Chapter 3 

The Merchant of Venice

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

Word note: 

Tragi comedy : a play containing elements of both tragedy and comedy.

এখন নাটক যত দুখ দায়ক ঘটনা আৰু হাস্য দুয়োটাই থাকে।

Venice: a city in northeastern Italy.

উত্তৰপূৱ ইটালীৰ এখন চহৰ। 


Merchant: a buyer or seller of commodities for profit.

লাভৰ বাবে বস্তুৰ ক্ৰেটা বা বিক্ৰেতা।


Heiress : a woman who is an heir of especially to great wealth.

এগৰাকী মহিলা যিয়ে বিশেষ ভাবে বহু সম্পত্তিৰ উত্তৰাধিকাৰী।


Ducat: a gold coin used in many European countries in the past.

এক সোণৰ মুদ্ৰা যি ইউৰোপৰ দেশ বোৰত ভোট কালত ব্যৱহাৰ কৰা হৈছিল।


Plaintiff: a person who makes a formal complaint against somebody in court.

এক ব্যক্তি যিয়ে আদালতত কাৰোবাৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ কৰে।


Defendant: the person in a trial who is accused of committing a crime.

যি ব্যক্তি বিচাৰৰ অপৰাধত দোষী সাব্যস্ত হৈছেসেই ব্যক্তি।


Comprehension:


1.Answer the following questions in complete sentences:

 প্ৰশ্ন কেইটাৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া:


a) Who is William Shakespeare?

উইলিয়াম শ্বেইকপীয়েৰ কোন আছিল?

Ans: William Shakespeare is one of the greatest dramatists of the world. 

উইলিয়াম শ্বেইকপীয়েৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নাট্যকাৰ।


b) What type of drama is "The Merchant of Venice"?

"The Merchant of Venice" কি ধৰণৰ নাটক?

Ans: "The Merchant of Venice" is a tragicomedy.

"ভেনিচৰ ব্যৱসায়ী" এখন ট্ৰেজিকমেডী।


c) Whom does Bassanio want to marry?

Bassanio এ কাক বিয়া কৰাব বিচাৰিছিল?

Ans: Bassanio wanted to marry Portia.

বাছানিঅ’ই পৰ্টিয়াক বিয়া কৰাব বিচাৰিছিল।


d) How much money does Antonio borrow from Shylock? 

Antonio এ Shylock ৰ পৰা কিমান টকা লৈছিল?

Ans: Antonio borrowed 3000 ducats from Shylock.

Shylock ৰ পৰা Antonio এ ৩০০০ ducat লৈছিল।


2. What is the bond?

বন্দ খন কি আছিল?

Ans: The bond is that, if Antonio failed to return Shylock's money within three months, Shylock will cut off and take away a pound of flesh from any part of Antonio's body.

বন খন আছিল যে, যদি Antonio এ Shylock ৰ পইছা তিনি মাহৰ ভিতৰত ঘুৰাবলৈ অসক্ষয়ম হয়, Shylock এ Antonio ৰ শৰীৰৰ যি কোনো এটা ভাগৰ পৰা এটুকুৰা মঙহ কাতিব নিব।


3. How does Portia save Antonio?

৩/ পৰ্টিয়াই এণ্টনিঅ’ক কেনেকৈ বচাব?

Ans: Portia saved Antonio by asking Shylock to cut off Antonio's flesh but without dropping a single drop of blood because it is not mentioned in the bond.

Portia এ Shylock ক Antonio ৰ মঙহ কাটি নিয়াত সন্মতি দিলে কিন্তু মঙহ কাটি নিয়াৰ সময়ত তেওঁৰ গাৰ পৰা যাতে এটোপালো তেজ নপৰে তাৰে চৰ্ত ৰাখিলে যিহেতু বন খনত তেনে কোনো কথা উল্লেখ নাছিল, এইদৰে Portia এ Antonio ক বছালে।


4. Fill in the blanks:

খালী থাই পুৰুৱা:

a) Portia is a rich heiress.

Portia এগৰাকী ধনী উত্তৰাধকাৰী।

b) Shakespeare had written many world famous dramas.

Shakespeare এ বহু বিশ্বখ্যাত নাটক লিখিছিল।

c) Shylock is a Jew and a money lender.

Shylock এজন ইহুদী আৰু এজন চাহুকৰ আছিল।

d) Shylock has conspired to murder Antonio.

Shylock এ Antonio ৰ হত্যাৰ সৰযন্ত্ৰ কৰিছিল।

e) The lawyer is actually Portia in disguise.

উকিল জন আচলতে ছদ্মবেশী Portia

 


Mayuri Saikia

M.A in Assamese

Check By - Mukesh Borah 




Post ID : DABP006411