পাঠঃ- ১৩

আমাৰ দেশৰ শাসন ব্য়ৱস্থা

    👉Text Books PDF
    👉MCQ online Exam
    👉Short Question Answer
    👉MCQs Answer

অনুশীলনী

(১) চমু উত্তৰ দিয়া一

(ক) তোমাৰ জিলাৰ উপায়ুক্ত গৰাকীৰ নাম কি?

উত্তৰ:- তোমাৰ জিলাৰ উপায়ুক্ত গৰাকীৰ নাম প্ৰকাশ ৰঞ্জন ঘৰফলীয়া।


(খ) মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

উত্তৰ:- মুখ্যমন্ত্ৰীক ৰাজ্য়পালে নিযুক্তি দিয়ে।


(গ) প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

উত্তৰ:- প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।


(ঘ) ৰাজ্য় চৰকাৰৰ মুৰব্বীজনক কি বুলি কোৱা হয়?

উত্তৰ:- ৰাজ্য় চৰকাৰৰ মুৰব্বীজনক ৰাজ্য়পাল বুলি কোৱা হয়।


(ঙ) কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বীজনক কি বুলি কোৱা হয়?

উত্তৰ:- কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বীজনক প্ৰধান মন্ত্ৰী বুলি কোৱা হয়।


(চ) আমাৰ দেশৰ মুৰব্বী তথা ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদাধিকাৰীজনক কি বুলি কোৱা হয়?

উত্তৰ:- আমাৰ দেশৰ মুৰব্বী তথা ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদাধিকাৰীজনক ৰাষ্ট্ৰপতি বুলি কোৱা হয়।


(ছ) আমাৰ ৰাজ্য়খনৰ মুৰব্বী তথা ৰাজ্য়ৰ সৰ্বোচ্চ পদাধিকাৰীজনক কি বুলি কোৱা হয়?

উত্তৰ:- আমাৰ ৰাজ্য়খনৰ মুৰব্বী তথা ৰাজ্য়ৰ সৰ্বোচ্চ পদাধিকাৰীজনক ৰাজ্য়পাল বুলি কোৱা হয়।


(জ) অসমত বিধানসভা আছেনে?

উত্তৰ:- অসমত বিধানসভা নাই।


(২) খালী ঠাই পূৰ কৰা一

(ক) বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম  ৰাজেন্দ্ৰ প্ৰসাদ ।

(খ) বৰ্তমান অসমৰ ৰাজ্য়পালজনৰ নাম জগদীশ মুখী

(গ) হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী।

(ঘ) নৰেন্দ্ৰ দামোদ দাস মোদী বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী।

(ঙ) মন্ত্ৰী পৰিষদত তিনি প্ৰকাৰৰ মন্ত্ৰী থাকে।

(চ) প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(ছ) বিধান সভাৰ সদস্য়সকলক বিধায়ক বোলে।

(জ) লোক সভা বা ৰাজ্য় সভা সদস্য়সকলক  বিধায়ক    বোলে।


(৩) খালী বাকচত পদমৰ্যাদা অনুসৰি পদাধীকাৰীসকলক বহুওৱা一

মহকুমাধিপতি

ৰাষ্ট্ৰপতি

মুখ্য়মন্ত্ৰী

ৰাজ্য়পাল

প্ৰধানমন্ত্ৰী

উপায়ুক্ত

উত্তৰঃ ১) ৰাষ্ট্ৰপতি, ২) প্ৰধানমন্ত্ৰী, ৩) ৰাজ্য়পাল, ৪) মুখ্য়মন্ত্ৰী, ৫) মহকুমাধিপতি, ৬) উপায়ুক্ত।


(৪) শুদ্ধ অংশটো বাছি লৈ বাক্য়টো পুনৰ লিখা一

(ক) ভাৰতবৰ্ষৰ সংবিধানখন লিখিত / কথিত সংবিধান।

উত্তৰঃ লিখিত সংবিধান।


(খ) আমাৰ দেশত এজন নাগৰিকে ১৮ / ২০  / ২১ বছৰ পূৰ্ণ হ'লে ভোট দিব পাৰে।

উত্তৰঃ ১৮ বছৰ।


(গ) প্ৰতিখন ৰাজ্য়ত লোক সভা / ৰাজ্য় সভা / বিধান সভা থাকে।

উত্তৰঃ ৰাজ্য় সভা।


(ঘ) প্ৰতিখন ৰাজ্য়ত লোক সভা / ৰাজ্য় সভা / বিধান সভা / বিধান পৰিষদ নাথাকে।

উত্তৰঃ বিধান সভা।


(ঙ) মুখ্য়মন্ত্ৰী হ'বলৈ লোক সভা / বিধান সভাৰ সদস্য় হ'ব লাগে।

উত্তৰঃ বিধান সভা।


(৫) চমুটোকা লিখা一

ৰাষ্ট্ৰপতিঃ-   ৰাষ্ট্ৰপতি দেশৰ ৰাষ্ট্ৰপ্ৰধান, সেয়েহে ৰাষ্ট্ৰপতিৰ নামতে ভাৰতৰ শাসন পৰিচালনা কৰা হয়। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মুৰব্বী। 


ৰাজ্য়পালঃ-  ৰাজ্য় চৰকাৰৰ মুৰব্বীজনক ৰাজ্য়পাল বুলি কোৱা হয় প্ৰতিখন ৰাজ্য়ৰে একোজনকৈ ৰাজ্য়পাল থাকে। ৰাজ্য়পালক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। 


প্ৰধানমন্ত্ৰীঃ-   ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধান মন্ত্ৰী।  প্ৰধান মন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধান মন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব। যদিহে প্ৰথম অৱস্থাত তেওঁৰ এই যোগ্যতা নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব।


  


Mampi Kakati 

Post ID : DABP006444