পোহৰ-পখিলা

ক্ৰিয়া-কলাপ

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহা

নোহোৱা-নোপজা = আগেয়ে কেতিয়াও নঘটা বা জন্ম নোহোৱা নাভূত-নাশ্ৰত; কাল্পনিক

চানেকি = কাপোৰত তুলিবৰ কাৰণে ফুলৰ আৰ্হি; নমুনাআদৰ্শ

লাহী = লেহুকা, পাতল, মিহি

ন-কৈ = নতুনকৈ

শিয়ৰা = ভয় খাই বা আচৰিত হৈ গাৰ নোম থিয় হোৱা 

চিৰ-সুনদৰ = সৃষ্টীকৰ্তা

[] কবিতাটি মনত ৰাখা।

[] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) পখিলাজাকৰ কোন দেশৰ? আৰু কাৰ ফুলনিত নাচে?

উত্তৰঃ পখিলাজাক পোহৰ-দেশৰ আছিল আৰু কবিৰ ফুলনিত নীচিচিল।

খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা?

উত্তৰঃ পখিলাজাকৰ পীাখিবোৰ ফুলাম আছিল।

গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে?

উত্তৰঃ ন-পখিলাৰ লাহীৰ কাৰণে সৰিছে পুৰণী পাহি।

ঘ) কবিয়ে পখিলাৰ পাহিত কি লিখা থকাৰ কথা কৈছে?

উত্তৰঃ একা বেকা লিখা থকাৰ কথা কৈছে।

[] পঢ়া, বুজা আৰু লিখা:

ওপজো - নোপজা

হোৱা - নোহোৱা

পোৱা - নোপোৱা

যোৱা - নোযোৱা

খোৱা - নোখোৱা

গোৱা - নোগোৱা

[] বাক্য ৰচনা কৰা:

ৰৈ ৰৈ = কুলিটিয়ে ৰৈ ৰৈ বিনাইছে।

মনে মনে = মানুবোৰে মনে মনে আছে।

পাছে পাছে = সি মোৰ পাছে পাছে আহি আছে।

ঘৰে ঘৰে = সিহত ঘৰে ঘৰে গল।

হাঁহি হাঁহি = সৌ মানুহতোৱে হাঁহি হাঁহি গৈ আছে।

গৈ গৈ = মই গৈ গৈ সিহতৰ ঘৰ পালোগৈ।

মাজে মাজে = ভাগৰ লাগিলে মাজে মাজে বহি লৱা।

কৈ কৈ = মই কৈ কৈ ভাগৰি গৈছো।

[] বাক্য ৰচনা কৰা:

পাই = ৰাথীয়ে হেৰোৱা কলমটো পাই ভাল পালে।

পায় = মায়ে মোক বৰ ভাল পায়।

খাই = মই ভাত খাই আছো।

খায় = কল খায় বৰ ভাল পোৱা।

গাই = ..........................................।

গায় = ..............................................।

চাই = ................................................

চায় = ................................................

[] পঢ়া, বুজা আৰু লিখা:

মিচিকীয়া – বতাহ    মিচিকীয়া – হাঁহী

শুৱলা – তামোল      শুৱলা - গান

সুৰীয়া – হাঁহী            সুৰীয়া - মাত

থুৰীয়া – মাত            থুৰীয়া - হাঁহী

ফিৰফিৰীয়া – গান   ফিৰফিৰীয়া - মাত

[] পঢ়া, বুজা আৰু লিখা:

পখিলাটো – পখিলাজাক

গৰুটো - গৰুজাক

চৰাইটো - চৰাইজাক

মানুহবোৰ - মানুহ বোৰৰজাক

শিক্ষক - শিক্ষকসকল

[] পঢ়া আৰু বুজা:

ফুল – ফুলীম

জোন – জোনাক

ৰং – ৰঙীন

খং – খঙাল

[] একে অৰ্থ বুজাৱা শব্দ লিখা:

ফুল - পুষ্প কুসুম

নতুন - ন-ন বস্ত

পাখি -  

পুৰণি - আগৰ

 

শ্ৰী পল্লৱ জ্যোতি বৰা

Sri Pallab Jyoti bora