Lesson 6 
Buddha, the Light of Asia

বুদ্ধ, এছিয়াৰ পোহৰ


Word Note:

Faith- religious belief

বিশ্বাস- ধৰ্মীয় বিশ্বাস

Wisdom- ability to give good advice and sensible decisions because of experience.

জ্ঞান- অভিজ্ঞতাৰ বাবে ভাল পৰামৰ্শ আৰু যুক্তিসংগত সিদ্ধান্ত লোৱাৰ ক্ষমতা।

Humanity- the quality of being kind to animals and man see to it that they do not                             suffer.

মানৱতা- জীৱ-জন্তুৰ প্ৰতি দয়ালু হোৱাৰ গুণ আৰু মানুহে যাতে দুখ নাপায় তাৰ                         প্ৰতি লক্ষ্য ৰাখিব লাগে।

Scriptures- the holy books of a particular religion.

শাস্ত্ৰ- কোনো বিশেষ ধৰ্মৰ পবিত্ৰ পুথি।

Luxury- enjoyment of food, drinks, clothes and surroundings.

বিলাসীতা- খাদ্য, পানীয়, কাপোৰ আৰু চৌপাশৰ উপভোগ।

Renouncement- to give up title, position and society

ত্যাগ- উপাধি, পদবী আৰু সমাজ ত্যাগ কৰা

Ascetic- Not allowing oneself physical pleasure for religion

তপস্যা- ধৰ্মৰ বাবে নিজকে শাৰীৰিক সুখৰ অনুমতি নিদিয়া

Meditation- The practice of thinking deeply in silence to make the mind calm

ধ্যান- মন শান্ত কৰিবলৈ নীৰৱে গভীৰভাৱে চিন্তা কৰাৰ অভ্যাস

Intention- to have a plan, a result or a purpose in mind before one does something .

উদ্দেশ্য- কিবা এটা কৰাৰ আগতে এটা পৰিকল্পনা, এটা ফলাফল বা এটা উদ্দেশ্য                     মনত ৰখা ৷

Nirvana- the state of peace and happiness a person achieves after giving up all                                 personal desires.

নিৰ্বাণ- ব্যক্তিগত সকলো কামনা ত্যাগ কৰি মানুহে লাভ কৰা শান্তি আৰু সুখৰ                         অৱস্থা।

Concentration- to give all your attention to something.

একাগ্ৰতা- কিবা এটাত সকলো মনোযোগ দিবলৈ।


Consolidate:

1. Where do most Buddhists live? 

(বেছিভাগ বৌদ্ধধৰ্মীয় লোক ক’ত থাকে?)

Ans: Most Buddhists live in Asia.

(বেছিভাগ বৌদ্ধধৰ্মীয় লোক এছিয়াত থাকে)


 2. How did Gautama spend his youth?

 (গৌতমে নিজৰ ডেকাকাল কেনেদৰে কটাইছিল?

Ans: Gautama spent his youth by learning how to hunt, ride, read the scriptures and to worship the Gods. He was circled by luxury and pleasures.

(গৌতমে নিজৰ ডেকাকাল চিকাৰ কৰাৰ শিক্ষালৈ,ফুৰি,শাস্ত্ৰ পঢ়ি আৰু ভগৱানক প্ৰাৰ্থনা জনাই কটাইছিল৷তেওঁ বিলাসিতা আৰু আমোদ প্ৰমোদৰ মাজত আছিল)


 3. Why did he go away from his family? 

(তেওঁ কিয় নিজৰ পৰিয়ালৰ পৰা আতঁৰি আহিল?)

Ans: While moving about his father's  kingdom he saw scenes of suffering and grief-helpless old men, a dead man and a holy man. Siddhartha started to think of how to heal man's sorrow. He wondered how the beggar wore an expression of peace. So he wandered from place to place to find an answer to his questions and went away fork his family.

(তেওঁ নিজৰ দেউতাকৰ ৰাজ্যত ঘুৰি ফুৰোঁতে এজন অসহায় বুঢ়া মানুহৰদুখ দুৰ্দশা,এজন মৃত মানুহ আৰু এজন ধাৰ্ম্মিক লোক দেখিছিল৷ তেওঁ মানুহৰ দুখ কেনেদৰে লাঘৱ কৰিব পাৰি তাৰ চিন্তা কৰিবলৈ ধৰিলে৷তেওঁ ভিক্ষাৰীজনৰ মূখত শান্তিৰ ভাৱ দেখি আচৰিত হৈছিল৷সেইবাবেই তেওঁ এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি নিজৰ পৰিয়ালৰ পৰা আতঁৰি আহিল)


 4. Under whom did he study? 

(তেওঁ কাৰ অধীনত অধ্যয়ন কৰিছিল?)

Ans: He first studied under two famous teachers learning the Hindu scripts and then stayed with five ascetic monks.

 (তেওঁ প্ৰথম দুজন বিখ্যাত গুৰুৰ ওচৰত হিন্দু ধৰ্মপুথি আৰু তাৰ পাছত পাঁচজন সাধুৰ লগত আছিল)


 5. What is the name of the path he gave for man?(তেওঁ মানুহৰ বাবে কি পথৰ সন্ধান দিছিল?)

Ans: The name of the path he gave for man is the Eight Fold path.(তেওঁ মানুহৰ বাবে অাঁঠ সত্যৰ পথৰ সন্ধান দিছিল)


Create

Match the words from the text in column A with their opposit in column B. (ক খণ্ডৰ লগত তাৰ বিপৰীতাৰ্থক খ খণ্ডৰ লগত মিলোৱা)    

   A      

    B

1. Oral    মৌখিক

   Hatred ঘৃণা

2. Palace.পেলেচ।

Restless অস্থিৰ

3. Compassion কৰুণা

 Hut কুটি

4. Peace. শান্তি

 Darkness আন্ধাৰ

 5. Light  পাতল

Writing লিখনি

                

Ans:  1.oral(মৌখিক): writing(লিখিত)

2. Palace(প্ৰাসাদ): Hut(পঁজা)

3.Compassion(ধৈৰ্য):  Restless(অধৈৰ্য্য)

4.Peace(শান্তি):  Hatred(ঘৃণা)

5.Light(পোহৰ):  Darkness(আন্ধাৰ)


Language

A. Unscramble the words. All are from the text (শবদবোৰ সজোৱা৷ সকলোবোৰ কিতাপৰ মাজৰ পৰা দিয়া হৈছে)n 

Leavus, nihmuayt, thnu, garbge, pacechtn

Ans: Values, humanity, hunt, beggar,

B. Make three and four letter words with 'Enlightened'. (Enlightened শব্দটোৰে তিনিটা বা চাৰিটা আখৰযুক্ত শব্দ বনোৱা) (Teachers to work with students) Light, end, ten, den, thin 

Ans: Ent, night, dent, leg, need, lend. 

C. Make the correct abstract noun from the highlighted word and fill in the blanks (উপযুক্ত ভাৱবাচক বিশেষণবোৰেৰে খালী ঠাই পূৰণ কৰা) 

1. The (wise) man was known far and wide for his _

Ans :The wise man was known far and wide for his wisdom.

(জ্ঞানী মানুহজন তেওঁৰ জ্ঞানৰ বাবে সুদূৰ বিখ্যাত)

 2. There is presence of (pain), so life is _

Ans: There is presence of pain, so life is painful

(দুখ আছে বাবেই জীৱনটো কষ্টকৰ) 

3. To be (human) is to have _

Ans: To be human is to have humanity.

(মানুহ হ’বলৈ মানৱীয়তা থকাটো প্ৰয়োজন)


Word meaning:

Faith- বিশ্বাস।

Values- মূল্যবোধসমূহ।

Wisdom- জ্ঞান।

Humanity- মানৱতা।

Vast- বিশাল।

Majority- অধিকাংশ।

Orally- মৌখিকভাৱে।

Dominion- আধিপত্য।

Hunt- চিকাৰ।

Scriptures- শাস্ত্ৰ।

Worship- উপাসনা।

Luxury- বিলাসিতা।

Pleasures- আনন্দ।

Born- জন্ম হোৱা।

Renouncing- ত্য়াগ কৰা।

Scene- দৃশ্য।

Suffering- কষ্ট।

Grief- দুখ।

Sorrow- বেজাৰ।

Wonder- আশ্চৰ্য।

Beggar- ভিক্ষাৰী।

expression- অভিব্যক্তি।

Script- চিত্ৰনাট্য।

Ascetic- তপস্যা।

Monk- সন্ন্যাসী।

Bowl- বাতি।

Peasant- কৃষক।

Gluttony- পেটুতা।

Fasting- উপবাস।

Meditation- ধ্যান।

Enlightened- আলোকিত।

Preaching- প্ৰচাৰ কৰা।

Fold- ভাঁজ লগা।

Intention- অভিপ্ৰায়।

Effort- চেষ্টা।

Concentration- ঘনত্ব।

Disciple- শিষ্য।

Poisonous- বিষাক্ত।

Beneath- তলত।

Nirvana- নিৰ্বান।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in Hindi)