The Mouse and the Cake

নিগনি আৰু কেক


Word Note:

Mortal- one who cannot live forever.

মৰ্ত্য- যি চিৰকাল জীয়াই থাকিব নোৱাৰে।

Panted- took short, quick breaths

হাঁহিলে- চুটি, খৰকৈ উশাহ ল’লে

Gulping- swallowing quickly

গিলি- খৰকৈ গিলি পেলোৱা

Groaned- (here) cried in pain

হুমুনিয়াহ কাঢ়িলে- (ইয়াত) বিষত কান্দিলে

Distress- great pain

দুখ- বৰ কষ্ট

Rehearse- to practise a play, piece of music, etc.

আখৰা- নাটক, সংগীতৰ টুকুৰা আদিৰ অনুশীলন কৰা।

Crumb- a very small piece of food

ক্ৰাম- অতি সৰু খাদ্যৰ টুকুৰা

Fate- destiny; the power that controls all events.

ভাগ্য- ভাগ্য; সকলো পৰিঘটনা নিয়ন্ত্ৰণ কৰা শক্তি।


I. Answer each of the following questions in a sentence or two:

 (এটা বা দুটা শব্দত উত্তৰ দিয়া)

1. What kind of cake did the mouse find ? 

(নিগনিটোৱে কেনেকুৱা ধৰণৰ কেক বিচাৰি পাইছিল?)

Ans: The mouse found a beautiful piece of plum cake.

(নিগনিটোৱে এটুকুৰা ধুনীয়া প্লাম কেক বিচাৰি পাইছিল)


2. Why did the mouse want to hide with the cake? 

(নিগনিটোৱে কেক টুকুৰালৈ কিয় পলাব খুজিছিল?)

Ans: The mouse wanted to hide with the cake so that his  brothers cannot see him.

(নিগনিটোৱে কেক টুকুৰালৈ পলাব খুজিছিল যাতে তাক তাৰ ভাই -বন্ধুয়ে দেখা নাপায়)


3. How did the mouse eat the cake?

 (নিগনিটোৱে কেকটো কেনেদৰে খাইছিল?)

Ans: The mouse nibbled and panted but still gulped down all the cake.

(নিগনিটোৱে প্ৰথম কেকটো কুটি কুটি খাইছিল আৰু পাছত যেতিয়া তাৰ ভাগৰ লাগিছিল সি তেতিয়া কেকটো গিলি দিছিল)


4. Why did the mouse become unwell? 

(নিগনীটো কিয় অসুস্হ হৈছিল?)

Ans: The mouse become unwell because of over eating the whole cake.

(নিগনীটোৱে বেছিকৈ কেক খোৱাৰ বাবে অসুস্হ হৈছিল)


5. What did the doctor tell the mouse? 

(নিগনীটোক ডাক্তৰে কি বুলি ক’লে?)

Ans: The doctor told the mouse that if he had divided the cake with others it would be of no harm but a help for them.

(ডাক্তৰে নিগনিটোক ক’লে যে যিদহে সি কেকটুকুৰা ভগাই খালে হেতেনঁ তেতিয়া তাৰ এই অসুস্থতা নহ’ল হেতেঁন বৰঞ্চ সেয়াই আনক উপকাৰ হে হ’ল হেতেনঁ)


6. What is the lesson you learn from the poem?

 (কবিতাটোৰ পৰা তুমি কি শিকিলা?)

Ans: The lesson learnt from the poem is one should always share things and being too greedy can be fatal.

(কবিতাটোৰ পৰা এয়া শিকিব পাৰি যে সদায় কোনো বস্তু ভগাই খাব লাগে আৰু অতিমাত্ৰা লোভ হানিকাৰক হ’ব পাৰে )


II.1 Pick out the pairs of rhyming words in the poem. 

(ছন্দ মিল থকা শব্দবোৰ বাছি উলিওৱা)

Ans: play: way, still: ill, guess: distress, crumb: some, late: fate, brothers: others.


2. The 'b' in crumb is silent. Can you think of some other words?

(crumb শব্দত 'b' আখৰটোৰ উচ্চাৰণ উহ্য হৈ থাকে৷ তেনেধৰণৰ আৰু বেলেগ শব্দৰ উদাহৰণ দিয়া)

Ans: Womb, tomb, limb, numb, thumb, subtle, debt.


IIIFill in the blanks appropriately. 

(উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা)

 (Slice, grain, bar, piece)

A. . ... of cake.

Ans: piece of cake

(এটা কেকৰ টুকুৰা)

A ... of bread.

Ans: A slice of bread.

(এডোখৰ ব্ৰেড)

A of chocolate.

Ans: A bar of chocolate.

(চকলেটৰ টুকুৰা)

A... of rice.

Ans: grain of rice.

(এটা শস্যৰ কণা)


IV. Make as many words as you can with the following words.

(তলত দিয়া শব্দসমূহেৰে যিমান পাৰা শব্দ বনোৱা)

swallowed, rehearse, playmates, relatives

Ans: Swallowed(গিলি থোৱা): allow, owe, wed , sad, lad, dew, sale, low, slow, wall, all, law, slew


Rehearse(আখৰা কৰা): hear, ease, her, see, erase, err.

Playmates(খেলৰ লগৰ): mates , play, ate, ay, tame, eat, plate, male, yam, slay.

Relatives(সম্বন্ধীয়):relate,eve,stir,slave,late,rate,strive,live,sieve,rite,site,save.elite,elate.


Word meaning:

Piece- টুকুৰা।

Richest- আটাইতকৈ ধনী।

Mortal- মৰ্ত্যলোক।

Noise- হুলস্থূল।

Wander- ঘূৰি ফুৰা।

Swallow- গিলা।

Guess- অনুমান কৰা।

Unwell- অসুস্থ।

Groan- হুমুনিয়াহ কাঢ়ি।

Distress- বেদনা।

Rehearse- আখৰা।

Fate- ভাগ্য।

Divided- বিভক্ত।

Harm- ক্ষতি।


Word meaning by- Punya Hazarika.

Check by: Himashree Bora.