Lesson- 13 

Somebody's Mother

কাৰোবাৰ মা


Word meaning:

Ragged : in torn cloths

ৰেগড : ফটা কাপোৰত

Chill : coldness

ঠাণ্ডা : ঠাণ্ডা হোৱা

Throng : crowd

ভিৰ : ভিৰ

Heeded : paid attention

মনোযোগ দিছিল : মনোযোগ দিছিল

Hastened : hurried

খৰখেদা : খৰখেদাকৈ

Meek : humble

নম্ৰ : নম্ৰ

Glance : quick look

চকু : দ্ৰুত চাওক

Fellow : a man/person who is in the same group

সহকৰ্মী : একেটা গ্ৰুপত থকা এজন মানুহ/ব্যক্তি


Working with the poem

1.Fill in the blanks using phrases from the poem: 

(কবিতাটিত থকা অংশসমূহেৰে তলৰ খালী ঠাই পূৰণ কৰা)

 a) The woman was .. 

Ans: The woman was old and ragged and grey. 

(মানুহগৰাকী বুঢ়ী, ফটা সাজ পাৰ পিন্ধা আৰু দুঃখিত আছিল।)


b) Somebody's another ... 

Ans: Somebody's mother, boys, you know. 

(শুনা বন্ধুসকল, তেওঁ কাৰোবাৰ মাতৃ হয়)


c) The   of all group 

Ans: The gayest laddie of all the group. 

(দলটোৰ ভিতৰত সকলোতকৈ ফুৰ্তিৱান ল’ৰাজন)


d) Somebody's mother... 

 Ans: Somebody's mother' bowed her head. 

(কাৰোবাৰ মাতৃগৰাকীয়ে ধন্যবাদ জনালে)


2.Find out as many adjectives as you can from the poem

(কবিতাটিৰ পৰা বিশেষণবোৰ বাচি উলিওৱা)

 Ans: Old,ragged,grey,wet,aged,slow,long,anxious,white,deep,meek,timid,afraid,slippery,merry,gayest,low,strong,trembling,proud,firm,happy,pride,joy.

বুঢ়া,ৰেগড,ধূসৰ,ভিজা,বয়সীয়া,ধীৰ,দীঘল,উদ্বিগ্ন,বগা,গভীৰ,নম্ৰ,ভীৰু,ভয়,পিছল,উল্লাসিত,গেয়েষ্ট,নিম্ন,শক্তিশালী,কঁপনি,গৌৰৱান্বিত,দৃঢ়,সুখী,গৌৰৱ,আনন্দ।

3.. Find out the words connected to winter, in the poem.

(কবিতাটিত শীতকালৰ সৈতে সম্পৰ্ক থকা শব্দবোৰ বাচি উলিওৱা)

Ans: Words connected to winter are chill, snow, white, hailing, slippery. 

শীতৰ লগত জড়িত শব্দবোৰ হ’ল ঠাণ্ডা, বৰফ, বগা, শিলাবৃষ্টি, পিছল।

a) Did the women get help to cross the street? 

(মহিলাগৰকীয়ে ৰাস্তাটো পাৰ হোৱাত সহায় পালেনে?)

Ans: Yes. She got help from a boy to cross the street. 

(হয়। মহিলাগৰাকীয়ে ৰাস্তাটো পাৰ হোৱাত এজন ল’ৰাৰ সহায় পালে)


b) Who helped her? 

(তেওঁক কোনে সহায় কৰিছিল?) 

Ans: The gayest boy of the troop helped her.

(তেওঁক দলটোৰ ভিতৰত সকলোতকৈ ফুৰ্তিৱান ল’ৰাজনে সহায় কৰিছিল)


c) What did the young boy tell his friends? Give in reported speech. 

(সৰু ল’ৰাজনে তাৰ বন্ধুসকলক কি কৈছিল ? পৰোক্ষ উক্তিত লিখা)

eg. He told his friends that

Ans: He told his friends that the aged, poor and slow woman is somebody's mother. He wished that of his own mother ever get poor, old and grey she might get some help from someone.

(ল’ৰাজনে তাৰ বন্ধুসকলক কৈছিল যে সেই বৃদ্ধ,দুখীয়া মানুহগৰাকী কাৰোবাৰ মাতৃ হ’ব পাৰে। সি বিচাৰিছিল যাতে তাৰ নিজৰ মাকেও যদি কেতিয়াবা দুখীয়া আৰু বৃদ্ধ হয় আৰু সি ওচৰত নাথাকে তেতিয়া যেন অন্য কাৰোবাৰ সহায় পাওঁক।)


Working with language

1.Make sentences with the following pairs of words so as to show the difference in meaning:

(তলৰ শব্দসমূহৰ অৰ্থ স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰা)

Ans:

sheep: The sheep is a meek animal.

(ভেড়া এক শান্ত জন্তু)

ship: The ship was anchored at the sea-port.

(জাহাজখন ঘাটত ৰখাই থোৱা আছে)

 deep: His poems have deep emotions.

(তেওঁৰ কবিতাবোৰ গভীৰ অনুভৱপূৰ্ণ)

 dip :She dipped her biscuit in the tea.

(তাই বিস্কুটটো চাহত দিয়ালে) 

feet: The woman's feet were dry and cracky due to the cold.

(মানুহ গৰাকীৰ ভৰিহাল ঠাণ্ডাতে শুকান হৈ পৰিছিল আৰু ফাটিছিল)

fit : This dress fits me very well.

(এই কাপোৰযোৰে মোক খুব ধুনীয়াকৈ খাপ খায়) 

law: Every citizen in a country is bound to follow the law.

(এখন দেশৰ সকলো নাগৰিকে আইন মানি চলাটো বাধ্যতামূলক)

low: The level of his hard work is very low.

(তাৰ পৰিশ্ৰমৰ পৰিমাণ বহুত কম) 

land: The plane is about to land.

(উৰাজাহাজখন অৱতৰণ কৰাৰ সময় হৈছে)

lend: Please lend me your pencil.

(অনুগ্ৰহ কৰি মোক তোমাৰ পেন্সিলডাল ধাৰলৈ দিয়া।)

Far: He went too far.

(সি বহু দুৰলৈ গুচি গ’ল)

Fur: This jacket with the fur-cap is really comfortable.

(এই নোমাল টুপী থকা জেকেটটো খুব আৰামদায়ক)


2.Fill in the blanks using suitable collective nouns .

(সমষ্টিবাচক বিশেষ্যৰে খালী ঠাই পূৰণ কৰা)

Ans: 

i) a band of musicians.(বাদ্যযন্ত্ৰৱৰ দল)

ii) a bunch of keys.(চাবিৰ কোচা) 

iii) a herd of elephant.(হাতীৰ জাক) 

iv) a hive of bees.(মৌ মাখিৰ বাহ) 

v) a gang of robbers.(ডকাইতৰ দল) 


3.Give some of the adjectives used to describe the old woman.

(মহিলাগৰাকীৰ বিৱৰণ দিবলৈ ব্যৱহাৰ কৰা কিছুমান বিশেষণ লিখা)

Ans: The adjectives used to describe the old woman are old, ragged, aged, poor, grey.

বুঢ়ীক বুজাবলৈ ব্যৱহাৰ কৰা বিশেষণবোৰ হ’ল বুঢ়া, ৰগজ, বয়সীয়াল, দুখীয়া, ধূসৰ।


Word meaning:

Grey- ধোঁৱা বৰণ।

Bent- ভাঁজ।

Winter- শীতকাল।

Chill- ঠাণ্ডা।

Street- ৰাষ্টা।

Wet- ভিজা।

Recent- শেহতীয়া।

Snow- তুষাৰ।

Aged- বয়সীয়াল।

Alone- অকলশৰীয়া।

Uncared- অনাকাংক্ষিত।

Throng- ভিৰ।

Glance- দৃষ্টি।

Anxious- উদ্বিগ্ন।

Shout- চিঞৰা।

Flock- জাক।

Pile- স্তূপ।

Deep- গভীৰ।

Hastened- খৰখেদা কৰা।

Meek- নম্ৰ।

Timid- ভয়াতুৰ।

Afraid- ভয় কৰা।

Stir- লৰোৱা।

Carriage- গাড়ী।

Crowd- ভিৰ।

Slippery- পিছল।

Whisper- ফুচফুচাই কোৱা।

Wish- বাঞ্চা কৰা।

Harm- ক্ষতি।

Guided- নিৰ্দেশিত।

Trembling- কপিঁ থকা।

Proud- অহংকাৰী।

Firm- দৃঢ়।

Fellow- সহকৰ্মী।

Lend- ধাৰলৈ দিয়া।

Prayer- প্ৰাৰ্থনা।

Pride- গৌৰৱ।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in English)