সৌৰজগতৰ কথা | পাঠ ১৮ | Chapter 18 | Class  4 Social Science Question Answer Shankardev School | সমাজ বিজ্ঞান | চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান | Class 4 Social Science Question and Answer Sankardev School | Shankardev Shishu Vidya Niketan | Class 4 Social Science Free Question Answer Bank Sankardev School  Class4 Social Science Suggestion Sankardev School | Class 4 Social Science Notes and Model |

পাঠঃ ১৮
সৌৰজগতৰ কথা

অনুশীলনী

১। গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পাৰ্থক্য় কি?
উত্তৰ:- গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা পাৰ্থক্য়সমূহ হ'ল - 
গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, আনহাতে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে।

২। সৌৰজগত কাক বোলে?
উত্তৰ:- নক্ষত্ৰ সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে নিৰন্তৰ ঘূৰি থকা আঠটা গ্ৰহ আৰু সেই গ্ৰহৰ উপগ্ৰহসমূহক লৈ যি পৰিয়ালৰ সৃষ্টি হৈছে তাকেই সৌৰজগত বোলা হয়। 

৩। মহাকৰ্ষণ শক্তি কি?
উত্তৰ:- গ্ৰহ আৰু নক্ষত্ৰবোৰৰ মাজত থকা আকৰ্ষণকে মহাকৰ্ষণ শক্তি বোলে।

৪। ৰঙা গ্ৰহ আৰু নীলা গ্ৰহ বুলি কোনকেইটা গ্ৰহক কোৱা হয়?
উত্তৰ:- মঙল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু আমাৰ পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়।

৫। সৌৰজগতৰ নতুনকৈ আৱিস্কৃত গ্ৰহাণুকেইটাৰ নাম কি কি?
উত্তৰ:- সৌৰজগতৰ নতুনকৈ আৱিস্কৃত গ্ৰহাণুকেইটাৰ নাম হ'ল চেৰন, এৰিচ আৰু চেৰিচ।

৬। প্লুটো গ্ৰহ হয়নে?
উত্তৰ:- প্লুটো গ্ৰহ নহয়।

৭।সৌৰজতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো  কি?
উত্তৰ:- সৌৰজতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন।

৮। সৌৰজতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো  কি?
উত্তৰ:- সৌৰজতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ।

৯। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি?
উত্তৰ:- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি।

১০। চন্দ্ৰ গ্ৰহ নে উপগ্ৰহ?
উত্তৰ:- চন্দ্ৰ উপগ্ৰহ।

Mampi Kakati 






Post ID : DABP006489