পাঠ ፦ ২২
বিবেক আৰু তাৰ পাঁচ মিনিট
👉Text Book PDF
👉MCQ Answer
👉MCQ Online Exam
অনুশীলনী:一
১। ২ ডিচেম্বৰৰ দিনা বিদ্য়ালয় কিয় বন্ধ আছিল?
উত্তৰঃ ২ ডিচেম্বৰৰ দিনা 'চুকাফা দিৱসৰ' বাবে বিদ্য়ালয় বন্ধ আছিল।
২। বিদ্য়ালয়ৰ পৰা বাছখন কেই বজাত ওলাই গৈছিল?
উত্তৰঃ বিদ্য়ালয়ৰ পৰা বাছখন আঠ বজাত ওলাই গৈছিল।
৩। বিবেকে শিৱসাগৰ নগৰ দৰ্শনৰ বাবে কিয় যাব নোৱাৰিলে?
উত্তৰঃ বিবেক বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ বাবে শিৱসাগৰ নগৰ দৰ্শনৰ বাবে কিয় যাব নোৱাৰিলে।
৪। বিপৰীত শব্দ লিখা :
উত্তৰঃ দেৰি - সোনকাল