আঞ্চলিক প্ৰত্যাশা | Regional Aspirations | Chapter 8 | অধ্যায় ৮ | HS 2nd Year Political Science Answer | Class 12 Political Science Solution | Higher Secondary Second Year Political Science | দ্বাদশ শ্ৰেণাৰ ৰাজনীতি বিজ্ঞান


Chapter 8 

আঞ্চলিক প্ৰত্যাশা

Regional Aspirations

প্ৰশ্নাৱলি 


১। তলত দিয়া বোৰ মিলেৱা ঃ

আঞ্চলিক আকাংক্ষাৰ প্ৰকৃতি

      ৰাজ্য

(ক) সামাজিক ধৰ্মীয় পৰিচয় ৰাজ্য চলোৱাৰ বাবে

(i) নাগালেণ্ড/মিজোৰাম

(খ) ভাষিক পৰিচয় আৰু কেন্দ্ৰৰ লগত উত্তেজনা

(ii) ঝাৰখণ্ড/চত্তীশগড়

(গ) আঞ্চলিক অসমতাৰ বাবে ৰাজ্যৰ দাবী

(iii) পাজ্ঞাব

(ঘ) জনজাতি পৰিচয় বাবে পৃথকতাৰ দাবী

(iv) তামিলনাডু


২ । পঞ্জাৱ চুক্তিৰ প্রধান ব্যৱস্থাসমূহ কি আছিল ? পঞ্জাৱ আৰু ওচৰ-চুবুৰীয়া ৰাজ্যবােৰৰ মাজত উত্তেজনাৰ ভিত্তি কি ? 

উত্তৰঃ


৩। “আনন্দপুৰ চাহেব প্রস্তাৱ" কিয় বিতর্কমূলক হৈছিল ? 

উত্তৰঃ


৪। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাজন ব্যাখ্যা কৰা আৰু এইবােৰে কেনেদৰে বিভিন্ন আঞ্চলিক আকাংখ্যাৰ সৃষ্টি কৰিছে বর্ণনা কৰা । 

উত্তৰঃ


৫। কাশ্মীৰৰ আঞ্চলিক স্বতন্ত্রতাৰ বিভিন্ন বিষয়সমূহ কি ? ইয়াৰ কোনবােৰ ন্যায়সংগত ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া । 

উত্তৰঃ


৬। “অসম আন্দোলন” আছিল সাংস্কৃতিক গৌৰৱ আৰু অর্থনৈতিক অনগ্ৰসৰতাৰ সংযুক্তি-ব্যাখ্যা কৰা। 

উত্তৰঃ


৭। সকলােবিলাক আঞ্চলিক আন্দোলন পৃথকতাবাদী আন্দোলন নহয়। উদাহৰণ দি বুজাই লিখা । 

উত্তৰঃ


৮। ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা উঠা আঞ্চলিক দাবীসমূহ অনৈক্যৰ মাজত ঐক্যৰ আদর্শস্বৰূপ।তুমি মানি লােৱানে ? কাৰণ দর্শোৱা । 

উত্তৰঃ


আৰ্হি প্রশ্নাবলী


 ৰচনাধর্মী প্রশ্ন : 

১ । ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ


২। ভাৰতত আঞ্চলিকতাবাদ বিকাশৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ


৩।ভাৰতৰ-ৰাজনীতিত আঞ্চলিকতাবাদৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ


৪। উত্তৰ - পূৱ ভাৰতত আঞ্চলিক আন্দোলনৰ আলােচনা কৰা । এই অঞ্চলটোত এনে আন্দোলনৰ জন্ম হােৱাৰ কাৰণসমূহ  কি ?

উত্তৰঃ


৫। নেচনেল কনফাৰেন্সৰ আদৰ্শ আৰু নির্বাচনী কৃতকার্যতা আলােচনা কৰা।

উত্তৰঃ


৬।উত্তৰ পূৱ ভাৰতৰত বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ


৭। ডি.এম.কে.ৰ নীতি আৰু আঁচনি আলােচনা কৰা ।

উত্তৰঃ


৮। “ অসম গণ-পৰিষদ ”-ৰ নীতি আৰু আঁচনি সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ


৯। কাশ্মীৰ সমস্যা সম্পর্কে বিশদভাৱে আলােচনা কৰা । 

উত্তৰঃ


চমুটোকা ঃ

১। অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে আঞ্চলিকতাবাদে কৰা প্রয়াস । 

উত্তৰঃ


২।ভাৰতত আজি পৃথকতাবাদী ধাৰণাৰ মূল ভিত্তি কি ? 

উত্তৰঃ


৩।কাশ্মীৰ সমস্যাৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ


৪।ভাৰতত আজি পৃথকতাবাদী ভাবধাৰা জাগ্রত হােৱাৰ চাৰিটা কাৰণ লিখা । 

উত্তৰঃ


৫। ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ আঞ্চলিক ৰাজনৈতিক আন্দোলন ব্যাখ্যা কৰা । 

উত্তৰঃ


৬।ভাৰতৰ কিছুমান অংশত পৃথকতাবাদী ভাবধাৰা গঢ়ি উঠাৰ পৰা আমি কি শিকিব পাৰাে ? 

উত্তৰঃ


৭ । জম্মু আৰু কাশ্মীৰত ঘটা হিংসাত্মক কার্যৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ


৮ | দ্রাবিডিয়ান আন্দোলনৰ বিষয় চমুকৈ লিখা । 

উত্তৰঃ


৯। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা বাহিৰাগত বিতাৰণৰ বাবে চলা “ অসম আন্দোলনৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

 

১০। তলত উল্লেখ কৰা চাৰিখন ৰাজ্যৰ ৰাজধানীৰ নাম লিখা ঃ

( ক ) নাগালেণ্ড     ( খ ) মিজোৰাম     ( গ ) মেঘালয়     ( ঘ ) অৰুণাচল প্রদেশ 

উত্তৰঃ


অতি চমু উত্তৰৰ প্রশ্ন : 

১। ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্রতা প্রদান কৰিছে ? 

উত্তৰঃ


২। আঞ্চলিকতাবাদ মানে কি বুজা ? 

উত্তৰঃ


৩। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰণ লিখা । 

উত্তৰঃ


৪। আঞ্চলিকতাবাদে ভাৰতৰ ৰাজনীতিত কেনেদৰে আঘাত কৰিছে দুটা কাৰণ লিখা ।

উত্তৰঃ


৫। ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ


৬। গােৱাৰ সমস্যা কি আছিল ? 

উত্তৰঃ


৭। আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ দুটা উপায় লিখা । 

উত্তৰঃ


৮। ৮০ - ৰ দশকত অসমে সমুখীন হােৱা দুটা সংকটৰ কথা উল্লেখ কৰা । 

উত্তৰঃ


৯। জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা দুটা ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ


১০। আঞ্চলিকতাবাদক নির্মূল কৰাৰ বাবে দুটা ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ


বস্তুনিষ্ঠ প্রশ্নৰ উত্তৰ দিয়া ঃ

১। কোন ৰাজ্যত “ অসম গণ-পৰিষদ ” সক্রিয় ? 

উত্তৰঃ


২। নেচনেল কনফাৰেন্স কেতিয়া প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ


৩ ! কি উদ্দেশ্য সাধনৰ বাবে “অসম গণ - পৰিষদ” দল প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ


৪। কোন চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হৈছিল ? 

উত্তৰঃ


৫। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্র প্রদান কৰা হৈছিল ?

উত্তৰঃ


৬। এ.এ.এচ.ইউ. ( A.A.S.U . )-ৰ সম্পূর্ণ অর্থ কি ? 

উত্তৰঃ


৭। কেতিয়া “আনন্দপুৰ চাহেব প্রস্তাৱ” গৃহীত হৈছিল ? 

উত্তৰঃ


৮। কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ


৯। ভাৰতৰ যিকোনাে দুটা আঞ্চলিক দলৰ নাম লিখা । 

উত্তৰঃ


১০। চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল ? 

উত্তৰঃ


১১। আঞ্চলিকতাবাদ সৃষ্টিৰ এটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ


শুদ্ধ নে অশুদ্ধ লিখা ঃ

১। “অসম গণ-পৰিষদ” এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল । 

উত্তৰঃ


২। “অসম আন্দোলন” ছাত্রসন্থাই পৰিচালনা কৰিছিল । 

উত্তৰঃ


৩। ৰাজ্য গঠনৰ আগতে অৰুণাচল এখন কেন্দ্রীয়শাসিত অঞ্চল আছিল । 

উত্তৰঃ


৪। আঞ্চলিক আশা-আকাংক্ষা গণতন্ত্রৰ এটা অবিচ্ছেদ্য অংগ । 

উত্তৰঃ


৫। জম্মু আৰু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ । 

উত্তৰঃ


৬। ভাৰতীয় সংবিধানৰ              নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰিছে । 



Type∶ Pallab Jyoti Bora