Lesson 6 (Pome) 
 Animals 

Summary

            ‌‌      In this poem Animals, the poem expresses his wish to become an animal. He belives that animals are far better then human beings. Human being are greedy who practises jealous among them. While animals are happy with what they have. They never complain about miseries and sorrows. On the other hand human being always exaggerate this pathetic lives. They give more importance to the rich and strong people, stay restless because of their wrong doings and run behind the the luxurious things. Whereas animals are honest about their relations. Never give importance to a particular class . They live a life full of honesty and respect.
               উক্ত কবিতাটিত, কবিয়ে নিজৰ মনৰ অভিব্যক্তি প্ৰকাশ কৰিছে যে তেওঁ এটা জন্ত হ'ব বিচাৰে। কিয়নো তেওঁৰ মতে জীৱনতকৈ পশু শ্ৰেষ্ঠ। মানুহক লুণীয়া প্ৰকৃতিৰ হয় আৰু মনত ঈষা ভাগ ৰাখে। ইয়াৰ পৰিৱৰ্তে অনুবোৰ শান্তি প্ৰিয় হয় আৰু নিজৰ জীৱনক লৈ সদায় সন্তষ্ট হয়। সিহঁতে নিজৰ জীৱনৰ দুখ বেদনাবোৰক লৈ কেতিয়াও অসান্তি প্ৰকাশ নকৰে। আনফালে মানুহে সদা‌য় নিজৰ দূখবোৰৰ কথা লৈ চকুলো টুকে। মানুহে ধন-সম্পত্তিৰ ওপৰত চকু ৰাখে, নিজ ভূলবোৰৰ বাবে অস্হিৰ হৈ থাকে। জন্ত্তবোৰে সদায় সকলোকে সমান দৃষ্টিৰে চাই সিহঁতে সন্মান সহকাৰে সৎ জীৱন যাপন কৰে।


 Thinking about the poem
(কবিতাটোৰ বিষয়ে ভাবা)

1.Notice the use of the word 'turn' in the first line. "I think could turn and live with animals… "what is the poet turning from?

   কবিতাটিৰ প্ৰথম শাৰীৰ 'turn' শব্দটোৰ প্ৰয়োগৰ বিষয়ে লিখা।

Ans:- In the very first line of the poem. The poet uses the word turn. Actually the poet wants to turned himself to live with animals who are very placid and self contained. He is very upset with human being who are very selfish in nature.

   কবিতাৰ প্ৰথম শাৰীতে কবিয়ে "turn" শব্দটো প্ৰয়োগ কৰিছে। দৰাচলতে কবিয়ে জন্মলৈ পৰিৱৰ্তন হ'ব বিচাৰিছে, যি বহু শান্ত আৰু সৌম্য প্ৰকৃতিৰ হয়। স্নাৰ্থপৰ মানুহবোৰ কবিৰ বাবে অসহ্যকৰ হৈ আহিব ধৰিছে।


2. Mention three things that humans do and animals don't.

   তিনিটা কৰ্ম উল্লেখ কৰা যিটো কেবল মানুহে কৰে জীৱ জন্তুৱে নহয়। 

Ans:- Animals don't cry and complain over their condition. They are innocent and never commit sins thus no need to weep for them Animals are very satisfied with their lives, they don't have desire for material things. On the contrary,humans commit all starts of sins them cried for if. They are so greedy and never satisfied with own life. They are affected with the madness of owning thing.

    জীৱ জন্তুবোৰে নিজৰ দূখ বেদনাক লৈ কেতিয়াও শোক প্ৰকাশ নকৰে। সিহঁত সৰল মনৰ হয় আৰু কোনো ধৰনৰ পাপ কৰ্মত লিপ্ত নহয়। জন্তুবোৰ সদায় নিজৰ জীৱনক লৈ সন্তুষ্ট। ভৌতিক সামগ্ৰীৰ প্ৰতি সিহঁতৰ কোনো লালসা নাথাকে। ইয়াৰ বিপৰীতে মানুহে পাপ কৰে আৰু ইয়াৰ বাবে চকু পানীও টুকে মানুহবোৰ লোভী আৰু নিজক লৈ কেতিয়াও সন্তুষ্ট নহয়, মানুহে সদায় ভোগ সামগ্ৰীৰ পাছত দৌৰে। 


3. Do humans kneel other humans who live thousands of years ago? Discuss this in groups. 
পূৰ্বতে হাজাৰ বছৰ আগতে মানুহে আনৰ আগত মূৰ দোৱাইছিল নে? 
Ans:- Yes humans kneel to other humans what lived thousand of years age as it is a wltura tradition to do so. Young people always learn by following the footprints of the elders. 
   হয় আজিৰ পৰা হাজাৰ বছৰ আগত মানুহে ডাঙৰ সমীহ কৰি চলিছিল, ডাঙৰক সেৱা শুশ্ৰূষা কৰাতো পৰমপৰা আছিল।


4. What are 'Tokens' that the poet says  he may have dropped long ago, and which the animals have kept for him?

   কবিয়ে কোনবোৰ গুন আজিৰ পৰা কিছু বছৰ আগতে তেওঁ ত্যাগ কৰাৰ কথা কৈছে, যিবোৰ গুণ জীৱ জন্তুৰ মাজত এতিয়াও প্ৰচলিত আছে?

Ans:- The poet talks about the tokens like laue, affection, kindness, sympathy etc. towards one and all. It is said that these good human virtues have disappeared. For which the poet feels sad and says that animals are very different from humans, they are better in many ways. Than the human being. Animals live life by following the good values, they are self-contained and calm creatures who never show miseries of their own.
   কবিয়ে মৰম, স্নেহ, সহানুভূতি আদি গুনৰ কৰা উল্লেখ কৰিছে, বৰ্তমান সময়ত এইবোৰ গুণ মানুহৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। যাৰ বাবে কবিয়ে দুখ প্ৰকাশ কৈছে জীৱ জন্তুবোৰ মানুহতকৈ বহু পৃথক, সিহঁত মানুহতকৈ বহু উন্নত, সিহঁত কেতিয়াও নিজৰ গুনৰ অৱক্ষয় হ'ব নিদিয়ে। সিহঁত বোৰে নিজৰ জীৱনক লৈ সন্তুষ্ট হৈ থাকে, দূখ কৰি নাথাকে।




Angamita Dutta
(M.A in English)