতুষ্ট , অপ্ৰসন্ন
৬৬) অভ্যাস ঃ সাধনা, অনুশীলন , অধ্যৱসায় , চেষ্টা, পৰিশীলন , চেষ্টা
৬৭) অবতৰ ঃ আবতৰ
৬৮) অপ্সৰা ঃসুৰসুন্দৰী , অপেচৰা, দিব্যনাৰী , সুৰকন্যা, অপেস্বৰী , সুৰধৰ , দিব্যাংগনা , সুৰবালা , ত্ৰিদশবনিতা , অপেস্বৰা
৬৯) অনুতাপ ঃ অনুশোচনা , খেদ , পৰিতাপ
৭০) অনবৰত ঃ একেৰাহে, অবিৰাম , নিৰন্তৰ , অবিশান্তৰূপে , ধাৰাসাৰে
৭১) অচিনাকী ঃ অপৰিচিত , অচিন , অচিনা
৭২) অখণ্ড ঃ অখণ্ডনীয় , অভগ্ন , অবিভক্ত , অখণ্ডিত
৭৩) অসাৰুৱা ঃ কটুৰ , অনুৰ্বৰ , ঊষৰ , অনুৰ্বৰা
৭৪) অলৌকিকঃ লোকাতীত , অপাৰ্থিৱ
৭৫) অমংগল ঃ অহিত , অকল্যাণ, অশুভ, অথন্তৰ , অনৰ্থ
৭৬) অভিজাত ঃ সম্ভ্ৰমযুক্ত, সম্ভ্ৰান্ত
৭৭) অবিহনে ঃঅনুপস্থিতিৰে, অবৰ্তমানে , অবিদ্য়মানে
৭৮) অপ্ৰকাশিত ঃ অব্যক্ত, অপ্ৰকট
৭৯) অনুমাণ ঃ আইদিয়া কৰা , আন্দাজ , ধাৰণা
৮০) অধোবদন ঃ অধোমুখ
৮১) অতুলনীয় ঃ নিৰুপম , অতুল , অপূৰ্ব , অন্যন , নিৰুপম , অতুল্য , অনুপম , অভিন্ন
৮১) অগণন ঃ শ শ , লাখ লাখ ,অলেখ, লক্ষকোটি , শতকোটী, অসংখ্য , অজস্ৰ , ইত্যাদি
৮২) অকথ্য ঃ অবাচ্য , অকথনীয়
৮৩) অস্ত্ৰ ঃ হাথিয়াৰ , শস্ত্ৰ, হাতিয়াৰ , আহিলা
৮৪) অৱনত ঃ অৱনতমস্তক , আনত , নতশিৰ , নত
৮৫) অলংকাৰ ঃ অৱতংস , আভূষণ, ভূষণ, আকল্প , ভূষণ, ভূষা , বিভূষণ , গহনা
৮৬) অবাধ ঃ মুকলি, অপ্ৰতিহত , বাধাশূন্য , আবতৰীয়া , মুক্ত, বাধাহীন , অপ্ৰতিহত , নিৰস্কুশ
৮৭) অফিচ ঃ দফতৰ , কাৰ্যালয় , দোপদৰ , দপ্তৰ
৮৮) অনায়াসে ঃ সহজে , হেলাৰঙে , বিনাকষ্টে
৮৯) অথবা ঃ বা , অন্যথা , কিম্বা , নতুবা , কিংবা , নাইবা
৯০) অৰ্জুন ঃ সব্যসাচী , কৃষ্ণসখ , কপিধ্বজ , বিজয় , ধনঞ্জয় , শ্বেতবাহ , পাৰ্থ , কপিকেতন , ইত্যাদি
৯১) অজ্ঞানী ঃ মূঢ় , অগিয়ান , জ্ঞানহীন , নিৰ্বোধ , মূঢ়মতি , অজ্ঞ
৯২) অইন ঃ বেলেগ , অন্য , আন
৯৩) অসুস্থতা ঃ স্বাস্থ্যহীনতা , অস্বাস্থ্য
৯৪)অসমান ঃ খলা-বমা , অমসৃণ , ওখোৰা-মোখৰা , ওখ - চাপৰ , কোৰোকা-কুৰুকি
৯৫) অমনোযোগী ঃ উন্মনা , অন্যমনস্ক , আওকণীয়া , উন্মন
৯৬) অভিশপ্ত ঃ শাপগ্ৰস্ত , অভিশাপগ্ৰস্ত
৯৭)অপৈণত ঃ কেঁচেলুৱা , অপৰিণত , আপঁইত , অপৰিপক্ক , আপূৰঠ
৯৯)অনিষ্টকৰ ঃ হানিকাৰক , অনিষ্টকাৰক , ক্ষতিকাৰক, অনিষ্টকাৰী ,অনিষ্টজনক , ক্ষতিকৰ
১০০) অধোগত ঃ নিম্নগামী , অধোনমতি , অধোগামী
১০১) অট্টালিকা ঃ সম্য , দালনা , মঞ্জিল , প্ৰাসাদ
১০২) অতিথি ঃ আলহী, অভ্যাগত
১০৩)অজগৰ ঃ শীৰ , অহীন , ঢ়েঁকীসাপ, মহোৰগ, অহীশ্বৰ
১০৪) অকৃতজ্ঞতা ঃ কৃতঘ্নতা , অগুণকাৰিতা, অশলাগ
১০৫) অট্টনাদ ঃ অট্টৰোল , অট্টনিনাদ, অট্টৰৱ
১০৬) অনায়াসে ঃ অৱলীলাক্মমে , সহজে , বিনাকষ্টে , হেলাৰঙে
১০৭) অসৎ ঃ বেয়া , অসজ , অসাধু
১০৮) অস্তাচল ঃ অস্তগিৰি
১০৯) অসম্পূৰ্ণ ঃ আধা-ডুখৰীয়া , অসমাপ্ত, অপূৰ্ণ, আদখিনীয়া , অপৰিপূৰ্ণ , আধৰুৱা , আদখনীয়া
১১০) অসন্ত্তুষ্টি ঃ অসন্তোষ , অতুষ্টি , অতুষ্টতা
১১১)অসতৰ্ক ঃ অসাৱধান
১১২) অশ্মীভূত ঃ প্ৰস্তৰীভূত , শিলীভূত
১১৩) অশ্মমণ্ডল ঃ শিলাময়
১১৪) অশ্বৰক্ষক ঃ চহিচ , অশ্বপাল , অশ্বাধ্যক্ষ , অশ্বপালক , ঘোঁৰাপালক
১১৫) অশৰীৰী ঃ বিদেহ , অনংগ , শৰীৰহীন , কায়াহীন , বিদেহী , অৱয়বহীন , দেহহীন
১১৬) অল্পভাষী ঃ স্বল্পভাষী, বাকসংযমী, মিতভাষী
১১৭) অৱশেশ ঃ ৰাহি , অৱশিষ্ট, বাকী
১১৮)অৰণ্যচাৰী ঃ বিপিনবিহাৰী , অৰণ্যচৰ , বনচাৰী, বনচৰ
১১৯)অমাৱস্যা ঃ আঁউসী, অমানিশা
১২০) অম্বুবাচী ঃ ষাঁঠ, আমতি
১২১) অমিতা ঃমধুফল , অমৃতফল , অমৃতা
১২২)অভিনন্দন ঃ সম্ভাষণ , সম্বৰ্ধনা, অভিবাদন
১২৩) অভগন ঃ অব্যয়
১২৪)অবিবাহিত ঃ আবিয়ৈ, অকৃতদাৰ , অনূঢ়
১২৫) অভাগিনী ঃ দুৰ্ভাগিনী , অভাগী, দুৰ্ভাগী
১২৬)অবিকল ঃ হুবহু,সাইলাখ, একে
১২৭) অবতৰীয়া ঃ আবতৰীয়া , অবতৰুৱা
১২৮) অবাস্তৱ ঃ কাল্পনিক , অলীক
১২৯)অপিৰয়োজন ঃ মিছা-মছি , অদৰকাৰ, অপ্ৰয়োজনীয়তা , অনাৱশ্যক , অমূলক, অলাগতিয়াল , অদৰকাৰী , বাংকৰা , গৰজহীন
১৩০)অপৰিষ্কাৰ ঃ লেতেৰা, অপৰিচ্ছন্ন, মলিয়ন
১৩১) অপৰাজিত ঃ অজিত , অপৰাজেয়, অজেয়
১৩২) অন্ধ ঃ দৃিষ্টশূন্য, অন্ধক , দৃষ্টিহীন, অন্ধলা
১৩৩)অন্তৰ্ভুক্ত ঃ অন্তৰ্ভুত, অন্তৰ্গত
১৩৪)অনুভৱীঃ অনুভূতিপ্ৰৱণ , অনুভূতিশীল
১৩৫) অনুষ্টুপীয়া ঃ আড়ম্বৰহীন, আড়ম্বৰশূন্য, জাকজমকহীন
১৩৭) অনুভৱ ঃ উপলব্ধি, অনুভূতি
১৩৮) অনুজ্জ্বল ঃ মলিন , নিষ্প্ৰভ, ম্লান , দীপ্তিহীন , জ্যাোতিশূন্য, মোলান , বিবৰ্ণ, প্ৰভাহীন
১৩৯) অনীহা ঃ বিৰাগ, অনুদ্যম, অনীপ্সা,নিস্পৃূহতা
১৪০)অনুযায়ী ঃ অন্তৰ্গত , অন্তৰ্ভুত
১৪১)অনিমন্ত্ৰিত ঃ অনাহূত
১৪২)অধ্যায় ঃ সৰ্গ, আধ্যা, পৰিচ্ছেদ
১৪৩)অধীন ঃ বশ , অনুগত, পৰাধীন , তলতীয়া , পৰৱশ,স্বাধীনতাহীন
১৪৫) অদ্ৰনণীয় ঃ অদ্ৰাব্য,
১৪৭) অদ্ভুত ঃআচৰিত, আশ্চৰ্যকৰ, আশ্চৰ্যজনক, বিস্ময়কৰ
১৪৮) অত্যুক্তি ঃ অতিশয়োক্তি, অতিৰঞ্জন
১৪৯) অতিচাৰ ঃ মাত্ৰাধিক
১৫০) অজ্ঞতা ঃ মূৰ্খতা, অজ্ঞানতা , মূঢ়তা
১৫১) অকৃতজ্ঞতা ঃ কূতঘ্নতা, অগুণকাৰিতা , অশলাগ
১৫২)অক্লেশ ঃ কষ্টহীন
আ
১) আত্মদৰ্শন ঃ আত্মদৃষ্টি
২) আইতা ঃ বুঢ়ীমা,আবু , বুঢ়ীআই
৩) আগীয়াঠুঁটি ঃ আগঠুঁটি, অন্তৰীপ
৪)আড়ম্বৰপূৰ্ণ ঃ জাকজমকীয়া, জাকজমক
৫)আলফুলে ঃ আলফুলকৈ, আলসুৱাকৈ, আতোলতোলকৈ
৬) আদি ঃ প্ৰথম, অগ্ৰ, আদিম, পহিলা, আগ
৭)আয়ুৰ্বেদঃ বৈদ্যশাস্ত্ৰ
৮) আত্মবিশ্বাস ঃ আত্মপ্ৰত্যয়,আত্মপ্ৰতীতি
৯) আবেলি ঃ ভাটিবেলা , বিকাল , অপৰাহ্ন, বিয়লি, পাছবেলা, পৰাহ্ন
১০)আমন্ত্ৰণ ঃ নিমন্ত্ৰণ, আহ্বান
১১) আঁঠু ঃ জান
১২) আগৰণুৱা ঃ পথ-প্ৰদৰ্শক, পুৰোগামী, অগ্ৰগামী , পুৰোৱতী, অগ্ৰদূত, পুৰোযাৰ্ত্ৰী,পুৰোগ, বাটকটীয়া,পুৰোযাত্ৰী
১৩)আকাশঃ ৰোদসী, অনংগ , তাৰাপথ,পৱনপথ, পুৰৱৰ্ত্ম,ঘনাশ্ৰয়,আচমান, বিহায়, ইত্যাদি
১৪)আঙুলি ঃ অংগুলি,
১৫) আজীৱন ঃ যাৱজ্জীৱন, আমৰণ, জীৱনজোৰা, জীৱনব্যাপি, ওৰেজীৱন, জীৱনভৰ
১৬)আকাংক্ষিত ঃ বাঞ্ছিত,অভিপ্ৰেম, অভীপ্সিত, ঈপ্সিত, অভিলষিত,উদ্দিষ্ট, অভীষ্ট
১৭) আন্ধাৰ ঃ তিমিৰ , অন্ধকাৰ , তমসা, এন্ধাৰ
১৮) আশীৰ্বাদ ঃ স্বস্তিবচন , আশিস, আশীৰ্বাণী, আশীৰ্বচন, শুভাশিস
১৯) আয়ুস ঃ জীৱদ্দশা , আয়ু , জীৱনকাল
২০) আদালত ঃ বিচাৰক্ষেত্ৰ,এজলাছ, প্ৰাৰম্ভিক , কাছাৰী, বিচাৰালয়, প্ৰাথমিত
২১) আৰম্ভ ঃ সুত্ৰপাত্ৰ , উপোদঘাট, প্ৰাৰম্ভ, আৰম্ভণি, সূচনা
২৩) আনন্দিত ঃ উল্লসিত , আহ্লাদিত, হৰ্ষিত, প্ৰফুল্লিত, পুলকিত, হৰিষিত,উৎফুল্ল
২৪)আঁতৰতঃ নিলগত, দূৰত
২৫) আজোনাতি ঃ পৰিনাতি
২৬) আঘাত ঃ ঘা, ঘাইল , চোট, ক্ষত, জখম
২৭) আঁঠুৱা ঃ মহৰি
২৮) আইন ঃ মুকৰ , আৰ্চি, দৰ্পণ , আত্মদৰ্শ, মণ্ডলক, মন্দৰ, দাপোণ, আদৰ্শিক, ছায়াগ্ৰহ,
২৯)আকাশীগংগা ঃ মন্দাকিনী, অলকানন্দা
৩০)আলকতৰা ঃ টাৰ, আলকতৰা
৩১)আত্মহত্যা ঃ আপোনবধ , আত্মঘাত , আত্মবিনাশ, আত্মবধ, আপোনঘাত , আত্মহনন
৩২) আৱৰণ ঃ সাঁফৰ, আচ্ছাদন, প্ৰচ্ছদ,ঢাকনী
৩৩) আত্মসংযম ঃ আত্মনিয়ন্ত্ৰণ , আত্মদমন
৩৪) আশ্ৰয় ঃ সহায়, গইনা, অৱলম্বন , ছত্ৰছায়া, আলম
৩৫) আকাৰ ঃ ৰূপ , আকৃতি , গঢ়, জাঙি, গঠন , আৰ্জা, ঠগ
৩৬)আচ্ছাদিত ঃ আচ্ছন্ন, আবৃত
৩৭) আই ঃ মা , জননী , বৌটি , মাতা, মাও, প্ৰজনিকা , মাই , ইত্যাদি
৩৮) আপোনপহৰা ঃ মচগুল , আত্মমগমন , আত্মমগ্ন, আত্মহাৰা
৩৯) আলগছ ঃ সহকাৰ , চূত
৪০) আসন্ন ঃ সন্নিকট , সমীপৱৰ্তী
৪১) আলফুল ঃ আলসুৱা, আতোলতোল
৪২) আলোচনা ঃ চৰ্চা , আলচ
৪৩) আত্মনিৰ্ভৰশীল ঃ স্বাৱলম্বী , স্ব-নিৰ্ভৰশীল
৪৪) আপ্যায়ন ঃ আতিথ্য, অভ্যৰ্থনা
৪৫) আমনি ঃ বিৰক্তি, দিগদাৰ , দিগদাৰি
৪৬) আত্মনুসন্ধান ঃ আত্মান্বেষণ, আত্মবিশ্লেষণ, আত্মনিয়ন্ত্ৰন
৪৭) আলিংগন ঃ সানটা-সাৱটি, আঁকোৱাল, গলাগলি
৪৮) আৰোগ্য ঃ ৰোগমুক্তি , নিৰাময়
৪৯) আনফালে ঃ ইহাতে, আনদিশে ,আনভাগে , আনপিনে , আনহাতে
৫০)আত্মদান ঃ আত্মোৎসৰ্গ, আত্মত্যাগ, আত্মবৰিদান , আত্মহ্তি, আত্মবিসৰ্জন
৫১) আঙুঠি ঃ অংগুৰি, অংগুৰীয়ক, অংগুৰীয়
৫২)আইন ঃ আইন-কানুন, অধিনিয়ম , নিয়ম , বিধান, কানুন, বিধি
৫৩) আগধন ঃ হাওলাৎ, অগ্ৰিমধন , মুখচানি, বইনা
৫৪) আঘোণ ঃ মাৰ্গশীৰ্ষ, অগ্ৰহায়ণ , আঘণ
৫৫) আগ্নেয়গিৰি ঃ পোৰা-পৰ্বত , জ্বলামুখী
৫৬)আঙুৰ ঃ লতা-পনীয়ল , দ্ৰাক্ষা, মৃদ্ৱীকা, দ্ৰাক্ষাফল
৫৭)আলজিভা ঃ অধোজিহ্বা, অগ্ৰজিহ্বা
৫৮)আমিষহাৰীঃ আমিষাশী, আমিষভোজী
৫৯)আত্মবিশ্বাস ঃ আত্মপ্ৰতীতি, আত্মপ্ৰত্যয়
৬০) আৱৰ্জনা ঃ জাৱৰ
৬১) আধা ঃ অৰ্ধেক, অৰ্ধ
৬২)আচিনাই ঃ আচিনা, আজিনাই, আজিনা
৬৩)আত্মঘাতী ঃ আপোনঘাতী, আত্মবধী
৬৪) আজি ঃ অদ্য
ই
১) ইহলীলা ঃসংসাৰলীলা, ভৱলীলা
২) ইন্দ্ৰ ঃ সুৰেশ , সুৰপতি, সুৰেন্দ্ৰ,শচীন্দ্ৰ,অমৰেশ,অমৰপতি, দেৱপতি, দেৱেন্দ্ৰ, দেৱৰাজ, ইত্যাদি
৩) ইংগিত ঃ সংকেত, ইচাৰা, ঠাৰ, চিয়াঁৰ
৪)ইচ্ছাধীন ঃ ইচ্ছানুযায়ী, ঐচ্ছিক, ইচ্ছানুসৰি
৫)ইহকাল ঃ ইহজন্ম, ইহ-সংসাৰ, ইহজগত, ইহলোক
৬)ইতিহাসবিদ ঃ বুৰঞ্জীবিদ, ইতিবৃত্তকাৰ
৭) ইচ্ছা ঃ হেঁপাহ, অনুৰাগ, ধাউতি, কামনা, আগ্ৰহ,হাবিলাষ , ইত্যাদি
৮)ইতিহাস ঃ পুৰাবৃত্ত, বুৰঞ্জী, ইতিবৃত্ত
ঈ
১) ঈশ্বৰ ঃঈশ, জগদীশ, জগবন্ধু, ভগৱান, জগন্নাথ, সনাতন, আল্লা, খোদা, দীননাথ, ওপৰৱাল, জগপতি,প্ৰভু, নিৰাকাৰ, ইত্যাদি
২) ঈৰ্ষা ঃহিংসা, পৰশ্ৰীকাতৰকা, খিয়াল
৩) ঈৰ্ষালু ঃহিংসাকুৰীয়া, ঈৰ্ষান্বিত, খিয়লীয়া, হিংসুকীয়া, পৰশ্ৰীকাতৰ, চকুচৰহা, হিংসুক, খিয়লীয়া , ইত্যাদি
উ
১) উপনদী ঃ উপনৈ,উপনদ
২)উৎসৱ ঃ সমাৰোহ, পাৰ্বন,পৰব, উছৱ, পৰ্ব
৩) উজাগৰঃ জাগৃতি, অনিদ্ৰা,জাগৰণ, নিদ্ৰাহীনতা
৪) উদঙীয়া ঃ হেদানি, হাদাং,হেদাং, মুকলিমূৰীয়া, হেদাঙি, হাদাঙি
৫)উত্তম ঃ পৰম,উৎকৃষ্ট, শ্ৰেষ্ট
৬) উজ্জ্বল ঃ দীপ্তিযুক্ত, জাজ্বল্যমান , দীপ্তিকৰ , দীপ্তিমান, জ্যােতিৰ্ময়,দেদীপ্যকৰ,দীপ্তিমন্ত
৭) উপাসক ঃ সেৱক, অৰাধৰ , পূজক
৮) উদ্ধাৰক ঃ পৰিত্ৰাতা, উদ্ধাৰকাৰী,ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা
৯) উপাৰ্জন ঃ কামানি,অৰ্জন, ঘটন, আয়ু ,কামাই , আৰ্জন
১০)উল্লেখযোগ্য ঃ উল্লেখ্য,উল্লেখনীয়
১১) উটঃ শৰভ , উষ্ট্ৰ, ক্ৰমেল, মৰুদ্বিপ,মৰুতৰণী, বক্ৰগ্ৰীৱ,ইত্য়াদি
১২) উঁই-হাফলু ঃবল্মীক,বল্মীকুট,উঁইটিলা,শক্ৰমূৰ্ধা,কৃমিশৈল,ইত্যাদি
১৩)উদাহৰণঃ নমুনা, আৰ্দৰ্শ, চানেকি, দৃষ্টান্ত, আৰ্হি, নিদৰ্শন, নমুনা
১৪) উন্মত্ত ঃ বলিয়া, পগলা, বাতুল,পগলা
১৫) উকা ঃ চাদা
১৬) উজাগৰী ঃ জাগন্ত, অনিদ্ৰ,বিনিদ্ৰ,তন্দ্ৰাহীন,অতন্দী, অতন্দ্ৰ,জাগৰুক , ইত্যাদি
১৭) উশাহঃশ্বাস
১৮) উমান ঃ আন্দাজ, অনুমান
১৯) উপৰিপুৰুষ ঃ বোপাককা, পূৰ্বপুৰুষ, পতিৃপুৰুষ , পিতৃপিতামহ
২০) উত্তীণ ঃ সফল, কৃতকাৰ্য
২১) উপকাৰী ঃহিতকাৰী, অনপকাৰী,হিতৈষী, হিতকৰ
২২)উৰণ ঃ আকাশ , গগণবিহাৰ , ভ্ৰমন , উড্ডয়ন
২৩) উপস্থিত ঃ উপনীত
২৪) উদাসীন ঃ নিলিৰ্প্ত, উদাসী, তটস্থ
২৫) উদয় ঃ সঞ্চাৰ, উদগম , উদ্ৰেক
২৬) উকীল ঃ ব্যৱহাৰজীৱি, অধিবক্তা, আইনজীৱি
২৭) উৎপত্তি ঃ সমুদ্ভৱ , আৱিৰ্ভূতি, উদ্ভূত, উপজনন, উদ্ভূত
২৮) উন্নতি ঃ সমৃদ্ধি , উদগতি , শ্ৰীৱৃদ্ধি
২৯) উদং ঃ শূন্য , খালী , শুদা ,ৰিক্ত
৩০) উছৰ্গিত ঃ সমৰ্পিত , অৰ্পিত , নিৱেদিত
৩১) উপেক্ষিত ঃ অনাদৃত, অৱহেলিত
৩২) উত্তেজনা ঃ উদ্দীপনা, উদ্দীপন
৩৩) উপহাৰঃ উপায়ন
৩৪) উত্তৰ ঃ প্ৰত্যুক্তি, কৈফিয়ৎ, প্ৰতিবচন ,জবাব
৩৫) উঁই ঃ স্যমীক , উঁই-পৰুৱা
৩৬) উত্তাপ ঃ সফল ,কৃতকাৰ্য
৩৭)উপপত্নী ঃৰক্ষিতা, ইত্বৰী,নষ্টা, উপস্ত্ৰী, ভ্ৰষ্টা
৩৮) উধাতু ঃ নিধাতু
৩৯) উদাৰতাঃ বদান্যতা, ঔদাৰ্য
৪০) উপদেষ্টা ঃ পৰামৰ্শদাতা, উপদেশদাতা
৪১) উগাৰ ঃ উদগৰণি
৪২) উন্নতি ঃ সমৃদ্ধি , শ্ৰীবৃদ্ধি
৪৩) উঘা ঃ পঘে
৪৪) উদ্ধতালি ঃ ঔদ্ধত্য
ঋ
১) ঋণ ঃদেনা, ধাৰ , কৰ্জা, কৰজ, দেন
২) ঋতুস্ৰাৱ ঃস্ত্ৰীধৰ্ম, ৰজঃ, মাহেকীয়া, ৰজস
৩) ঋতুমতী ঃৰজস্বলা, পুষ্পৱতী, সৰজা, মলিনী, সৰজস্কা
এ
১) এলাইবাদ ঃঅক্ষম,অযোগ্য, এলাবাদু, অক্ষম , অকৰ্মা, এলাবাদু, ইত্যাদি
২)একাগ্ৰচিত্তেঃমনোযোগেৰে, ঐকান্তিকতাৰে , একনিষ্ঠভাৱে,একাগ্ৰতাৰে
৩)এছাৰি ঃ সিৰিপনি, পাচন, লকচি, চেকনী, সৰু, লকচি,
৪) এলেহুৱা ঃ ৰিহাকুৰীয়া, অলস,ধোদ, সোৰোপা, গাইৰা, সৰপা
৫)একাগ্ৰ ঃ নিমগ্ন, একান্ত, তদগত, একনিষ্ঠ, একাত্ম, মগ্ন, তন্ময়, মগ্ন, ইত্যাদি
৬)এঢলীয়াকৈঃহেঁকেৰাকৈ, আওঢলীয়াকৈ, হেলনীয়াকৈ, একতীয়াকৈ
৭) এৰাল ঃ মেলাডালে, দৰখ, মেলডোল, দৰহ
৮) এইবেলিঃ এইবাৰ, ইবাৰ
৯) এলাহ ঃ হেলা, অলসতা, সৰপালি, ওত, সোৰোপালি, আলস্য
১০)একতা ঃ সম্প্ৰীতি, ঐক্য, মিলন
১১) এৰেহাঃ চুৱা, অন্নশেষ, উচ্ছিষ্ট, আগলিকা,ভুক্তাৱশেষ
১২) এঙাৰ ঃ অংগাৰ
১৩) একমত ঃ সহমত, ঐকমক্য
১৪) এৰ ঃ ছাড়
১৫) এঢলীয়া ঃ হেলনীয়া, আওঢলীয়া, হেঁকেৰা, একতীয়া
ঐ
১) ঐশিক ঃ ঐশ্বৰিক , ঐশ
২) ঐৰাৱত ঃ গজেন্দ্ৰ, গজপতি, গজৰাজ
ও
১)ওৰেৰাতি ঃগোটেই ৰাতি, ওৰেনিশা, ৰাতিৰ ৰাতিটো, গোটেই নিশা
২) ওখ ঃ প্ৰাংশু, উছ্ছ, তুংগ
৩) ওৰণি ঃ অৱগুন্ঠন
৪) ওঁঠ ঃ ওষ্ঠ
৫)ওষ্ঠৰঞ্জনী ঃ লিপ্ষ্টিক, অধৰৰাগ, ওষ্ঠৰাগ
৬) ওৰেদিন ঃ ওৰেদিনটো, দিনৰ দিনটো, উদয়াস্ত, গোটেই দিন
৭) ওঁঠলুৰি ঃ ওঁঠশিৰি
৮) ওকাল ঃ বঁতিয়া
ঔ
১) ঔষধ ঃ ৰোগহা, আষুধি, দেৱাই, ব্যাধিনাশক , ভৈষজ্য, দৰৱ, দাৰু, ইত্যাদি
২) ঔৰস ঃ বীৰ্য, ৰেতঃ, আনন্দপ্ৰভাৱ, লেৰ, বীজ, ৰেতস, শুক্ৰ
Apurba Kakati & CHINMAY KAKATI
Post Id: DABP001320
30 Comments
Padum phul
কি