The Arrow and the Song 

কাঁড় আৰু গীত


Word Note:

Swiftly : Quickly

দ্ৰুতভাৱে : দ্ৰুতভাৱে

Keen : Sharp

তীক্ষ্ণ : তীক্ষ্ণ

Flight : In motion

উৰণ : গতিশীল

Oak : A huge tree

ওক : এজোপা প্ৰকাণ্ড গছ

Follow : to come and go after in the same direction.

অনুসৰণ কৰক: একে দিশত আহিবলৈ আৰু পিছত যাবলৈ।


Working with the poem

1. It fell to earth, I knew not where 

"(a) What is the 'it'?

    ('it' মানে কি?) 

Ans: The 'it' is the arrow. 

('it' মানে হৈছে এপাট কাঁড়)


(b) How did it fall?

(কাঁড়পাট কেনেকৈ পৰিল?) 

Ans: It fell swiftly. (কাঁড়পাট ক্ষিপ্ৰতাৰে পৰিছিল)


(c) Why did the person not know where it' fell? 

(মানুহজনে কিয় কাড়ঁপাট ক’ত পৰিল নাজানে?) 

Ans: The person did not know where it fell because his sight could not follow the arrow's flight.

(মানুহজনে কাঁড়পাট ক’ত পৰিল নাজানে কাৰণ তেওঁৰ দৃষ্টিয়ে কাঁড়পাটৰ গতিক অনুসৰণ কৰিব নোৱাৰিলে)


2 "I found the arrow still unbroke 

"(মই কাড়ঁপাট তেতিয়াও নভগাকৈ পাইছিলোঁ)

(a) Which 'arrow' does the poet talk about? 

(ইয়াত কি "কাড়ঁ"ৰ কথা কোৱা হৈছে?) 

Ans: The 'arrow' the poet talks about is the arrow he shot earlier which is symbol of unoind words.

( ইয়াত কবিয়ে পূৰ্বতে নিক্ষেপ কৰা কাড়ঁপাটৰ কথা কৈছে যাৰ অৰ্থ হৈছে কঠোৰ ব্যৱহাৰ)


(b) When did he find it? 

(তেওঁ এয়া কেতিয়া বিচাৰি পালে?) 

Ans: He found it after a long time.

(তেওঁ কাড়ঁপাট বহুত দিনৰ পাছত বিচাৰি পালে)


(d) What does 'still unbroke' mean'? 

('stiil unbroke"ৰ অৰ্থ কি?) 

Ans: 'Still unbroke" means same as the poet shot,undamaged.

(ইয়াৰ অৰ্থ হ’ল কবিয়ে যেনেদৰে নিক্ষেপ কৰিছিল ঠিক তেনেদৰেই, নিৰ্বিঘ্ন)


3 Give a word from the poem that rhymes with each of the following

(কবিতাটোৰ পৰা তলৰ শব্দসমূহৰ ছন্দ মিলোৱা শব্দ বাছি উলিওৱা) 

words: sight, strong, oak, end  

Ans: Sight (দৃষ্টি):            flight(গতি)

        Strong (শক্তিশালী):  song(গীত)

        Oak(অক):               unbroke(নভগা)

        End(শেষ):                friend.(বন্ধু)


Fill in the blanks using a word from the poem: 

(খালী ঠাইবোৰ পূৰণ কৰা) 

i) The arrow was shot into the       

Ans: The arrow was shot into the air. 

(কাড়ঁপাট বতাহলৈ নিক্ষেপ কৰা হৈছিল)


ii) The poet could not follow the       of the arrow. 

Ans: The poet could not follow the flight of the arrow.

(কবিয়ে দৃষ্টিয়ে কাঁড়পাটৰ গতিক অনুসৰণ কৰিব নোৱাৰিলে) 


iii) He found the song in his friend's        

Ans: He found the song in his friend's heart.

(কবিয়ে গীতটি এজন বন্ধুৰ হৃদয়ত বিচাৰি পাইছিল) 


iv) He breathed a song into the         

Ans: He breathed a song into the air.

(তেওঁ বতাহত এটি গান গুণগুণালে)


5 Answer the following questions: 

(তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়া) 


i) What did the poet do? 

(কবিয়ে কি কৰিছিল?)

Ans: The poet shot an arrow to the air. 

(কবিয়ে এপাট কাড়ঁ নিক্ষেপ কৰিছিল) 


ii)where did the arrow fall. 

(কাড়পাট ক’ত পৰিছিল)

Ans: The arrow fell to earth.

(কাড়ঁপাট মাটিত পৰিছিল) 


iii) Where did the poet find the arrow? 

(কবিয়ে কাড়ঁ পাট ক’ত বিচাৰি পাইছিল?) 

Ans: The poet found the arrow in an oak tree.

(কবিয়ে কাড়পাট এজোপা বিশাল অ’ক গছত পাইছিল)


iv) Where did the poet find the song? 

(কবিয়ে গীতটি ক’ত বিচাৰি পাইছিল?)

Ans: The poet found the song in the heart of a friend.

 (কবিয়ে গীতটি এজন বন্ধুৰ হৃদয়ত বিচাৰি পাইছিল)


Working with language

1.make the following sentences negative as shown in the example given above. 

(তলত দিয়া বাক্যসমূহ বিয়োগাত্মক বাক্যলৈ সলনি কৰা) 

i) He paid the money by cheque. 

(সি পইচাখিনি চেক্‌ৰ জৰিয়তে দিলে) 

Ans: He did not pay the money by cheque.

(সি পইচাখিনি চেক্‌ৰ জৰিয়তে দিয়া নাছিল)


ii) The boys come to school in time.

(ল’ৰাবোৰ বিদ্যালয়লৈ সময়মতে আহে) 

Ans: The boys do not come to scholl in time.

(ল’ৰাবোৰ বিদ্যালয়লৈ সময়মতে নাহে)


ii) She plays tennis. 

(তাই টেনিছ খেলে) 

Ans: She does not play tennis. 

(তাই টেনিছ নেখেলে)


iv) I have a toy pistol.

(মোৰ এটা পুতলা বন্দুক আছে)

Ans: I do not have a toy pistol. 

(মোৰ পুতলা বন্দুক নাই)


2. Form proper adverbs from the following words: 

(তলত দিয়া শব্দৰ সমূহৰ ক্ৰিয়া বিশেষণ ৰূপ লিখা)

i) Swift: Swiftly  (ক্ষিপ্ৰতাৰে)   

ii) Careful: carefully (সাৱধানতাৰে) 

ii) Quick: quickly (খৰকৈ) 

iv) Blind: blindly (অন্ধভাৱে) 

v) Heart: heartily (আন্তৰিকতাৰে) 

vi) Immediate: immediately (তৎক্ষণাৎ)


Word meaning:

Shot- নিক্ষেপ কৰা কাৰ্য।

Arrow- কাড়।

Air- বায়ু।

Swiftly- দ্ৰুতগতিত।

Sight- দৃষ্টি।

Breathe- শ্বাস-প্ৰশ্বাস।

Keen- আগ্ৰহী।

Unbroke- অবিচ্ছেদ্য।


Word meaning by- Punya Hazarika.