জোঁৱাইৰ সাধু | অধ্য়ায় ২ | Lesson 2 | Class 4 Burha Burhi aru Siyala solution Assam Jatiya Bidyalay | Class 4 Burha Burhi aru Siyala Suggestion |  Assam Jatiya Bidyalay Class 4 জোঁৱাইৰ সাধু Free Question and Answer Notes | জোৱাইৰ সাধু পাঠটোৰ প্ৰশ্ন-উত্তৰ 


জোঁৱাইৰ সাধু


অনুশীলনী 


[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ


ক) শহুৰেকে জোঁৱায়েকক কি খাবলৈ মাতিছিল ?

উত্তৰঃ শহুৰেকে জোঁৱায়েকক বিহু খাবলৈ মাতিছিল।


খ) মানুহজনে নিজৰ ছাঁ-টোক কি কি বস্তু দিছিল ?

উত্তৰঃ  মানুহজনে নিজৰ ছাঁ-টোক চেলেং  চুৰিয়া, গামোছা আদি দিছিল।


গ) মানুজনে কাৰ নেগুৰত ধৰি শাহুৰেকৰ ঘৰলৈ গৈছিল ?

উত্তৰঃ মানুহজনে শহুৰেকৰ ঘৰৰ বুঢ়া গৰু এটা নেগুৰত ধৰি শহুৰেকৰ ঘৰলৈ গৈছিল।


ঘ) ভাৰত লগত জোঁৱায়েকক শাহুৱেকে কি খাবলৈ দিছিল ?

উত্তৰঃ ভাতৰ লগত জোঁৱায়েকক শাহুৱেকে ভাত আৰু গুড় খাবলৈ দিছিল।


[২] চমু উত্তৰ দিয়াঁঃ


ক) গুড় চুৰ কৰি খোৱাত মানুজনৰ কি অৱস্থা হৈছিল ?

উত্তৰঃ গুড় চুৰি কৰি খোৱাত মানুহজনক চুৰে ছাগলী বুলি বান্ধি সাঙ্গী কৰি লৈ গৈছিল।


খ) চোৰে মানুহজনক কিয় তেলাল ছাগলী বুলি ভাবিছিল ?

উত্তৰঃ চোৰে মানুহজনক তেলাল ছাগলী বুলি ভবা কাৰণ হ'ল যি ছাগলী নোম ধৰিলেই নোম উঠি আহিব সেইটো ছাগলী তেলাল ছাগলী।


[৩] বাঁওফালৰ লগত সোঁফাল মিলাই লিখাঁঃ

উত্তৰঃ

জী            -    জোঁৱাই


শহুৰ         -     শাহু


পাতি         -     পত্নী


ৰজা          -      ৰাণী


পেহা         -      পেহী


মহা           -      মাহী


Apurba Kakati



Post ID : DABP006477