Lesson-2

 The Clever Shepherd  


Word note:

Puzzled : confused

বিস্মিত : বিভ্ৰান্ত

Council : a group of people chosen to give advice or to make rules

পৰিষদ : পৰামৰ্শ দিবলৈ বা নিয়ম বনাবলৈ নিৰ্বাচিত কৰা লোকৰ এটা দল

Affairs : something needing action or attention

বিষয়সমূহ: কাৰ্য্য বা মনোযোগৰ প্ৰয়োজন হোৱা কিবা

Occasion : a special event or ceremony

উপলক্ষ্য : এটা বিশেষ অনুষ্ঠান বা অনুষ্ঠান

Humble : of low rank or position

নম্ৰ : নিম্ন পদবী বা পদবীৰ

Disguise : something that is worn to hide who one really is

ছদ্মবেশ : প্ৰকৃততে কোন তাক লুকুৱাবলৈ পিন্ধা কিবা


Working with the text

1. Answer the following questions: 

(তলত দিয়াবোৰৰ উত্তৰ দিয়া)

(a) Why did King John dislike the Abbot? 

(ৰজা জনে্‌ গীৰ্জাৰ মূখ্য অধীক্ষক জনক কিয় বেয়া পাইছিল?)

 Ans: King John disliked the Abbot because people said he was richer than the king.

(ৰজা জনে্‌ গীৰ্জাৰ মূখ্য অধীক্ষকজনক বেয়া পাইছিল কাৰণ মানুহে তেওঁক ৰজাতকৈও চহকী বুলি কৈছিল)


b) How many servants did the Abbot have? 

(মূখ্য অধীক্ষকজনৰ কেইজন সহায়ক আছিল?) 

Ans: Abbot have a hundred servants.(মূখ্য অধীক্ষকজনৰ এশজন সহায়ক আছিল)


c) What three questions did the King ask the Abbot? 

(ৰজাই সোধা তিনিটা প্ৰশ্ন কি কি আছিল?) 

Ans: The three questions the King asked the Abbot were 

(i) what is the king's worth

(ii)how long will it take the king to ride around the world

(iii)what the king was thinking.

(ৰজাই সোধা তিনিটা প্ৰশ্ন হ’ল , ৰজাৰ মূল্য কিমান, ৰজাৰ পৃথিৱীখন এপাক ঘূৰিবলৈ কিমান সময় লাগিব আৰু ৰজাই কি ভাবি আছিল)


d) What did the shepherd ask for the Abbot to help him?

(শ্বেফাৰ্ডজনে মূখ্য অধীক্ষকজনক সহায় কৰাৰ বিনিময়ত কি বিচাৰিছিল?) 

Ans: The shepherd asked for changing the clothes to the Abbot to help him.

(শ্বেফাৰ্ডজনে মূখ্য অধীক্ষকজনক সহায় কৰাৰ বিনিময়ত তেওঁৰ লগত পোচাকযোৰ সলাব বিচাৰিছিল)


e) Why could not the shepherd work for the King as his Abbot?

(শ্বেফাৰ্ডে কিয় ৰজাৰ মূখ্য অধীক্ষক হিচাপে নিয়োজিত হ’ব নোৱাৰে?)

Ans: The shepherd could not work for the King as his Abbot because he can't read or write.

(শ্বেফাৰ্ডে ৰজাৰ মূখ্য অধীক্ষক হিচাপে নিয়োজিত হ’ব নোৱাৰে কাৰণ তেওঁ লিখা পঢ়া নাজানে)


2. Complete the following sentences-

(বাক্যসমূহ সম্পূৰ্ণ কৰা) 

i) King John ruled over       

(ৰজা জনে্‌       শাসন কৰিছিল) 

Ans: King John ruled over England.

(ৰজা জনে্‌ ইংলেণ্ড শাসন কৰিছিল)


ii) One of the priests in the court was        

(ৰাজসভাৰ এজন পণ্ডিত আছিল       )  


Ans: One of the priests in the court was Abbot of Canterbury.

(কেন্টাৰবাৰিৰ মূখ্য অধীক্ষকজন ৰাজসভাৰ এজন পণ্ডিত আছিল)


iii) The Abbot was helped by a       

(মূখ্য অধীক্ষক জনক সহায় কৰিছিল        

Ans: The Abbot was helped by a Shepherd(মূখ্য অধীক্ষকজনক এজন শ্বেফাৰ্ডে সহায় কৰিছিল)


iv) According to the shepherd, the worth of the King was     

(শ্বেফাৰ্ডৰ মতে ৰজাৰ মূল্য আছিল       

Ans: According to the shepherd, the worth of the King was twenty five shillings.

(শ্বেফাৰ্ডৰ মতে ৰজাৰ মূল্য আছিল ২৫ শ্বিলিং)


v) The punishment decided for the Abbot for not giving answer to King's questions        

(মূখ্য অধীক্ষকে ৰজাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে কি শাস্তি দিয়াৰ কথা আছিল       )

Ans: The punishment decided for the Abbot for not giving answer to King's questions was to cut his head off.

(মূখ্য অধীক্ষকে ৰজাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে তেওঁৰ শিৰচ্ছেদ কৰাৰ কথা আছিল)


3. Match items in list A with their meaning in list B.

(A শব্দশমূহৰ লগত Bত থকা অৰ্থ মিলোৱা)

A                       B

i) knight            ability to say things which are both clever and amusing

ii) shillings       dress 

iii) wit               an unit of money

iv) robe            look like  

v) resemble     a man of noble rank

Ans: (i) knight :a man of noble rank

(এজন উচ্চ পদবীধাৰী ব্যক্তি)

(ii) shillings :an unit of money

(টকাৰ একক)

(iii)wit:  ability to say things which are both clever and amusing(বুদ্ধি আৰু আমোদজনক কথা ক’ব পৰা গুণ)

(iv)robe :dress (পোছাক)

(v)resemble:  look like (দেখাত একেই)

Working with the language


1 .The adverb form of 'serious' is 'seriously' and 'immediate' is 'immediately'. Now write the adverb form of the following adjectives: 

(তলত দিয়া বিশেষণ শব্দবোৰৰ ক্ৰিয়া বিশেষণ ৰূপটো লিখা)

Adjective              Adverb 

humble (সৰল)       humbly (সৰলতাৰে)

close (ওচৰ)            closely (ওচৰৰ পৰা) 

able (সক্ষম)           ablilty (সক্ষমতা) 

wise (জ্ঞানী)          wisely (জ্ঞানপুৰ্বক) 

kind  (দয়া)             kindly (দয়াৰে)

proud (গৌৰৱ)       proudly (গৌৰৱী) 

angry  (খং)            angrily (খঙাল)


2. Give short afirmative answer (SAA) and short negative answers (SNA) to the following questions. 

(তলত দিয়া প্ৰশ্নসমূহৰ চমু সকাৰাত্মক উত্তৰ আৰু চমু  নকাৰাত্মক উত্তৰ দিয়া) 


a) Q: Do you have a car? 

(তোমাৰ গাড়ী আছে নে) 

SAA: Yes. I have.

(হয়, মোৰ আছে) 

SNA: No. I haven't

(নহয়, মোৰ নাই) 


b) Q:Are you reading now? 

(তুমি এতিয়া পঢ়ি আছা নেকি?) 

SAA: Yes. I am.

(হয়, মই আছো) 

SNA: No. I am not.

(নহয়, মই নাইপঢ়া) 


c) Q: Will they come early? 

(তেওঁলোক সোনকালে আহি পাবহি নে?) 

SAA: Yes. They will.

(হয়,তেওঁলোক পাবহি) 

SNA: No. They will not.

(নহয়,তেওঁলোক নাপায়হি)


d) Q: Must he write the answers in ink? 

(তেওঁ উত্তৰটো চিঞাহীৰে লিখিবই লাগিব নেকি?) 

SAA: Yes. He must.

(হয়, লাগিবই) 

SNA: No. He must not.

(নহয়,তেওঁ নালাগে) 


e) Q: Can she speak Hindi? 

(তাই হিন্দী ক’ব জানেনে?) 

SAA: Yes. She can.

(হয়,তাই জানে) 

SNA: No. She cannot.

(নহয়,তাই নাজানে)


3.Turn the following sentences into reported speech: 

(তলৰ বাক্যসমূহ পৰোক্ষ বক্তব্যলৈ সলনি কৰা) 

i) The King said, "What do you mean by this?" 

(ৰজাই ক’লে, "ইয়াৰ দ্বাৰা তুমি কি বুজাব বিচাৰিছা?") 

Ans: The King asked what did  he meant by that. 

(ৰজাই সুধিছিল যে তাৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছিল)


ii) The shepherd said to the King, "Your Majesty, it is only a simple arithmetic." 

(শ্বেফাৰ্ডে ৰজাক ক’লে, "হে মহাৰাজ, এয়া মাত্ৰ এক সাধাৰণ গণনা ”) 

Ans: The shepherd told the King that that was only a simple arithmetic.

( শ্বেফাৰ্ডে ৰজাক জনাইছিল যে সেয়া এক সাধাৰণ গণনা আছিল)


ii) The King said to the shepherd, "Aren't you the Abbot of Canterbury?"

(ৰজাই শ্বেফাৰ্ডক ক’লে, "তুমি কেন্টাৰবাৰিৰ মূখ্য অধীক্ষক নহয়নে?) 

Ans: The King asked the shepherd whether he was not  the Abbot of Canterbury.

(ৰজাই শ্বেফাৰ্ডক সুধিছিল যে তেৱেঁই কেন্টাৰবাৰিৰ মূখ্য অধীক্ষক নাছিল জানো "


iv) The shepherd said to the King, "l am in fact only a humble shepherd of his." 

(শ্বেফাৰ্ডে ৰজাক ক’লে, "মই তেওঁৰ অধীনত কাম কৰা এজন শ্বেফাৰ্ড মাত্ৰ)

Ans: The shepherd said to the King that he was in fact only a humble shepherd of his.

(শ্বেফাৰ্ডে ৰজাক কৈছিল যে তেওঁ  তেওঁৰ অধীনত কাম কৰা এজন শ্বেফাৰ্ড মাত্ৰ) 


v) The King said, "Don't carry your jokes too far."

(ৰজাই ক’লে, " বেছি ধেমালি নকৰিবা" )

Ans: The King ordered not to carry his jokes too far.

( ৰজাই বেছি ধেমালি নকৰিবলৈ আদেশ দিছিল)


Word meaning:

Clever- টেঙৰ।

Shepherd- গোহালিৰ ৰখীয়া।

Wealthy- সমৃদ্ধিশালী।

Suspect- সন্দেহ।

Loyalty- আনুগত্য।

Accuse- দোষাৰোপ কৰা।

Throne- সিংহাসন।

Council- পৰিষদ।

Knight- ৰজা।

Priest- পূজাৰী।

Displeased- অসন্তুষ্ট।

Richer- চহকী।

Spend-খৰচ।

Servant- দাস।

Majesty- মহামহিম।

Humble- নম্ৰ।

Need- প্ৰয়োজন।

Want- বিচৰা।

Oughtn't- নহয়।

Well- বাৰু।

Frightens- ভয় খুওই।

Intend- অভিপ্ৰায়।

Nobles- সম্ভ্ৰান্ত।

Amusement- বিনোদন।

Ride- চলোৱা।

Dismiss- বৰ্খাস্ত।

Travelled- ভ্ৰমণ কৰা।

Land- ভূমি।

Settle- নিষ্পত্তি কৰা।

Affair- বেপাৰ।

Prepare- প্ৰস্তুত হোৱা।

Occasion- উপলক্ষে।

Clothes- কাপোৰ।

Resemble- মিল থকা।

Pretending- অভিনয় কৰা।

Correctly- শুদ্ধকৈ।

Set- স্থাপন কৰা।

Pardon- ক্ষমা কৰিব।

Worth- মূল্য।

Crowned- মুকুট পিন্ধা।

Sovereign- সাৰ্বভৌম।

Arithmetic- গাণিতিক।

Explain- ব্যাখ্যা কৰা।

Bursts- ফাটি যায়।

Cheering- উল্লাখ কৰা।

Expect- আশা কৰা।

Ride- চলোৱা।

Moment- মুহূৰ্ত।

Carry- কঢ়িওৱা।

Disguise- ছদ্মৱেশ।

Heaven- স্বৰ্গ।

Serve- সেৱা কৰা।

Duties- কৰ্তব্য।

Shame- লজ্জা।

Admire- প্ৰশংসা কৰা।

Peace- শান্তি।


Word meaning by- Punya Hazarika.

Answer By: Himadri Borah