Chapter 2 

LITTLE DROPS OF WATER 

সৰু সৰু পানীৰ টোপাল

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

Comprehension:

Answer the following questions in complete sentences:

প্ৰশ্ন সমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া:


1. What do little drops of water make?

পানীৰ অলপ টোপালে কি বনাই?

Ans: Little drops of water makes the mighty ocean.

পানীৰ অলপ টোপালে এখন বৃহৎ সমুদ্ৰ বনাই।


2. What make the pleasant land? 

কিহে আনন্দময়ী ভূমি খন বনাই? 

Ans: Little grains of sand makes the pleasant land.

বালিৰ সামান্য দানা বোৰে আনন্দময়ী ভূমি খন বনাই।


3. What are the mighty ages of eternity made of?

অনন্ত কালৰ শক্তিশালী যোগ বোৰ কিহেৰে গঠিত?

Ans: The mighty ages of eternity are made of the little minutes.

অনন্ত কালৰ শক্তিশালী যোগ বোৰ সামান্য সময়ৰে গঠিত।

 

Mayuri Saikia

(M.A in English)

Check by- Mukesh Borah 



Post ID : DABP006298