Lesson 6

  The Hundred Dress II 


1.What did Mr. Petronskis letter say?

(মিষ্টাৰ পোট্ৰানষ্কিৰ চিঠিখনে কি খবৰ দিছিল?

Ans:- Through the letter, Mr petkonki informed the principal and Miss Mason that Wanda would not come to school anymore because she felt very low after getting teased by her classmates. They would shift to a new place where nobody will make fun of them for their second name. 

      চিঠি খনৰ জৰিয়তে মিষ্টাৰ পোট্ৰানষ্কিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মিছ্ মেছনক খবৰ দিব বিচাৰিছিল যে ৱাণ্ডা বিদ্যালয়লৈ আৰু নাহে, কিয়নো সমনীয়াৰ পৰা পোৱা ইতিকিংবোৰ তাইৰ বাবে অসহনীয় হৈ পৰিছে। সিহঁতে সেই ঠাই ত্যাগ কৰি নতুন ঠাইলৈ যাব য'ত সিহঁতৰ নামৰ বাবে সিহঁতক কোন‌ও ঠাট্টা নকৰিব।


2. Is Miss Mason angry with the class,or is she unhappy and upset?

(মিছ্ মেছনৰ খঙ উঠিছিল নে তেওঁ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছিল?)

Ans:- No Miss Mason was not angry but unhappy and upset because of the students I'm mature behaviour which made wanda to think about their their behaviour and not to do lock down anyone in the class.

    (নাই মিছ মেছনৰ খঙ উঠা নাছিল, তেওঁ মাথো অসন্তুষ্টি আৰু দূখ প্ৰকাশ কৰিছিল ছাত্ৰ ছাত্ৰীৰ অপৰিপক্ক ব্যৱহাৰৰ বাবে তাৰ বাবে ৱান্দাই বিদ্যালয় এৰি  গুচি গৈছিল।তেখেতে ছাত্ৰ-ছাত্ৰীক উপদেশ দিছিল যাতে সিহঁতে নিজে কৰা কামৰ বিষয়ে ভাবে আৰু কেতিয়াও আনৰ সৈতে এনে ব্যৱহাৰ নকৰে ।


3. How does Maddie feel after listening to the note from Wanda's father?

(ৱান্দাৰ দেউতাকৰ চিঠি পোৱাৰ পাছত মেধিয়ে কেনেকুৱা অনুভৱ কৰিছিল?)

Ans:- Maddie feels sorry for her own behaviour. Though  she never leased wanda but news stand for wanda.She is ashamed of herself that she always remained a silent spectator.

মেদিয়ে নিজৰ ব্যৱহাৰৰ বাবে দুখ প্ৰকাশ কৰিছিল,যদিও তাই নিজেই কেতিয়াও ৱান্দাক ঠাট্টা কৰা নাছিল,তাই অনুশোচনাত পক্ষত কেতিয়াও থিয় দিয়া নাছিল, তাই অনুশোচনাত ভূগিছিল যে তাই সদায় নীৰৱ দৰ্শন হৈ আছিল।


4. What does Maddie want to do?

( মেদিয়ে কি কৰিব বিচাৰিছিল?)

Ans:- Maddie wants to amend her behaviour towards wands. She wants to meet her to apologise. She decides to find wanda at her house to convey that all was meant in good humour and people really love her. 

    মেদীয়ে তাইৰ শুধৰণি কৰিব বিচাৰিছিল। তাই ৱান্দাক ঘৰত গৈ ক্ষমা খুলিব বিচাৰিছিল আৰু কব বিচাৰিছিল তাইক সকলো বন্ধুৱে ভাল পাই, সিহঁত মাথো তাইৰ লগত ধেমালিহে কৰিছিল।


5. What excuses does Peggy think of giving in justification of behavior? why?

 পেগীয়ে নিজৰ ভূল কিদৰে ঢাকি ৰখাৰ কথা ভাবিছিল আৰু কিয়?

Ans:- Peggy tries to cover up her fault by saying wande that her intention was to inspired wanda by the dress game she wins the drawing contest.

       পেগীয়ে দ্ৰেছ গেমৰ জৰিয়তে ৱান্দাক ছবি আকিবৰ বাবে উৎসাহ দিছিল বুলি কৈ নিজৰ ভূল ঢাকিব‌ বিচাৰিছিল। তাই কৈছিল যে ৱান্দাই সেই খেলটোৰ বাবে প্ৰতিযোগিতাত জিকিছিল।


6. What are Maddie's thought as they go to boggins height?

    ব'গিন হাইটছ্লৈ যাওঁতে মেদীৰ মনলৈ কিভাব আহিছিল?

Ans:- Maddie was feeling ashamed and apologize for being a silent spectator while Peggy humiliated wanda. She was feeling upset and distraught for wanda and herself. She was also repenting for not stopping Peggy for behaving badly with wanda.

   মেগীয়ে দোষী আৰু লাজ অনুভৱ কৰিছিল নীৰৱ দৰ্শক হৈ পেগীক সংগ দিয়াৰ বাবে। তাই নিজৰ আৰু ৱান্দাৰ ওপৰত পুতৌ জন্মিছিল।তাই অনুশোচনাত ভূগিছিল যে তাই কেতিয়াও পেগীক এই কামৰ বাধা দিয়া নাছিল।


7. Why does Wanda's have remind Maddie of Wanda's blue dress?

(ৱান্দাৰ ঘৰটোৱে কিয় মেজিক তাইৰ নীলা কাপোৰযোৰৰ কৰা মনত কৰিছিল?)

Ans:- Wanda's House was sparse old and loaded but neat clean like her blue dress that she ware everyday to school. Thus Maddie was reminded of the same old blue dress. 

ৱান্দাৰ ঘৰটো আওপুৰণি কিন্তু পৰিপাটি আছিল তাইৰ সেই নীলা কাপোৰযোৰৰ দৰেই যি তাই সদায় স্কলকৈ পিন্ধি গৈছিল। সেয়েহে মেদীৰ ৱান্দাৰ নীলা পুৰণি কাপোৰ যোৰলৈ মনত পৰিছিল।


8. What does think hard about?What important decision does she come to? 

(মেদীয়ে দৰাচলতে কি ভাবি আছিল? তাই কি গুৰুত্বপুৰ্ণ সিদ্ধান্ত লৈছিল?)

Ans:- Maddie thika about not to a silent spectator anymore that that she had been in case of wanda. She promised herself about not letting any injustice Haller to anyone even if she would have to lose a friend in this.

(মেদীয়ে সিদ্ধান্ত কৰিছিল যে তাই কেতিয়াও নীৰৱ দৰ্শক হৈ নাথাকে ৱান্দাৰ ক্ষেত্ৰত থকাৰ দৰে। তাই প্ৰতিজ্ঞাবদ্ধ হৈছিল যে তাই কেতিয়াও আনৰ লগত অন্যায় হ'ব নিদিয়ে,তাৰ পৰিণতিত যদি তাই নিজৰ বান্ধৱীও হেৰুৱাব লগীয়া হয় তাইৰ কোনো আক্ষেপ নাই।)

Ans:- In this letter Maddie and Peggy asked wanda about her new school and new teacher. They informed her about the result of dressing completion that Wanda had won it and her sketch dresses were praised by everyone. Actually they wanted to apologise though the letter but ended it in a friendly note.

     চিঠিখন পেগী আৰু মেদীয়ে ৱান্দাক নতুন স্কুল আৰু নতুন শিক্ষকৰ কথা সুধিছিল। তাইক সিহঁতে প্ৰতিযোগিতাৰ ফলাফলৰ খবৰ দিছিল যে তাই বিজয়ী হৈছিল আৰু তাইৰ ছবিবোৰ সকলোৱে পছন্দ কৰিছে।


10. Did they get a reply?who was more anxious for a reply,Peggy an Maddie?How do you know? 

(সিহঁতে চিঠিৰ উত্তৰ পাইছিল নে? কথাষাৰ তুমি কেনেকৈ জানিব পাৰিলা?)

Ans:- No they did get a reply. Maddie was more anxious,because she can't be able to feel calm for what had happened. Wanda's memory uemed to disturs her a lat.

      নাই সিহঁত চিঠিৰ কোনো উত্তৰ পোৱা নাছিল।মেৰী বেছি উৎসুক হৈ পৰিছিল কিয়নো তাই শান্তিত থাকিব পৰা নাছিল নিজৰ ভুলৰ বাবে, তাই লাজ পাইছিল নিজৰ ব্যৱহাৰৰ বাবে ৱান্দাৰ স্মৃতিক তাইক বাৰুকৈ আমনি কৰি কৰি।


11. How did the girls know that Wanda liked them even though they had teased her?

ছোৱালীহঁতে কেনেকৈ অৱগত হৈছিল যে ৱান্দাই সিহঁতক ভাল পাই যদিও সিহতে তাইক ঠাট্টা কৰিছিলে?

Ans:- In her letter to miss mason,wanda mentioned Peggy and Maddie'sname that she had gifted two dresses to them and she never disliked them.Hence both the girls come to lenas that wanda liked them in spite of their behaviour.

     মিছ মেছনলৈ লিখা চিঠিখনৰ ৱান্দাই পেগী আৰু মেৰীৰ নাম উল্লেখ কৰিছে যে তাই সিহঁত দুজনীক দুটা উপহাৰ দিছে। ৱান্দাই সিহঁতক বৰঞ্চ ভালহে পাইছিল।


12. Why do you think Wanda's family moved to a different for the family?

     ৱান্দাহঁতৰ পৰিয়ালটো বেলেগ ঠাইত সিহঁতৰ জীৱনটো বেলেগ ধৰণৰ হ'ব বুলি?

Ans:- Wanda's family has moved to different city for the racist and intalerance behaviour of the schoolmates towards wanda and her brother, which makes them, there no one would laugh at them for their name and poor economic status. In big cities,people don't have narrow mind.

     ৱান্দাহঁতৰ পৰিয়ালটোৱে স্কুলত ৱান্দা আৰু তাইৰ ভায়েকৰ সৈতে বৈষম্যৰ বাবে নতুন ঠাইলৈ জীৱনটো সিহঁতৰ বাবে নতুন আৰু ধুনীয়া হৈ পৰিব কিয়নো তাত সিহঁতৰ ঠাট্টা কৰিবলৈ কোনো নাথাকিব।


13.Maddie thought her silence was as bad as Peggy's teasing?was she right?

মেদীয়ে‌ ভাবিছিল যে তাইৰ নীৰৱতা পেগীৰ ব্যৱহাৰৰ দৰেই শুদ্ধ নহয়। তাই সচা আছিল নে?

Ans:- Yes,Maddie was right that her silence was as bad as paggyes teasing becouse it is not acceptable to enjoy other's humiliation. We should always raise voice against injustice. 

      হয় মেদী শুদ্ধ আছিল যে তাই নীৰৱে থাকি পেগীৰ দৰে ভূল কৰিছে কাৰণে আনক উপহাস কৰাটো কেতিয়াও উপভোগ্য হ'ব নোৱাৰে।আমি সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে।


14. Peggy says,"I never thought she had the sense to know we were making fun of her anyway. I thought she was too dumb and gec, look she can drow!" What did Peggy to believe that Wanda was dumb? Did she change her opinion lates?

    পেগীয়ে কৈছিল,"ম‌ই কেতিয়াও ভবা নাছিলো যে তাই আহি কৰা ইতিকিংবোৰ বুজি পাব,তাইক ম‌ই আকৰি বুলি ভাবিছিল। কিন্তু তাই বৰ ধুনীয়া ছবি আঁকে, আচৰিত!" পেগীয়ে কিয় ৱান্দাক আঁকৰি বলি ভাবিছিল? তাইৰ এই ধাৰণা সলনি হৈছিল নে?

Ans:- Wanda's natural face and her behaviour towards Peggy's misbehaviour and pranks us Peggy to think of wanda as dumb. But latter Peggy changed her aponjon after having look on Wanda's sketches and her gesture of gifting her a beautiful drawing from her collection.

    ৱান্দাৰ স্বাভাৱিক ব্যৱহাৰে পেগীক বাধ্য কৰাইছিল তাইক আকৰি বুলি ভাবিছিল। কিন্তু‌ পাছলৈ পগীৰ ধাৰণা সলনি হৈছিল যেতিয়া তাই ৱান্দাই অকা এশ খন ধুনীয়া ছবি দেখিছিল।


15. What important decision did Maddie make? Why did she have to think hard to do so?

    মেদিয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল? তাই এই বিষয়ে কিয় ভাবিব লগীয়া হৈছিল?

  Ans:- Maddie made an important decision to go to Wanda's place and ask for apology and witness any injustice happened to innocent child. She had to think hard about it because she felt guilty for whatever did to wanda by her own classmates, and Maddie herself never raised voice against it. 

    মেদিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল যে তাই ৱান্দাৰ ঘৰলৈ গৈ তাইৰ ভূলৰ বাবে ক্ষমা বিচাৰিব আৰু কেতিয়াও আনৰলগত অন্যায় হ'বলৈ নিদিব। তাই এই বিষয়ে বহুত ভাবিছিল কিয়নো তাই নিজে কৰা ভূলৰ বাবে সদায় অনুতপ্ত আছিল যে তাই কেতিয়াও ৱান্দাৰ কাষত থিয় দিয়া নাছিল।


16. Why do you think wanda gave Maddie and Peggy that drawings of the dresses? Why are they surprised ?

   তুমি কি মেদী আৰু পেগীক কিয় ৱান্দাই কাপোৰ আকি থোৱা ছবি উপহাৰ দিছিল? আৰু সিহঁত কিয় আচৰিত হৈছিল?

Ans:- When Meddie and Peggy write a letter to wanda, she enight have under stand their feelings behind the letter. After recieving gift from her both of them surprised because they never expect such gesture from wanda.

    পেগী আৰু মেদিৰ পৰা চিঠি পোৱাৰ পাছত ৱান্দাই সিহঁতৰ মনৰ ভাব বুজিব পাৰিলে, পেগী আৰু মেৰীয়ে ৱান্দাৰ পৰা উপহাৰ লাভ কৰি আচৰিত হৈছিল কিয়নো সিহঁত তাইৰ পৰা এনে উপহাৰ আশা কৰা নাছিল।


17. Do you think wanda really thought the girls were teasing her? Why or why not?

তোমাৰ মতে ৱান্দাই সঁচাকৈ ভাবিছিল নে তাইক ছোৱালী বোৰে ইতিকিং কৰিছিল বুলি? যদি ভাবিছিল কিয় আৰু ভাবা যদি কিয়?

Ans:- Wanda was aware of the girls misbehaviour who teased her everyday but she never replied to them remain ealm. She taught them a dresses she claimed to have.

       ৱান্দা জ্ঞাত আছিল যে তাইক লগৰ ছোৱালীবোৰে ঠাট্টা কৰিছিল কিন্তু তাই সিহঁতক কেতিয়াও প্ৰত্যুত্তৰ দিয়া নাছিল,সদায় শান্ত ভাৱেই আছিল তাই, তাই সিহঁতক জীৱনৰ বাবে শিক্ষা দিছিল এশখন ধুনীয়া কাপোৰৰ ছবি আঁকি যিবোৰ তাই সদায় নিজৰ লগত আছে বুলি দাবী কৰিছিল।


Angamitra Dutta



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------