Ans: Sunderlal started the Chipko movement in 1972.(সুন্দৰলালে 1972 চনত চিপকো আন্দোলনৰ আৰম্ভণি কৰিছিল)
v) When and where was Sunderlal Bahuguna born? (সুন্দৰলাল বহুগনাৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?)
Ans: Sunderlal was born on 9 January, 1927, in a small hill village, Marora, on the banks of the Bhagirathi in Tehri Garhwal.
(সুন্দৰলাল বহুগনাৰ জন্ম 9জানুৱাৰী, 1927চনত ভাগীৰথী নৈৰ পাৰৰ টেহ্ৰী গাৰৱালৰ মাৰোৰা নামে এখন পাহাৰীয়া ঠাইত হৈছিল)
vi) Who inspired Sunderlal to take pledge to serve the people? (কোনে সুন্দৰলালক মানৱসেৱাত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা দিছিল?)
Ans: Dev Suman,a young Gandhian inspired Sunderlal to take pledge to serve the people.(দেৱ সুমন নামৰ এজন গান্ধীবাদী লোকে সুন্দৰলালক মানৱসেৱাত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা দিছিল)
vii) What inspired Sunderlal to open a school for scavengers? (কোনে সুন্দৰলালক ভঙা-চিঙা বুটলা লোকসকলৰ বাবে বিদ্যালয় আৰম্ভ কৰাত অনুপ্ৰাণিত কৰিছিল?)
Ans: Two social workers, Mira Behn and Thakkar Bapa inspired Sunderlal to open a school for scavengers.(মীৰা বেন আৰু থাক্কাৰ বাপা নামৰ দুুজন সমাজকৰ্মীয়ে তেওঁক ভঙা-চিঙা বুটলা লোকসকলৰ বাবে বিদ্যালয় আৰম্ভ কৰাত অনুপ্ৰাণিত কৰিছিল)
viil) What did the villagers do to protect trees? (গাঁওবাসীয়ে কেনেদৰে গছবোৰ ৰক্ষা কৰিছিল?)
Ans: To prevent a forest of trees from being cut, villagers mostly women - formed themselves into small groups of three or four. When the workers arrived and advanced towards the trees with their axes, the villagers hugged the trees, clasping their arms round the tree trunk.
2.a) Write a paragraph on the life and works of Sunderlal Bahuguna. (সুন্দৰলাল বহুগনাৰ জীৱন আৰু কৰ্মৰ বিষয়ে এটা টোকা লিখা)
Ans: Sunderlal was born on 9 January, 1927, in a small hill village, Marora, on the banks of the Bhagirathi in Tehri Garhwal. In 1942, Dev Suman, a young Gandhian, came to Sunderlal's village and spoke about Gandhiji and the Swadeshi movement. He inspired Sunderlal, who was then only fifteen, to take a pledge to serve the people.Sunderlal soon began to speak publicly of improving the lot of the poor and oppressed villagers. When he was twenty, Sunderlal came in contact with two other social workers, Mira Behn and Thakkar Bapa. The meeting inspired him to open a school for bhangis (scavengers).Sunderlal started the Chipko movement in 1972 to save the forests of the Himalayas. Sunderlal wanted to know what it meant to be really poor and so at various times, he worked as a zamadar, a labourer, and a hawker. In 1956, at twenty-nine, he married Vimla Nautiyal, and together, they established an ashram in Silyara village of Tehri Garhwal.
b) Write a paragraph on the eating habits of Sunderlal Bahuguna.(সুন্দৰলাল বহুগনাৰ খাদ্যাভাসৰ বিষয়ে বৰ্ণনা কৰা)
Ans: Sunderlal Bahugana's eating habits are simple. A vegetarian since eighteen, he eats only coarse, dry farming cereals like jowar and mandua, certain vegetables and pulses, and fruits and nuts. He does not eat rice and wheat, as these crops require too much or water to cultivate and there is an increasing shortage of water. He does not drink tea as it is a luxury.
(সুন্দৰলাল বহুগনাৰ খাদ্যাভাস সহজ সৰল আছিল৷ওঠৰ বছৰ বয়সৰ পৰা তেওঁ নিৰামিষভোজী আছিল আৰু তেওঁ কেৱল শুকান মাহজাতীয় শস্য যেনে যৱ,ৰাগি আদি আৰু কিছুমান শাকপাচলি,ফল-মূল,বাদাম আদি খাইছিল৷তেওঁ ধান আৰু ঘেহুঁ খোৱা নাছিল কাৰণ ইতিমধ্যে পানীৰ অত্যন্ত পানীৰ নাটনি হৈছে আৰু সেইবোৰৰ খেতি কৰিবলৈ যথেষ্ট পানীৰ প্ৰয়োজন হয়৷তেওঁ চাহো খোৱা নাছিল কিয়নো তেওঁৰ মতে ই এক বিলাসিতা আছিল)
3. Complete the following sentences
(তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰা)
Ans: i) Sunderlal started the 'Chipko Movement' to save the forests of the Himalayas.
(1983 চনত সুন্দৰলালে এক দীৰ্ঘ প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰিছিল)
Ans: False.
iv) Sunderlal's slogan was "Don't axe these oaks and pines. Nurture them, Protect them. We have to preserve them for posterity" (সুন্দৰলালৰ শ্ল’গান আছিল,"এই অ’ক আৰু পাইনসমূহ নাকাটিবা৷ এইবোৰক প্ৰতিপাল কৰা আৰু ৰক্ষা কৰা৷আমি এইবোৰক ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা উচিত)
Ans: False.
v) Sunderlal could create environmental awareness among people. (সুন্দৰলালে মানুহৰ মাজত পৰিৱেশ সজাগতা আনিছিল)
Ans: True.
Working with language
1. Below is a list of professionals. Match them with what they do: (তলত বিভিন্ন কৰ্মীৰ উল্লেখ কৰা আছে৷তেওঁলোকক তেওঁলোকৰ কৰ্মৰ বিশেষত্বৰ সৈতে মিলোৱা)
Ans: Architect : a person who plans new buildings and is responsible for making sure that they are built properly.(যিয়ে অট্টালিকা নিৰ্মাণ কৰে আৰু সেইবোৰ ভালদৰে বনোৱা হৈছে নে নাই সেয়া নিৰিক্ষণ কৰে)
Cartoonist: someone who specializes in making amusing drawings.(যিয়ে হাস্যকৰ চিত্ৰ অংকন কৰে)
Gamekeeper: someone who handles animals professionally, especially horses.(যিয়ে জীৱ জন্তুৰ প্ৰশিক্ষণ দিয়াই,বিশেষকৈ ঘোঁৰা)
Cryptographer : someone who studies and breaks secret codes.(যিয়ে গুপ্ত সংকেতবোৰ অধ্যয়ন আৰু সৰলীকৰণ কৰে)
Numismatist : someone who studies old coins and even present currency.(যিয়ে পুৰণি আৰু বৰ্তমানৰো মুদ্ৰা অধ্যয়ন কৰে)
Treasurer: someone who looks after the money in an organization(যিয়ে কোনো অনুষ্ঠানত টকা-পইচা সম্বন্ধীয় তথ্য চোৱাচিতা কৰে)
2.Turn the following sentences into passive voice (পৰোক্ষ বাচ্যলৈ পৰিৱৰ্তন কৰা)
i) The police held him for the theft. (পুলিচে তাক চুৰ কৰাৰ বাবে ধৰিলে)
Ans: He was held for the theft by the police.(সি চুৰি কৰাৰ বাবে পুলিচৰ হাতত ধৰা পৰিল)
ii) The teacher is examining the answer scripts. (শিক্ষকজনে উত্তৰবহীবোৰ পৰীক্ষা কৰি আছে)
Ans: The answer scripts are being examined by the teacher.(উত্তৰবহীবোৰ শিক্ষকজনৰ দ্বাৰা পৰীক্ষা কৰি থকা হৈছে)
iii) Lucy has composed this poem. (কবিতাটো লুচিয়ে লিখিছে)
Ans: This poem is composed by Lucy.(কবিতাটো লুচিৰ দ্বাৰা লিখা হৈছে)
v) Everybody remembers him as a great teacher. (সকলোৱে তেওঁক এজন মহান শিক্ষক হিচাপে গণ্য কৰে)
Ans: He is remembered as a great teacher.(by everybody)(তেওঁক সকলোৰে দ্বাৰা মহান শিক্ষক হিচাপে গণ্য কৰা হয়)
vi) The wind had uprooted the trees.(বতাহে গছবোৰ উভালি পেলালে)
Ans: The trees had been uprooted by the wind.(গছবোৰ বতাহৰ দ্বাৰা উভালি পৰিল)
Fill in the blanks with correct preposition. (উপযুক্ত সংযোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা)
a) The labourers cut the trees...an axe.
Ans: The labourers cut the trees with an axe.(বনুৱাসকলে কুঠাৰেৰে গছবোৰ কাটিলে)
b) She wrote the letter... ink.
Ans: She wrote the letter in ink.(তাই চিঞাহীৰে চিঠিখন লিখিলে)
c) Please send the letter... post.
Ans: Please send the letter by post.(অনুগ্ৰহ কৰি চিঠিখন ডাকযোগে পঠিয়াবা)
d) The letter was written...my sister.
Ans: The letter was written by my sister.(চিঠিখন মোৰ ভন্টীৰ দ্বাৰা লিখা হৈছিল)
e) He entered... the room.
Ans: He entered into the room.(সি কোঠাটোলৈ সোমাই গ’ল)
A. Make as many words as you can from the word given below: (Transcendentalism)
শব্দটোৰে যিমান পাৰা শব্দ বিচাৰি লিখা) TRANSCENDENTALISM