Lesson- 12

 The Little Orphan


Word Note:

Raggedly (adv) : in old and ripped clothes

ৰেগডলি (বিজ্ঞাপন) : পুৰণি আৰু ছিঙি যোৱা কাপোৰত

Festive (adj) : suitable for a festival

উৎসৱমুখৰ (adj) : উৎসৱৰ বাবে উপযোগী

Eve (n) : the day or evening before an event, e-g Christmas Eve (24th December), New                 Year Eve (31st December)

ইভ (এন) : এটা অনুষ্ঠানৰ আগদিনা বা সন্ধিয়া, ই-জি খ্ৰীষ্টমাছ ইভ (24 ডিচেম্বৰ), নৱবৰ্ষৰ প্ৰাকক্ষণ (31 ডিচেম্বৰ)

Caught sight of : saw

চকুত ধৰা : দেখিলে

Sizeable (adj) : fairly large

আকাৰৰ (adj) : মোটামুটি ডাঙৰ

Seized (v) : grabbed suddenly or violently

জব্দ কৰা (v) : হঠাতে বা হিংস্ৰভাৱে ধৰা

Soothing (adj) : relaxing, pleasant

শান্ত কৰা (adj) : শিথিল কৰা, সুখদায়ক

Corpse (n) : dead body

মৃতদেহ (n) : মৃতদেহ


(Working with the text)

1.How old was the boy?

(ল’ৰাজনৰ বয়স কিমান আছিল?)

Ans: The boy was six years old. 

(ল’ৰাজনৰ বয়স ছবছৰ)


2.What was the weather like? 

(বতৰটো কেনেকুৱা আছিল?)

Ans: The weather was bitterly cold.

(বতৰটো অতিশয় ঠাণ্ডা আছিল)


3.What was the festival being celebrated?

(কি উৎসৱ উদযাপন কৰা হৈছিল?) 

Ans: The festival being celebrated was the Christmas eve .

(খ্ৰীষ্টমাছ ইভ উদযাপন কৰা হৈছিল)


4.What did the boy wish when he saw the beautifully decorated shops and people?

(ল’ৰাজনে সুন্দৰকৈ সজাই থোৱা দোকানবোৰ দেখি কি ভাবিছিল?) 

Ans: He wished he could get some food for him and his mother when he saw the beautifully decorated shops and people.

ধুনীয়াকৈ সজাই থোৱা দোকান-পোহাৰ আৰু মানুহবোৰ দেখি সি তাৰ আৰু মাকৰ বাবে কিছু খাদ্য পাব পাৰিলে ভাল লাগিল।

5.Why did he enter the hall? What did he get? 

(সি কিয় হলটোত সোমাইছিল? তাত সি কি পালে?)

 Ans: He entered the hall to get some food. He got a coin. 

(অলপ খাদ্য আনিবলৈ হলঘৰত সোমাই গ’ল। সি এটা মুদ্ৰা পাইছিল।)


6. Why was he hit on the head and what happened after that? 

(সি মূৰত কিয় দূখ পাইছিল আৰু তাৰ পাছত কি হৈছিল?)

Ans: A big rough boy hit him on the head. After that he fell down. Then he sprang up and started running. 

(এটা প্ৰকাণ্ড ল’ৰাই তাক মূৰত মাৰিছিল। তাৰ পাছত সি পৰি গৈছিল আৰু সি উঠি দৌৰিবলৈ ধৰিছিল।)


Comprehension check:

Complete the following sentences with parts given in the story 

(পাঠটিত দিয়া অংশসমূহেৰে তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা)

Ans:1. His mouth was filled with water

(তাৰ লোভৰ পানী পৰিছিল)

2.The day was the eve of Christmas.

(সেইদিনা খ্ৰীষ্টমাছ ইভ আছিল)

3. All of them were nicely dressed. 

(সকলোবোৰে ধুনীয়া সাজ-পাৰ পৰিধান কৰি আছিল)

4.The coin had fallen from his hsnds . 

(সিকিটো তাৰ হাতৰ পৰা পৰি গৈছিল)

5. He was struck dumb

(সি অতিশয় আচৰিত হৈছিল)

6. The owner of the soft voice gave him delicious food to eat

(কোমল মাতৰ গৰাকীয়ে তেওঁক সুস্বাদু খাদ্য দিছিল)

7. Now all the children were under the umbrella of God's blessings. 

(এতিয়া সকলোবোৰ শিশু ভগৱানৰ আশীৰ্বাদৰ ছত্ৰছায়াত আছে)


Q. Complete the following with appropriate clause

(উপযুক্ত বাক্যখণ্ডৰে তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা)

a) If l had a spaceship... 

Ans: If I had a spaceship I would have explored the universe. 

(যদি মোৰ এখন মহাকাশযান থাকিল হেতেঁন)


 b) If I  knew he had taken it..

  Ans: If I knew he had taken it I would stopped him to do that 

(যদি মই সি সেটো ল’লে বুলি জানিলোহেতেঁন মই তাক মানা কৰিলো হেতেন)


c) If l get the money...  

Ans: If I get the money, I will buy a big house. 

(যদি মই পইচাখিনি পাঁও মই এটা ডাঙৰ ঘৰ কিনিম)


d) If it had not been so hot...

Ans: If it had not been so hot I might went to the market.

(যদি ইমান গৰম নহ’লহেঁতেন মই বজাৰলৈ গ’লোহেঁতেন)


e) If I had a ticket for the world cup football.

Ans: If I had a ticket for the world cup football I would definitely went there.

(যদি মোৰ হাতত ৱৰ্ল্ডকাপৰ টিকেট থাকিলহেতেঁন মই নিশ্চয় তালৈ গ’লোহেঁতেন)


Comprehension 

1. Answer the following questions. 

(তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া)

a) Why was the little boy walking along the street? 

(সৰু ল’ৰাটো কিয় অকলে অকলে ৰাস্তাত ঘুৰি ফুৰিছিল?) 

Ans:  The little boy was walking along the street in search of food.

(সৰু ল’ৰাটো খোৱাবস্তু বিচাৰি  অকলে অকলে ৰাস্তাত ঘুৰি ফুৰিছিল)


b) What did he see around him?

(সি নিজৰ চাৰিওফালে কি দেখিছিল?)

Ans: He saw around him the roadside shops were full of colourful dresses, beautiful toys, balloons, Christmas trees, golden papers, plenty of food and drinking items.

(সি নিজৰ চাৰিওফালে দোকানত সজাই থোৱা ৰং-বিৰঙী সাজ পোছাক, ধুনীয়া পুতলা, বেলুন, খীষ্টমাছ গছ, সোণালী কাগজ, বহুত খোৱাবস্তু আৰু পানীয় দেখিছিল।)


c) What did he do when he saw the big hall?

(ডাঙৰ হলটোত  দেখি সি কি কৰিছিল?) 

Ans: When he saw the big hall he peeped through the glass and saw some children of his age were playing together.

(ডাঙৰ হলটোত দেখি সি ভিতৰলৈ জুমি চাইছিল আৰু তাৰ সমান বয়সৰ ল’ৰা-ছোৱালী কিছুমানে খেলি থকা দেখিছিল।)


d) What thought came to his mind, when he saw the eatable things inside the hall?

(হলটোৰ ভিতৰত খোৱাবস্তুবোৰ দেখি সি কি ভাবিছিল?)

Ans: When he saw the eatable things inside the hall he thought if he can enter the hall he will get something to eat.

(হলটোৰ ভিতৰত খোৱাবস্তুবোৰ দেখি সি ভাবিছিল যে যদিহে সি ভিতৰলৈ সোমাব পাৰে তেতিয়া সিও খাবলৈ পাব)


Word meaning:

Orphan- অনাথ।

Novelists- ঔপন্যাসিক।

Military- সৈনিক।

Suffer- ভোগা।

Recurring- পুনৰাবৃত্তিমূলক।

Epilepsy- মৃগীৰোগ।

Guilt- অপৰাধবোধ।

Despair- হতাশা।

Magazine- আলোচনী।

Condemn- নিন্দা কৰা।

Belong- অন্তৰ্গত।

Revolutionary- বিপ্লৱী।

Fortunately- সোভাগ্যক্ৰমে।

Restore- পুনৰ সঞ্চয় কৰা।

Brutal- নিষ্ঠুৰ।

Prison- কাৰাগাৰ।

Camp- শিবিৰ।

Tragic- দুখজনক।

Influenced- প্ৰভাৱিত।

Debt- ধাৰ।

Achieve- প্ৰাপ্ত কৰা।

Bitterly- তিক্তভাৱে।

Shiver- শিহৰণ।

Sick- বেমাৰী।

Able- সক্ষম।

Festive- উৎসৱমুখৰ।

Plenty- পৰ্যাপ্ত।

Wish- বাঞ্চা কৰা।

Hopeful- আশাবাদী।

Street- ৰাষ্টা।

Neat- চাফা।

Joyful- আনন্দময়।

Cought- ধৰা।

Sight- দৃষ্টি।

Varieties- জাতসমূহ।

Sizeable- আকাৰৰ।

Shaky- লৰচৰ কৰা।

Approach- পদ্ধতি।

Frightened- শংকিত।

Fallen- পতিত।

Wear- পিন্ধা।

Delicious- সুস্বাদু।

Lonely- নিৰ্জনতা।

Rough- খহটা।

Blow- ফুৱাই দিয়া।

Struck- আঘাত লগা।

Dumb- বোবা।

Courtyard- চোতাল।

Breathless- উশাহ বন্ধ।

Relief- ত্ৰাণ পোৱা।

Severe- অতিশয়।

Warm- উষ্ণ।

Stretched- টানি লোৱা।

Affection- স্নেহ।

Soothing- শান্ত কৰা।

Decorated- সজোৱা।

Fact- তথ্য।

Owner- মালিক।

Miseries- দুখ-কষ্ট।

Heartily- আন্তৰিকতাৰে।

Famine- দুৰ্ভিক্ষ।

Corpse- মৃতদেহ।

Lying- মিছা মতা।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in Hindi)