পৰিকল্পিত বিকাশৰ ৰাজনীতি | Politics Of Planned Development | Chapter 3 | অধ্যায় ৩ | HS 2nd Year political Science Solution | Political Science Answer Assamese Medium | Higher Secondary Second Year political Science | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


Chapter 3

পৰিকল্পিত বিকাশৰ ৰাজনীতি

 Politics Of Planned Development

প্রশ্নাৱলী 

১। বম্বে আঁচনিৰ বিষয়ে তলত উল্লেখ কৰা কোনটো উক্তি অশুদ্ধ ? 

( a ) ই ভাৰতৰ অর্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল । 

( b ) ই উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যৰ মালিকীস্বত্বক সমর্থন কৰিছিল । 

( c ) এইখন কিছুমান আগশাৰীৰ উদ্যোগপতীয়ে তৈয়াৰ কৰিছিল । 

( d ) ই পৰিকল্পনাৰ ধাৰণাটোক দৃঢ়ভাবে সমর্থন কৰিছিল । 

উত্তৰঃ


২। তলত উল্লেখ কৰা কোনটো ধাৰণা ভাৰতৰ বিকাশ নীতিৰ আৰম্ভণিৰ সময়ছােৱাৰ অংশ নাছিল ? 

( a ) পৰিকল্পনা 

( b ) সমবায় কৃষিপাম 

( c ) উদাৰীকৰণ 

( d ) স্বাৱলম্বিতা । 

উত্তৰঃ


(a) চৰণ সিং

(i) উদ্যোগীকৰণ

(b) পি. চি. মহালানবীশ

(ii) মণ্ডলিকৰণ (Zoning)

(c) বিহাৰ দূৰ্ভিক্ষ

(iii) কৃষক

(d) ভাৰ্গিজ কুৰিয়েন

(iv) দুগ্ধ সমবায়


৫। স্বাধিনতাৰ সময়ত বিকাশৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহৰ প্ৰধান পাৰ্থক্যসমূহ কি আছিল? বিতৰ্কসমূহৰ সমাধান হৈছেনে?

উত্তৰঃ


৬। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিহৰ উপৰত অধিক গুৰুত্ব দিয়া হৈছিল? দ্বিতীয় পৰিকল্পনা প্ৰথম পৰিকল্পনাতকৈ কি কি বিষয়ত পৃথক। 

উত্তৰঃ


৭। সেউজ বিপ্লব কি? সেউজ বিপ্লবৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফল উল্লেখ কৰা।

উত্তৰঃ


৮। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা সময়ত উদ্যোগীকৰণ আৰু কৃষিক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত হোৱা বিতৰ্কৰ প্ৰধান যুক্তিসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ


৯। ভাৰতৰ নীতি নিৰ্ধাৰণকাৰীসকলে অৰ্থনীতিত ৰাষ্ট্ৰৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি ভুল কৰিছিল। আৰম্ভমিৰে পৰা ব্যক্তিগত খণ্ডক মুক্তভাবে কাম কৰিবলৈ দিলে ভাৰতে আৰু অধিক বিকীশ লাভ কৰিব পাৰিলেহেঁতেন। - এই বিবৃতিটোৰ সপক্ষে আৰু বিপক্ষে যুক্ত আগবঢ়োৱা।

উত্তৰঃ


আৰ্হি প্ৰশ্নাৱলি

ৰচনাধর্মী প্রশ্ন : 

১। পৰিকল্পিত বিকাশ মানে কি বুজা ? ভাৰতৰ বিকাশত পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা ।

উত্তৰঃ


২। পৰিকল্পনা মানে কি বুজা ? বিকাশৰ বাবে ইয়াৰ প্ৰয়ােজনীয়তা কি ? 

উত্তৰঃ


৩। ভাৰতৰ পৰিকল্পনা আয়ােগৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা ।

উত্তৰঃ


৪। সেউজ বিপ্লৱ বুলিলে কি বুজা ? সেউজ বিপ্লৱৰ ফলাফলসমূহ আলােচনা কৰা ।

উত্তৰঃ


৫। সেউজ বিপ্লৱ বুলিলে কি বুজা ? সেউজ বিপ্লৱৰ অর্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলােচনা কৰা । 

উত্তৰঃ


৬। সেউজ বিপ্লৱ কি ? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফলাফল উল্লেখ কৰা । 

উত্তৰঃ


৭। সেউজ বিপ্লৱ কি ? ভাৰতৰ সেউজ বিপ্লৱৰ বিষয়ে সমালােচনাত্মক আলােচনা আগবঢ়োৱা ।

উত্তৰঃ


৮ | ভাৰতত পৰিকল্পনাৰ প্রথম উদ্যেশ্যসমূহ কি কি ?

উত্তৰঃ


৯। ভাৰতত পৰিকল্পনা আৰু বিকাশৰ চমু বিৱৰণ দিয়া । 

উত্তৰঃ


১০। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হােৱা বিতর্কৰ বৰ্ণনা কৰা ।

উত্তৰঃ


১১। বিকাশৰ ধাৰণাটো চমুকৈ বর্ণনা কৰা । 

উত্তৰঃ


১২। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ ওপৰত এখন চমু ৰচনা লিখা । 

উত্তৰঃ


১৩। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ ওপৰত এটা চমু আলােচনা কৰা ।

উত্তৰঃ


১৪। ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছােৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতর্কসমূহৰ বিষয়ে আলােচনা কৰা

উত্তৰঃ


১৫। ভাৰতত পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা । বর্তমান পৰিকল্পনা আয়ােগৰ স্থানত থকা সংগঠনটোৰ নাম লিখা।

উত্তৰঃ


১৬। ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে পৰিকল্পিত বিকাশৰ সৈতে উদ্ভৱ হােৱা মূল বিতর্কসমূহ আলােচনা কৰা । 

উত্তৰঃ


চমুটোকাঃ


১। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্যবােৰ কি আছিল ? 

উত্তৰঃ


২। দেশৰ সামাজিক আৰু অর্থনৈতিক বিকাশত পৰিকল্পনা আয়ােগৰ ভূমিকা কি ? 

উত্তৰঃ


৩। পৰিকল্পনা আয়ােগে ইয়াৰ কাৰ্য কেনেদৰে পৰিচালনা কৰে ? 

উত্তৰঃ


৪। ভাৰতত পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ লিখা । 

উত্তৰঃ


৫। দশম পাঁচবছৰীয়া পৰিকল্পনাৰ উদ্দেশ্য কি কি ? 

উত্তৰঃ


৬। ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ


৭। মিশ্র অর্থনীতিৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ


৮ | বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্রাসঙ্গিকতা কি ? 

উত্তৰঃ


৯। পৰিকল্পনাৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ


১০। ভাৰতত সেউজ বিপ্লৱৰ ফলাফলসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ


১১। সেউজ বিপ্লৱ বুলিলে কি বুজা ব্যাখ্যা কৰা । 

উত্তৰঃ


১২। বিকেন্দ্রীভূত পৰিকল্পনাৰ অর্থ ব্যাখ্যা কৰা ।

উত্তৰঃ

অতি চমু উত্তৰৰ পশ্নঃ 

১। কোন চনত পৰিকল্পনা আয়ােগ স্থাপিত হৈছিল ? 

উত্তৰঃ

২। ভাৰতত পৰিকল্পনাৰ যিকোনাে দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ

৩। ভাৰতৰ পৰিকল্পনা আয়ােগ কেতিয়া গঠন কৰা হৈছিল 
উত্তৰঃ

৪। ভাৰতৰ বিকাশত পৰিকল্পনাৰ ভূমিকা কি ? 
উত্তৰঃ

৫। অর্থনৈতিক পৰিকল্পনাৰ দুটা সুবিধা লিখা । 
উত্তৰঃ

৬। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 
উত্তৰঃ

৭। কোন বছৰত পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল আৰু কোন ইয়াৰ প্রথম সভাপতি আছিল ? 
উত্তৰঃ

৮। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা । 
উত্তৰঃ

৯। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা । 
উত্তৰঃ

১০। দশম পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা । 
উত্তৰঃ

১১। তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান উদ্দেশ্য লিখা । 
উত্তৰঃ

১২। জাতীয় পৰিকল্পনা সমিতি কেতিয়া প্রতিষ্ঠা কৰা হৈছিল আৰু কোন তাৰ সভাপতি আছিল ? 
উত্তৰঃ

১৩। ভাৰতৰ নতুন অর্থনৈতিক নীতি কোনে ঘােষণা কৰিছিল ? ইয়াৰ প্ৰধান উদ্ভাৱক কোন আছিল ? 
উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাৱলীৰ উত্তৰ দিয়া । 

১। বর্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়ােগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তােলা হৈছে ? 
উত্তৰঃ

২। কোন ভাৰতীয় চিন্তাশীল ব্যক্তিয়ে ভাৰতত পৰিকল্পনা লাগে বুলি প্রথমে কৈছিল ? 
উত্তৰঃ

৩। পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক'ৰ পৰা লৈছিল ? 
উত্তৰঃ

৪। ভাৰতৰ দুগ্ধমানৱ ’ কাক কোৱা হয় ? 
উত্তৰঃ

৫। কেতিয়া পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল ?
উত্তৰঃ

৬। কোন বছৰৰ পৰা প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল ? 
উত্তৰঃ

৭। কেতিয়াৰ পৰা দশম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল ? 
উত্তৰঃ

৮। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্যটো কি ? 
উত্তৰঃ

৯। পৰিকল্পনাকাৰীসকলৰ মূল লক্ষ্য কি ? 
উত্তৰঃ

১০। ভাৰতবৰ্ষত ‘সেউজ বিপ্লৱৰ পিতৃ' হিচাপে কাক আখ্যা দিয়া হয় ? 
উত্তৰঃ

১১। ভাৰতৰ সেউজ বিপ্লৱৰ বিখ্যাত লােকজন কোন ? 
উত্তৰঃ

১২। ভাৰত বিকাশৰ কাৰণে প্রথম গুৰুত্ব কিহৰ ওপৰত দিয়া হৈছিল ? 
উত্তৰঃ

১৩। বর্তমানলৈ কেইখন পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ কৰা হৈছে ?
উত্তৰঃ

শুদ্ধ নে অশুদ্ধ লিখাঃ 

১। পৰিকল্পনা আয়ােগ গঠন কৰা হৈছিল ১৯৫০ চনত ।
উত্তৰঃ

২। ভাৰতৰ সেউজ বিপ্লৱৰ গুৰি ধৰােতা প্রথম ব্যক্তিজন হ’ল পি.এন.সিং । 
উত্তৰঃ

শুদ্ধ উত্তৰ বাছি উলিওৱা ঃ

১। ভাৰতৰ পৰিকল্পনাক যন্ত্র হিচাপে ধাৰণা কৰা হৈছিল— 
( a ) ৰাজনৈতিক বিকাশক 
( b ) সাংস্কৃতিক বিকাশক 
( c ) সামাজিক বিকাশক 
( d ) সামাজিক অর্থনৈতিক বিকাশক 
উত্তৰঃ

২। ভাৰতত বৰ্তমানলৈ কেইখন পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ কৰা হৈছে— 
( a ) দহখন 
( b ) ছয়খন 
( c ) আঠখন 
( d ) এঘাৰখন 
উত্তৰঃ

৩। ২০ ধাৰাৰ আঁচনি গ্ৰহণ কৰিছিল— 
( a ) জৱাহৰলাল নেহৰুৱে 
( b ) ইন্দিৰা গান্ধীয়ে
( c ) ৰাজীৱ গান্ধীয়ে 
( d ) নৰসিংহ ৰাওৱে 
উত্তৰঃ

৪। “গৰীৱী হটাও” ধ্বনি দিছিল — 
( a ) ১৯৬৯ চনত 
( b ) ১৯৭০ চনত 
( c ) ১৯৭১ চনত 
( d ) ১৯৭৫ চনত 
উত্তৰঃ

৫। জাতীয় উন্নয়ন পৰিষদৰ সভাপতি আছিল— 
( a ) ভাৰতৰ ৰাষ্ট্রপতি 
( b ) ভাৰতৰ বিত্তমন্ত্রী 
( c ) ভাৰতৰ প্ৰধানমন্ত্রী 
( d ) ভাৰতৰ গৃহমন্ত্রী 
উত্তৰঃ

৬। পঞ্চবার্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল— 
( a ) ১৯৬১ 
( b ) ১৯৬৫ 
( c ) ১৯৫১  
( d ) ১৯৭৫
উত্তৰঃ